সমললৈ যাওক

পদ্মিনী চেট্টুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্মিনী চেট্টুৰ
জন্ম ১৯৭০
পেচা নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮৯-বৰ্তমান
বৰ্তমানৰ গোট "পদ্মিনী চেট্টুৰ ডাঞ্চ কোম্পানী "
ৱেবছাইট
[1]

পদ্মিনী চেট্টুৰ (ইংৰাজী: Padmini Chettur ; জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় সমকালীন নৃত্যশিল্পী আৰু চন্দ্ৰলেখাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতৰ চেন্নাইত নিজাকৈ নৃত্য কোম্পানী "পদ্মিনী চেত্তুৰ ডাঞ্চ কোম্পানী" চলায়।[1][2][3]

১৯৭০ চনত জন্মগ্ৰহণ কৰা পদ্মিনী চেট্টুৰে সৰুৰে পৰা ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰত নাট্যমৰ প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিছিল। ১৯৯১ চনত পিলানীৰ বিৰলা ইনষ্টিটিউট অফ টেকন'লজী এণ্ড চাইন্স, পিলানীৰ (BITS) পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮৯ চনত পদ্মিনীয়ে তেওঁৰ প্ৰথম সমকালীন সম্পৰীক্ষা চলায়।[5]

১৯৯১ চনত চন্দ্ৰলেখাৰ দ্বাৰা পৰিচালিত নৃত্য কোম্পানীত যোগদান কৰে আৰু ২০০১ চনলৈকে কোম্পানীটোৰ সৈতে জড়িত থাকে, য’ত তেওঁ ‘লীলাৱতী,’ ‘প্ৰাণ,’ ‘অংগিকা,’ ‘শ্ৰী,’ ‘ভিন্ন প্ৰবাহ,’ ‘যন্ত্ৰ,’ ‘মহাকাল’ আৰু ‘শৰীৰ’ৰ দৰে প্ৰযোজনাত অংশ লয়।[6][7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Swaminathan, Chitra (22 November 2008). "Beyond boundaries". The Hindu. http://www.hindu.com/mp/2008/11/22/stories/2008112251231200.htm। আহৰণ কৰা হৈছে: 13 February 2010. 
  2. Venkatraman, Leela (22 January 2010). "Is collaboration the new age mantra?". The Hindu. http://www.hindu.com/fr/2010/01/22/stories/2010012250910600.htm। আহৰণ কৰা হৈছে: 13 February 2010. 
  3. "Celebrating the creative spirit". The Hindu. 26 November 2001. http://www.hindu.com/thehindu/mp/2001/11/26/stories/2001112600090300.htm। আহৰণ কৰা হৈছে: 13 February 2010. 
  4. "Sandpaper - The BITSAA Magazine". BITSAA International. https://sandpaper.bitsaa.org/archives/links/SandpaperSpring2006/03_coverstory/Creative%20Arts.htm। আহৰণ কৰা হৈছে: 2024-04-24. 
  5. O'Shea, Janet (2007). At Home in the world: Bharata natyam on the Global stage. Wesleyan University Press. পৃষ্ঠা. 17. ISBN 978-0-8195-6837-3. https://books.google.com/books?id=4CfA4uDwCKwC&dq=PADMINI+CHETTUR&pg=PA17. 
  6. "Beyond boundaries". The Hindu. 22 Nov 2008. http://www.hindu.com/mp/2008/11/22/stories/2008112253930900.htm। আহৰণ কৰা হৈছে: 24 November 2010. 
  7. Rajaram, Poorva (27 November 2010). "You in the third row, wake up!". Tehelka. Archived from the original on 29 October 2012. https://web.archive.org/web/20121029024026/http://www.tehelka.com/story_main47.asp?filename=hub271110YOUINTHE.asp। আহৰণ কৰা হৈছে: 25 April 2018.