পনিয়ল
অৱয়ব
| পনিয়ল | |
|---|---|
| Fruits | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Malpighiales |
| পৰিয়াল: | Salicaceae |
| গোত্ৰ: | Flacourtieae |
| গণ: | Flacourtia |
| প্ৰজাতি: | F. jangomas |
| বৈজ্ঞানিক নাম | |
| Flacourtia jangomas (Lour.) Raeusch. | |
| সমাৰ্থক | |
|
Flacourtia cataphracta Roxburgh ex Willdenow. | |
পনিয়ল (ইংৰাজী: Flacourita jangomas) পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।
বিৱৰণ
[সম্পাদনা কৰক]পনিয়ল ফলটো সৰু গোলাকাৰ আকৃতিৰ হয়। গছজোপা কাঁইটীয়া আৰু জোপোহা। পাতবিলাক সৰু সৰু আৰু সেউজীয়া ৰঙৰ।
খাদ্যপ্ৰাণ
[সম্পাদনা কৰক]খাদ্যপ্ৰাণ - প্ৰতি ১০০ গ্ৰামত[1]
| প্ৰটিন | ৩.৬৫ গ্ৰাম |
| খাদ্যপ্ৰাণ 'গ' | ২১৭.৯৯ মিলিগ্ৰাম |
| কেলচিয়াম | ১৭৫ মিলিগ্ৰাম |
| খাদ্যপ্ৰাণ 'ক' | ২৫৪ মিলিগ্ৰাম |
| লৌহ পদাৰ্থ | ২৫০ মিলিগ্ৰাম |
ঔষধি গুণ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ডা:চাহজাহান বৰবৰা (জুন-জুলাই ২০০৬). "অসমীয়া ফল". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২১-২২.