পশ্চিম গুৱাহাটী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম গুৱাহাটী মহাবিদ্যালয়
স্থাপিত ১৯৭৮
ধৰণ ৰাজহুৱা
অধ্যক্ষ শ্ৰীযুত ৰাণা শৰ্মা
স্থান গুৱাহাটী, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট pgmdharapur.ac.in

পশ্চিম গুৱাহাটী মহাবিদ্যালয় (ইংৰাজী: Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

বিভাগসমূহ[সম্পাদনা কৰক]

  • অসমীয়া
  • ইংৰাজী
  • ইতিহাস
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • হিন্দী
  • ভূগোল
  • বাণিজ্য
  • ব্যৱস্থাপনা
  • বিত্ত
  • পৰিসংখ্যা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]