সমললৈ যাওক

পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ
প্ৰতিষ্ঠা ১৯৮৬
ধৰণ আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ
উদ্দেশ্য শিক্ষা, সংৰক্ষণ আৰু কলা-সংস্কৃতিৰ প্ৰচাৰ
অঞ্চল উদয়পুৰ, ৰাজস্থান, ভাৰত
ৱেবছাইট www.wzccindia.com

পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (উদয়পুৰ, ৰাজস্থান) ভাৰত চৰকাৰে স্থাপন কৰা সাতটা সাংস্কৃতিক অঞ্চলৰ ভিতৰত এটা, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা। এই কেন্দ্ৰই আঞ্চলিক সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণ আৰু বিকাশ কৰিবলৈ কাম কৰে, য'ত পৰম্পৰাগত আৰু জনজাতি কলাসমূহ অন্তৰ্ভুক্ত। এই কেন্দ্ৰক ভাৰত চৰকাৰে প্ৰশাসনিক আৰু গঠনগত সহায় প্ৰদান কৰে।[1]

সাধাৰণ বিৱৰণ

[সম্পাদনা কৰক]

পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (WZCC) হৈছে ভাৰতৰ সাতটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ অন্যতম। এই কেন্দ্ৰটো ১৯৮৬-৮৭ চনত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ প্ৰত্যক্ষ উদ্যোগত স্থাপন কৰা হয়। পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্য্যালয় বাগোৰ-কী-হৱেলিত অৱস্থিত।[2]

ভাৰতৰ অন্যান্য আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰসমূহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. West Zone Culture Center, West Zone Culture Centre, http://www.wzccindia.com/, আহৰণ কৰা হৈছে: 2010-12-15, "... পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (WZCC), যাৰ মুখ্য কাৰ্য্যালয় উদয়পুৰত অৱস্থিত, ১৯৮৬-৮৭ চনৰ সময়চোৱাত মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ উদ্যোগত স্থাপন কৰা সাতটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা ..." 
  2. "About WZCC". West Zone Culture Centre.wzccindia.com. http://www.wzccindia.com/index.php?q=Page&slug=about-wczz। আহৰণ কৰা হৈছে: 28 October 2015.