পাক্কে পাগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পাক্কে পাগা অৰুণাচল প্ৰদেশৰ নিচি জনজাতিৰ মাজত উদযাপিত এক উৎসৱ। এই উৎসৱ ধনেশ সংৰক্ষণৰ বাবে বিশেষ পৰম্পৰা আছে। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত বসতি-প্ৰধান নিচি জনজাতিৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় বহুতো পৰম্পৰা আছে।