পাথাৰকান্দি বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ১২৫ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | বৰাক উপত্যকা |
| জিলা | শ্ৰীভূমি |
| লোকসভা সমষ্টি | কৰিমগঞ্জ |
| প্ৰতিস্থা | ১৯৫১ |
| মুঠ ভোটাৰ | ১৭৯,০২৬ |
| সংৰক্ষণ | নাই |
কৃষ্ণেন্দু পল | |
| দল | বিজেপি |
| মিত্ৰগোট | এনডিএ |
| নিৰ্বাচিত বছৰ | ২০২৬ |
পাথাৰকান্দি বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ২ হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1]
পাথাৰকান্দি কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত সাতখন বিধানসভা সমষ্টিৰ এখন। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আন ছয়টা বিধানসভা সমষ্টি হ'ল, কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ আৰু হাইলাকান্দি জিলাৰ হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ।[1]
বিধায়কসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | বিধায়ক | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫২ | গোপেশ নমঃশূদ্ৰ | ভাৰতীয় কমিউনিষ্ট পাৰ্টী | |
| ১৯৫৭ | বিশ্বনাথ উপাধ্যায় | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৬২ | ৰামদেৱ মালহ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | মতিলাল কানু | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭২ | বিশ্বনাথ উপাধ্যায় | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | মহম্মদ ফখৰুল ইছলাম | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৩ | মইন উদ্দিন | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৫ | মনিলাল গোৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯১ | মধুসূদন তিৱাৰী | ভাৰতীয় জনতা পাৰ্টী | |
| ১৯৯৬ | সুখেন্দু শেখৰ দত্ত | ভাৰতীয় জনতা পাৰ্টী | |
| ২০০১ | মনিলাল গোৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | কাৰ্তিক সেনা সিংহ | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১১ | মনিলাল গোৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | কৃষ্ণেন্দু পল | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ | |||
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- 1 2 "Delimitation of Parliamentary and Assembly Constituencies Order, 2008". The Election Commission of India. পৃষ্ঠাসমূহ: 42, 72. http://eci.nic.in/eci_main/CurrentElections/CONSOLIDATED_ORDER%20_ECI%20.pdf.
- ↑ http://www.elections.in/assam/assembly-constituencies/patharkandi/[সংযোগবিহীন উৎস]