পানীটুকি চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Pellorneum|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
Pellorneum palustre
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Pellorneum
Species: P. palustre
দ্বৈৰাশিক নামকৰণ
Pellorneum palustre
Gould, 1872

পানীটুকি চৰাই (Marsh babbler, Pellorneum palustre) ঘন বনেৰে ভৰা জলাহ বা পিতনি অঞ্চলত বাস কৰা এবিধ অতিকৈ বিৰল প্ৰজাতিৰ চৰাই৷ এই চৰাইবিধ কেৱল অসমব্ৰহ্মপুত্ৰ উপত্যকাতহে দেখিবলৈ পোৱা যায় (endemic)৷

বিস্তৃতি[সম্পাদনা কৰক]

শেহতীয়া জৰীপত এই চৰাইবিধ অসমৰ শদিয়া, কাচাৰ, ডিমা হাচাও, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,নামেৰী ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু পানী দিহিং বনাঞ্চলত দেখা পোৱা গৈছে৷[2][3]

বিৱৰণ[সম্পাদনা কৰক]

পানীটুকি চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৫ ছেমি৷ ইয়াৰ গাৰ বৰণ মুগা আৰু পেটত ঘনকৈ ক’লা আঁচ থাকে৷ চৰাইবিধৰ চকুৰ চেলাউৰি আৰু ডিঙিটো চকুত পৰাকৈ বগা৷ [4][5]

আচৰণ[সম্পাদনা কৰক]

পানীটুকি চৰায়ে কীট-পতংগ খাই জীয়াই থাকে৷ ই ঘাইকৈ যোৰ পাতি বা কেতিয়াবা সৰু দলত ওখ বনৰে আবৃত জলাহ অঞ্চলত চৰে৷ এই চৰাইবধে বাৰিষা কালত প্ৰজনন কৰে৷ ইয়াৰ মাতটো ডাঙৰ আৰু সংগীতময়৷[4]

সংৰক্ষণ[সম্পাদনা কৰক]

আই ইউ চি এনৰ ৰঙা তালিকাত পানীটুকি চৰাইক অসুৰক্ষিত (Vulnerable, VU) বুলি আখ্যা দিয়া হৈছে৷ ওখ বনেৰে পূৰ্ণ জলাশয় অঞ্চলৰ ধ্বংসপ্ৰাপ্তি এই চৰাইৰ বাবে প্ৰধান ভাবুকি বুলি জনা যায়৷ [3][2]

তথ্যউৎস[সম্পাদনা কৰক]

  1. BirdLife International (2012). পানীটুকি চৰাই. https://www.iucnredlist.org/details/22715856/0। আহৰণ কৰা হৈছে: 26 November 2013. 
  2. 2.0 2.1 BirdLife International (2020) Species factsheet: Pellorneum palustre. Downloaded from http://www.birdlife.org on 15/10/2020. Recommended citation for factsheets for more than one species: BirdLife International (2020) IUCN Red List for birds. Downloaded from http://www.birdlife.org on 15/10/2020
  3. 3.0 3.1 {Author1, Author2...}, (n.d.). Pellorneum palustre Gould, 1872 . [online] India Biodiversity Portal,Species Page : {name of species field} Available at: https://indiabiodiversity.org/biodiv/species/show/239780 [Accessed date Oct 15, 2020].
  4. 4.0 4.1 https://birdsoftheworld.org/bow/species/marbab2/cur/introduction
  5. https://ebird.org/species/marbab2#:~:text=A%20small%2C%20mostly%20brown%20bird,as%20it%20forages%20for%20invertebrates.