পান সিং তোমৰ (চলচ্চিত্ৰ)
পান সিং তোমৰ | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | তিমাংশু ঢুলীয়া |
ৰচনা | তিগমাংশু ঢুলীয়া সঞ্জয় চৌহান (চিত্ৰনাট্য)[1] |
ভিত্তি | পান সিং তোমৰৰ ব্যক্তিগত জীৱন |
প্ৰযোজক | ৰণী স্ক্ৰুৱালা |
অভিনয়ত | ইৰফান খান মাহী গীল বিপিন শৰ্মা নৱাজুদ্দিন ছিদ্দিকি |
চিত্ৰগ্ৰহণকাৰী | অসীম মিশ্ৰ |
সম্পাদনা | আৰতি বাজাজ |
সংগীত পৰিচালক | অভিষেক ৰয় |
প্ৰযোজনা কোম্পানী |
ইউটিভি স্পটবয় |
পৰিবেশক | ইউটিভি মোচন পিকচাৰ্ছ |
মুক্তি |
অক্টোবৰ ২০১০(BFI London Film Festival) ২ মাৰ্চ ২০১২ (India) |
দৈৰ্ঘ্য |
১৩৫ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹70 million[2] |
সৰ্বমুঠ আয় | est. ₹201.80 million[2] |
পান সিং তোমৰ (ইংৰাজী: Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।[3][4] ছবিখনৰ পৰিচালক তিগমাংশু ঢুলীয়া আৰু প্ৰযোজক ইউটিভি মোচন পিকচাৰ্ছ। ইৰফান খানে শিৰোনাম চৰিত্ৰত অভিনয় কৰা ছবিখনত সহযোগী অভিনেতা হিচাপে মাহী গিল, বিপিন শৰ্মা আৰু নৱাজুদ্দিন ছিদ্দিকীয়ে অভিনয় কৰিছিল।
₹৪৫ মিলিয়ন (৫৩০,০০০ মাৰ্কিন ডলাৰ) সীমিত বাজেটত নিৰ্মিত[5] পান সিং তোমৰৰ ২০১০ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হয়। দুবছৰৰ পিছত ২০১২ চনৰ ২ মাৰ্চত ছবিখন ঘৰুৱা ছবিঘৰত মুক্তি পায় আৰু বিশ্বজুৰি ₹২০১.৮০ মিলিয়ন (২.৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জনেৰে বক্স অফিচত ব্যৱসায়িকভাৱে সফল হয়। ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি আৰু শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।[6]
অভিনয়
[সম্পাদনা কৰক]- ইৰফান খান (পান সিং তোমৰ)
- মাহী গিল (ইন্দ্ৰ সিং তোমৰ)
- হেমেন্দ্ৰ দাণ্ডটিয়া
- বিপিন শৰ্মা (মেজৰ মছন্দ)
- ইমাৰাণ হাছনি (মাতাদিন সিং তোমৰ)
- নৱাজুদ্দিন ছিদ্দিকি (গোপী)
- জাকিৰ হুছেইন (ইন্সপেক্টৰ ৰাথোৰ)
- জাহাংগীৰ খান (ভানৱৰ সিং (দদ্দা))
- সীতাৰাম পাঞ্চল (ৰামচৰণ)
- ৰাজেন্দ্ৰ গুপ্ত (এইচ. ৰন্ধাৱা, ক্ৰীড়া প্ৰশিক্ষক)
- স্বপ্নীল কোত্ৰিৱাৰ (হনুমন্ত, পান সিঙৰ জ্যেষ্ঠ পুত্ৰ)
- বৃজেন্দ্ৰ কালা (সাংবাদিক)
- ৰাজীৱ গুপ্তা (দুৰ্নীতিগ্ৰস্ত পুলিচ)
- ৰবি শাহ (পানৰ ভতিজা বলৰাম)
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Reviews Paan Singh Tomar". DNA. 2 March 2012. http://www.dnaindia.com/entertainment/review_review-paan-singh-tomar_1657378.
- ↑ 2.0 2.1 "Paan Singh Tomar – Movie". Box Office India. https://www.boxofficeindia.com/movie.php?movieid=15.
- ↑ Mukherjee, Pradipta (13 August 2021). The Fluid Frame in Cinema: Collected Essays. Cambridge Scholars Publishing. পৃষ্ঠা. 65–66. ISBN 978-1-5275-7377-2. https://books.google.com/books?id=CFo9EAAAQBAJ&dq=Paan+Singh+Tomar+rebel+-wikipedia&pg=PA65। আহৰণ কৰা হৈছে: 8 January 2023.
- ↑ "Irrfan's Ability To Bring A Character To Life, In Paan Singh Tomar". 5 May 2021. https://www.filmcompanion.in/readers-articles/irrfan-khan-movies-paan-singh-tomar-netflix-irrfans-ability-to-bring-a-character-to-life.
- ↑ "Paan Singh Tomar earns Rs. 4.25 crore over weekend". NDTV. IANS. 5 March 2012. https://www.ndtv.com/entertainment/paan-singh-tomar-earns-rs-4-25-crore-over-weekend-623780.
- ↑ "A press conference to announce 59th national film awards will be held" (Press release). Press Information Bureau (PIB), India. http://pib.nic.in/release/rel_print_page.asp?relid=80712। আহৰণ কৰা হৈছে: 18 March 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সাঁচ:আধিকাৰিক ৱেবচাইট
- Paan Singh Tomar সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত পান সিং তোমৰ (চলচ্চিত্ৰ)।
- পান সিং তোমৰ (চলচ্চিত্ৰ) Box Office Mojo’ত;