সমললৈ যাওক

পায়েল সৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পায়েল সৰকাৰ

২০১৯ চনত সৰকাৰ
জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৮১ (৪৪ বছৰ)[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা যাদৱপুৰ বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি

পায়েল সৰকাৰ (ইংৰাজী: Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে।[2] তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

পায়েল সৰকাৰে ১৯৮৪ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে পশ্চিমবংগকলিকতাত জন্মগ্ৰহণ কৰিছিল।[1] তেওঁ ২০০৪ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বঙালী কৈশোৰ আলোচনী উনিশ-কুড়িৰ বেটুপাত মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

সৰকাৰে ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বেহালা পূৰ্ব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।[4]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
টোকা
Films that have not yet been released

এতিয়াও মুক্তি লাভ কৰা নাই

পায়েল সৰকাৰ অভিনীত চলচ্চিত্ৰসমূহৰ তালিকা
বৰ্ষ শিৰোনাম চৰিত্ৰ টোকা
২০০৪ শুধু তুমি অঞ্জনা
২০০৬ বিবৰ ইতি
২০০৭ আই লাভ ইউ পূজা
এফএম ফান অউৰ মাস্তি ৰজি
২০০৯ ক্ৰছ কানেকশ্যন পিয়া
প্ৰেম আমাৰ ৰিয়া
২০১০ লে ছক্কা ৰাণী মিত্ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আনন্দলোক পুৰস্কাৰ
২০১১ জানি দেখা হবে হিয়া
২০১২ লে হালুয়া লে সোণালী
বোঝেনা সে বোঝেনা জয়িতা
বাৱালি আনলিমিটেড মুনমুন
২০১৩ গোলেমালে গোলেমালে পিৰিত কোৰো না
আষাড়ে গপ্পো
২০১৪ বাঙালী বাবু ইংলিশ মেম কেমিঅʼ
বচ্চন
চতুষ্কোণ
২০১৫ এবাৰ শবৰ
লড়াই: প্লে টু লিভ অনুৰাধা এছ. ৰিয়ান
অমানুষ ২
জামাই ৪২০ জুলি
যমেৰ ৰাজা দিল বৰ ৰিয়া বেনাৰ্জী শ্ৰেষ্ঠ অভিনেত্ৰীৰ কলাকাৰ বঁটা
গুড্ডু কী গান প্ৰথম হিন্দী চলচ্চিত্ৰ
২০১৬ আগন্তুকেৰ পৰে
ঈগলেৰ চোখ
হেমন্ত
চকলেট
২০১৭ জিও পাগলা
২০১৮ ভাইজান এলো ৰে
২০১৯ মুখোমুখি
জামাই বদল
ভালোবাসাৰ শহৰ
২০২০ কোৰাপাক
মুখোশ
একটি তাৰা
হাৰানো প্ৰাপ্তি জি৫ মুক্তি
বিয়ে.কম জি৫ মুক্তি
২০২১ মেজিক
সীমান্ত [5]
অনুসন্ধান [6]
২০২২ দ্য একেন
জালবন্দী
কুলপি
জতুগৃহ
হাৰ মানা হাৰ
২০২৩ ছায়াময়ী দামিনী
একটু সৰে বসুন ঊৰ্মি
২০২৪ আবাৰ অৰণ্যে দিন ৰাত্ৰি নন্দিনী
দৰদ অগ্নি
  • বহুভাষিক চলচ্চিত্ৰ; ভাৰত বাংলাদেশৰ যৌথ উদ্যোগ
২০২৫ বাবু সোণা তিতাস [7]
অলক্ষ্যে ঋত্বিক সুৰমা ঘটক [8]
প্ৰশ্ন তিতলি
দ্য একাডেমী অফ ফাইন আৰ্টছ Not yet released ঘোষণা হ’ব [9]

টেলিভিছন

[সম্পাদনা কৰক]
  • দিয়াৰ চৰিত্ৰত একদিন প্ৰতিদিন [২০০৫–২০০৭][উদ্ধৃতিৰ প্ৰয়োজন]
  • মিছাল ৰাহেজাৰ বিপৰীতে শ্ৰুতিৰ চৰিত্ৰত প্ৰেম কাহিনী [৩০ এপ্ৰিল ২০০৭ – ১৭ জানুৱাৰী ২০০৮][10]
  • ৱাক্ত বতায়েগা কৌন আপনা কৌন পৰায়াত ৰুদ্ৰাৰ চৰিত্ৰত (নায়িকা; পূৰ্বৰ জন্মত শমলীও যাক তেওঁৰ স্বামী জয়ন্তই হত্যা কৰিছিল) [১৪ এপ্ৰিল ২০০৮ – ৩০ অক্টোবৰ ২০০৮][উদ্ধৃতিৰ প্ৰয়োজন]
  • ৰাজকুমাৰী গৌৰীৰ চৰিত্ৰত শকুন্তলা [২ ফেব্ৰুৱাৰী ২০০৯ – ১৫ মে' ২০০৯][উদ্ধৃতিৰ প্ৰয়োজন]
  • পূজা সিংৰ চৰিত্ৰত লেডিজ স্পেচিয়েল [২৫ মে' ২০০৯ – ৯ ডিচেম্বৰ ২০০৯][উদ্ধৃতিৰ প্ৰয়োজন]

ৱেব ধাৰাবাহিক

[সম্পাদনা কৰক]
পায়েল সৰকাৰ অভিনীত ৱেব ধাৰাবাহিকসমূহৰ তালিকা
বৰ্ষ ধাৰাবাহিক অʼটিটি চৰিত্ৰ টোকা
২০১৭ কাৰ্টুন হইচই জিনিয়া
২০১৯ শৰতে আজ জি৫ সাহানা [11] [12] [13]
২০২০ শব্দ জব্দ হইচই অদিতি [14]
মিছমেচ ছিজন ৩ হইচই নিবেদিতা
২০২২ এনক্ৰিপ্টেড ক্লিক
মাৰ্ডাৰ বাই দ্য চী হইচই
হেল্লʼ! ৰিমেম্বাৰ মী? হইচই
২০২৪ কাঁটায় কাঁটায় জি৫ কাবেৰী দত্ত গুপ্ত
  • আনন্দলোক বঁটা, ২০১০ বৰ্ষৰ লে ছক্কাৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী
  • কলাকাৰ বঁটা, ২০১৬ বৰ্ষৰ যমেৰ ৰাজা দিল বৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Payel Sarkar Birthday-AajTak". AajTak. https://bangla.aajtak.in/cinema-and-tv-serial-news/tollywood-bengali-cinema/photo/actress-payel-sarkar-bold-pictures-her-birthday-fans-giving-virtual-wishes-and-love-263529-2021-02-10-1। আহৰণ কৰা হৈছে: 2024-04-04. 
  2. Roy, Priyanka (11 August 2008). "Who's that girl?". telegraphindia.com (Calcutta, India). Archived from the original on 3 February 2013. https://archive.today/20130203113638/http://www.telegraphindia.com/1080811/jsp/entertainment/story_9672780.jsp। আহৰণ কৰা হৈছে: 27 November 2010. 
  3. "Actress Payel Sarkar talks about her Behala East connect, shift from acting to politics and more". 14 March 2021. Archived from the original on 14 September 2023. https://web.archive.org/web/20230914192459/https://news.abplive.com/videos/news/india-actress-payel-sarkar-talks-about-her-behala-east-connect-shift-from-acting-to-politics-and-more-abp-news-exclusive-1448496। আহৰণ কৰা হৈছে: 3 April 2021. 
  4. "How BJP's using intellectuals, actors to win Bengal & 'get traction' in Tamil Nadu, Kerala". 16 March 2021. Archived from the original on 22 March 2021. https://web.archive.org/web/20210322141624/https://theprint.in/politics/how-bjps-using-intellectuals-actors-to-win-bengal-get-traction-in-tamil-nadu-kerala/622479/। আহৰণ কৰা হৈছে: 3 April 2021. 
  5. "নো ম্যানস ল্যাণ্ড- এৰ গল্প বলবেন পায়েল,ৰাহুল, সাহেবৰা, আসছে 'সীমান্ত'" (bn ভাষাত). Hindustantimes Bangla. 28 September 2020. Archived from the original on 9 October 2020. https://web.archive.org/web/20201009133729/https://bangla.hindustantimes.com/entertainment/payel-sarkar-rahul-banerjee-and-ranojoy-binshnu-to-star-in-suman-maitra-s-next-film-shimanto-31601271438946.html। আহৰণ কৰা হৈছে: 5 October 2020. 
  6. "Paayel and Saswata set to fly to London for Kamaleswar's film shoot" (en ভাষাত). 2 September 2020. Archived from the original on 2 May 2023. https://web.archive.org/web/20230502134956/https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/paayel-and-saswata-set-to-fly-to-london-for-kamaleswars-film-shoot/articleshow/77894319.cms. 
  7. "যুক্তিহীন গল্প ও দৰ্শকেৰ স্নায়ুৰ পৰীক্ষা! জীতু-শ্ৰাবন্তীৰ ‘বাবু সোণা’ কি প্ৰত্যাশা পূৰণ কৰল" (bn ভাষাত). 16 February 2025. https://www.anandabazar.com/entertainment/review-of-bengali-film-babu-shona-starring-jeetu-kamal-and-srabanti-chatterjee-dgtl/cid/1582333. 
  8. "Alakshye Ritwik Movie Review: A not-so-unknown biography of a legend". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/alakshye-ritwik/amp_movie_review/119526059.cms। আহৰণ কৰা হৈছে: 2025-05-09. 
  9. "সত্যজিৎকে অভিনব শ্ৰদ্ধাৰ্ঘ্য, ‘জয় বাবা ফেলুনাথ’ এবং ‘চিড়িয়াখানা’-ৰ পোষ্টাৰেৰ আদলে ‘চোৰ’দেৰ ছবি ঘোষণা!" (en ভাষাত). Aaj Kal. https://www.aajkaal.in/story/45976/the-academy-of-fine-arts-movie-announces-release-with-satyajit-ray-inspired-poster#google_vignette। আহৰণ কৰা হৈছে: 2025-05-09. 
  10. . 25 August 2008. Archived from the original on 4 November 2012. https://web.archive.org/web/20121104013915/http://articles.timesofindia.indiatimes.com/2008-08-25/news-interviews/27926674_1_rudra-character-love-story. 
  11. "ZEE5 announces Sharate Aaj, their biggest Bengali Original, yet". Indian Television Dot Com. 2 November 2018. Archived from the original on 13 August 2019. https://web.archive.org/web/20190813143906/http://www.indiantelevision.com/iworld/over-the-top-services/zee5-announces-sharate-aaj-their-biggest-bengali-original-yet-181102। আহৰণ কৰা হৈছে: 12 August 2020. 
  12. "Sharate Aaj: Zee5's Biggest Bengali Original Series Releases on 21st February | Webfare .live". 23 July 2019. Archived from the original on 23 July 2019. https://web.archive.org/web/20190723073903/https://www.webfare.live/latest-news/sharate-aaj-zee5s-biggest-bengali-original-series-releases-on-21st-february/. 
  13. "Sharate Aaj review: Zee5's new Bengali series is a smartly written thriller loaded with terrific performances". Firstpost. 3 March 2019. Archived from the original on 18 May 2019. https://web.archive.org/web/20190518001459/https://www.firstpost.com/entertainment/sharate-aaj-review-zee5s-new-bengali-series-is-a-smartly-written-thriller-loaded-with-terrific-performances-6187261.html। আহৰণ কৰা হৈছে: 23 July 2019. 
  14. "ৰজত কাপুৰ-মুমতাজ-পায়েল অভিনীত 'শব্দজব্দ'! মুক্তি পেল ট্ৰেলাৰ". 9 February 2020. Archived from the original on 3 December 2020. https://web.archive.org/web/20201203172325/https://bengali.indianexpress.com/entertainment/rajat-kapoor-payel-sarkar-mumtaz-sarkar-hoichoi-web-series-shobdo-jobdo-trailer-released-189992/। আহৰণ কৰা হৈছে: 12 August 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]