পালক পনীৰ
![]() পালক পনীৰ | |
অন্য নাম | পালক চেনা |
---|---|
প্ৰকাৰ | মূল |
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | ভাৰত |
পৰিবেশনৰ উষ্ণতা | গৰম |
মুখ্য উপাদান | পালেং শাক, পনীৰ/চানা, পিঁয়াজ |
পালক পানীৰ (ইংৰাজী: Palak paneer) বা পালক চানা[1] এবিধ ভাৰতীয় খাদ্য।[2] পিহি মিহি কৰা পালেং শাকৰ পৰা তৈয়াৰী ডাঠ পেষ্টত চানা[3] বা পনীৰেৰে ইয়াক ৰন্ধা হয়, হিন্দী, মাৰাঠী, গুজৰাটী আৰু অন্যান্য ভাৰতীয় ভাষাত পালক বুলি কোৱা হয় যদিও অসমীয়াত পালেং বুলি কোৱা হয়।[4][5][6]
এংলো-আমেৰিকাৰ ৰেষ্টুৰেণ্টত কেতিয়াবা পালক চানা আৰু সাগ চেনা(শাক চানা) শব্দ দুটা বিনিময়ত ব্যৱহাৰ কৰা হয়। কিন্তু সাগ চেনা পৰম্পৰাগত পালক চেনাতকৈ পৃথক কাৰণ ইয়াত অন্যান্য সেউজীয়া পাতৰ শাক-পাচলি, যেনে সৰিয়হৰ সেউজীয়া, আনহাতে পালক পনীৰত কেৱল পালেং শাকহে থাকে।[7][8][9] ধাবাৰ ৰেষ্টুৰেণ্টসমূহ প্ৰায়ে পালক চেনাৰ প্ৰস্তুত কৰাত পাৰ্গত।
প্ৰস্তুতি
[সম্পাদনা কৰক]প্ৰথমে পালেং শাক উতলাই পেষ্ট কৰি পালক পানীৰ প্ৰস্তুত কৰা হয়। তাৰ পিছত পেষ্টখিনি ছ’টেড টমেটো আৰু পিঁয়াজৰ সৈতে মিহলাই লোৱা হয়। তাৰ পিছত পেষ্টত গ্ৰীল কৰা পানীৰৰ টুকুৰা যোগ কৰা হয়। পালক পনীৰ সাধাৰণতে আদা, নহৰু, টমেটো, গৰম মছলা, হালধি, জলকীয়া পাউদাৰ আৰু জিৰাৰ সৈতে মছলাযুক্ত কৰি ৰন্ধা হয়।[10][9][11][12]
পৰিৱেশন
[সম্পাদনা কৰক]পালক পানীৰ গৰমে গৰমে পাৰ্শ্বীয় খাদ্য যেনে ৰুটি, নান, পৰঠা, মক্কি কি ৰোটি, বা সিজোৱা ভাতৰ লগত পৰিৱেশন কৰা হয়। অধিক পৰম্পৰাগত পদ্ধতিৰ বাবে কাষত পিঁয়াজৰ সৈতেও পৰিবেশন কৰিব পাৰি।
শেহতীয়া বছৰবোৰত পালক পনীৰ সংযোজনত ভিন্নতা দেখা গৈছে। ২০২০ চনৰ জুলাই মাহত বাংগালুৰুৰ এগৰাকী ফুড ব্লগাৰে তেওঁৰ পালক পনীৰ ইডলীৰ সেতে পোষ্ট কৰিছিল। এই খাদ্যই টুইটাৰ আৰু ইনষ্টাগ্ৰামত এই দুটা উত্তৰ আৰু দক্ষিণ ভাৰতীয় খাদ্যৰ অস্বাভাৱিক সংমিশ্ৰণৰ বিষয়ে আলোচনাৰ সূচনা কৰে।[13][14]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "छेना कॉर्न पालक (Chena Corn Palak recipe in Hindi) रेसिपी बनाने की विधि in Hindi by Rimjhim Agarwal" (hi ভাষাত). Cookpad. 18 March 2019. https://cookpad.com/in-hi/recipes/7673255-%E0%A4%9B%E0%A4%A8-%E0%A4%95%E0%A4%B0%E0%A4%A8-%E0%A4%AA%E0%A4%B2%E0%A4%95-chena-corn-palak-recipe-in-hindi। আহৰণ কৰা হৈছে: 2023-04-01.
- ↑ Pastime, Palatable. "PALAK PANEER (INDIAN FRESH SPINACH WITH PANEER CHEESE)". http://www.geniuskitchen.com/recipe/palak-paneer-indian-fresh-spinach-with-paneer-cheese-25348.
- ↑ Wennakoski-Bielicki, Lakshmi (2015-07-21) (en ভাষাত). Pure Vegetarian: 108 Indian-Inspired Recipes to Nourish Body and Soul. Shambhala Publications. ISBN 978-1-61180-144-6. https://books.google.com/books?id=fb1vDwAAQBAJ&dq=chhena+paneer&pg=PA42.
- ↑ "spinach - Meaning in Hindi - Shabdkosh". www.shabdkosh.com. https://www.shabdkosh.com/dictionary/english-hindi/spinach/spinach-meaning-in-hindi। আহৰণ কৰা হৈছে: 2020-10-13.
- ↑ "spinach - Meaning in marathi - Shabdkosh". www.shabdkosh.com. https://www.shabdkosh.com/dictionary/english-marathi/spinach/spinach-meaning-in-marathi। আহৰণ কৰা হৈছে: 2020-10-13.
- ↑ "spinach - Meaning in gujarati - Shabdkosh". www.shabdkosh.com. https://www.shabdkosh.com/dictionary/english-gujarati/spinach/spinach-meaning-in-gujarati। আহৰণ কৰা হৈছে: 2020-10-13.
- ↑ amit, dassana (2013-05-22). "palak paneer recipe, how to make palak paneer | best palak paneer recipe" (en-US ভাষাত). Veg Recipes of India. https://www.shabdkosh.com/.
- ↑ LeVaux, Ari (15 May 2020). "Summer blend: Mix up some spinach, spices for palak paneer". The Palm Beach Post. https://www.palmbeachpost.com/lifestyle/20200515/summer-blend-mix-up-some-spinach-spices-for-palak-paneer.
- ↑ 9.0 9.1 "Palak Paneer | Easy Palak Paneer Recipe » Dassana's Veg Recipes" (en-US ভাষাত). Dassana's Veg Recipes. 2013-05-22. https://www.vegrecipesofindia.com/palak-paneer/। আহৰণ কৰা হৈছে: 2020-10-13.
- ↑ "Easy, Creamy, Tasty Palak Paneer Recipe Hindi | पालक पनीर रेसिपी". hothindirecipe.in. 12 May 2023. Archived from the original on 11 May 2023. https://web.archive.org/web/20230511140547/https://www.hothindirecipe.in/2023/05/palak-paneer-recipe-hindi.html। আহৰণ কৰা হৈছে: 11 May 2023.
- ↑ "Palak Paneer Recipe | How to Make Palak Paneer | Palak Paneer". NDTV Food. https://food.ndtv.com/recipe-palak-paneer-98895। আহৰণ কৰা হৈছে: 2020-10-13.
- ↑ Pitre, Urvashi (September 19, 2017). Indian Instant Pot® Cookbook: Traditional Indian Dishes Made Easy and Fast. Rockridge Press. পৃষ্ঠা. 88. ISBN 978-1939754547.
- ↑ "'Palak Paneer Idli' is a North-South Fusion Dish that Twitter Doesn't Want to Have". News18. 29 July 2020. https://www.news18.com/news/buzz/palak-paneer-idli-is-a-north-south-fusion-dish-that-twitter-doesnt-want-to-have-2741407.html। আহৰণ কৰা হৈছে: 2020-10-14.
- ↑ "There's now a palak paneer idli that has sparked a debate on social media" (en ভাষাত). The Indian Express. 2020-07-30. https://indianexpress.com/article/trending/trending-in-india/palak-paneer-idli-reactions-6528972/। আহৰণ কৰা হৈছে: 2020-10-14.