সমললৈ যাওক

পাৰ্ল মানে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰ্ল মানে

২০২০ চনত পাৰ্ল
জন্ম ২৮ মে', ১৯৮৯ (৩৭ বছৰ)[1]
অলুভা, কেৰালা, ভাৰত
শিক্ষানুষ্ঠান ক্ৰীষ্ট ইউনিভাৰ্চিটি, বাংগালোৰ
পেচা
  • অভিনেত্ৰী
  • গীতিকাৰ
  • গায়িকা
  • ইউটিউবাৰ
  • টেলিভিছন উপস্থাপিকা
সক্ৰিয় হৈ থকা সময় ২০১১ – বৰ্তমান
দাম্পত্যসঙ্গী শ্ৰীনিশ অৰবিন্দ (২০১৯)
সন্তান ২

পাৰ্ল মানে (ইংৰাজী: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।[2] পাৰ্ল বিগ বছ মালয়ালম ছিজন ১-ৰ প্ৰথম ৰানাৰ্চ-আপ হিচাপেও পৰিগণিত হৈছিল।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পাৰ্ল মানে কোচিস্থিত এটা চিৰো-মালাবাৰ ছেইণ্ট থমাছ খ্ৰীষ্টিয়ান[4] যৌথ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁলোকৰ আদি বাসস্থান আছিল চৌৱাৰাত।[4] তেওঁ থিৰুৱনন্তপুৰমৰ 'হোলী এঞ্জেলছ কনভেণ্ট' আৰু কালামাছেৰীৰ 'ৰাজগিৰি পাব্লিক স্কুল'ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ বাংগালোৰৰ ক্ৰীষ্ট ইউনিভাৰ্চিটিৰপৰা মিডিয়া ষ্টাডিজ বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।[5] বৰ্তমান তেওঁৰ পিতৃ-মাতৃ ত্ৰিছূৰত বসবাস কৰে।[6][7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পাৰ্লে ইণ্ডিয়াভিছনৰ সহযোগী মালয়ালম টেলিভিছন চেনেল য়েছ ইণ্ডিয়াভিছনত সংগীতভিত্তিক অনুষ্ঠান য়েছ জুকবক্সৰ ২৫০ টাতকৈও অধিক খণ্ডৰ আঁত ধৰিছিল।[8] তেওঁ অমৃতা টিভিত সম্প্ৰচাৰিত ভ্ৰমণ আৰু ৰন্ধন প্ৰণালীভিত্তিক অনুষ্ঠান টেষ্ট অৱ কেৰালাত ছেৰা (Serah) ছদ্মনামেৰে উপস্থপনা কৰিছিল।[9][10]

২০১৪ চনত অক্টোবৰ মাহত তেওঁ মাজহাভিল মনোৰমা চেনেলত গামঅন ডি২ নামৰ নৃত্যৰ ৰিয়েলিটি শ্ব’টোৰ উপস্থাপনা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইয়াৰ উপস্থাপিকা আছিল জুৱেল মেৰী। এই শ্ব’টোত তেওঁৰ সহ-উপস্থাপক আছিল গোবিন্দ পদ্মসূৰ্য।[11] ইয়াৰ উপৰি তেওঁ কৌমূদী টিভিৰ অনুষ্ঠান চিনেমা কোম্পানী (ছিজন ২)-ৰ আঁত ধৰিছিল। ২০১৮ চনত তেওঁ এছিয়ানেটত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ বিগ বছৰ প্ৰথম ছিজনত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে আৰু ৰানাৰ্চ-আপ খিতাপ দখল কৰে। ১০০ দিন সম্পূৰ্ণ কৰা তেৱেঁই আছিল একমাত্ৰ মহিলা প্ৰতিযোগী।[উদ্ধৃতিৰ প্ৰয়োজন]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৮ চনত বিগ বছ ৰিয়েলিটি শ্ব’ৰ প্ৰথম ছিজনৰ সময়ত তেওঁ সহ-প্ৰতিযোগী শ্ৰীনিশ অৰবিন্দৰ সৈতে এক ৰোমাণ্টিক সম্পৰ্কত আবদ্ধ হয় আৰু দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।[12] ২০১৯ চনৰ ১৭ জানুৱাৰীত এটা ব্যক্তিগত অনুষ্ঠানত মানে শ্ৰীনিশ অৰবিন্দৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে।[13] ২০১৯ চনৰ ৫ মে'ত এই দম্পতীয়ে খ্ৰীষ্টিয় ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় আৰু ২০১৯ চনৰ ৮ মে'ত তেওঁলোকৰ এটা হিন্দু বিবাহ অনুষ্ঠানও সম্পন্ন হয়।[14] তেওঁলোকৰ নীলা আৰু নিতাৰা নামৰ দুগৰাকী কন্যা সন্তান আছে, যি ক্ৰমে ২০২১ চনৰ ২০ মাৰ্চ আৰু ২০২৪ চনৰ ১৩ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল।[15][16][17]

২০২৬ চনৰ জুলাই মাহত পাৰ্লে শিক্ষাৰ্থীসকলৰ নেতৃত্বত হোৱা ২০২৬ দিল্লী যন্তৰ মন্তৰ প্ৰতিবাদ সন্দৰ্ভত মন্তব্য কৰি এটা ইনষ্টাগ্ৰাম প’ষ্ট কৰিছিল। তেওঁৰ এই প’ষ্টটোৱে মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল, যিবোৰৰ বেছিভাগেই আছিল নেতিবাচক।[18] তেওঁক সমালোচনা কৰাসকলৰ ভিতৰত আছিল চলচ্চিত্ৰ পৰিচালক চিবি মালায়িলৰ পুত্ৰ জো চিবি মালায়িল।[19] পাৰ্লে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত জো-ৰ উত্তৰ দি চিবি মালায়িলক এজন ব্যৰ্থ চলচ্চিত্ৰ নিৰ্মাতা বুলি কটাক্ষ কৰে, যিটো তেওঁ পিছত মচি পেলায়।[20][21][22]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকাপ্ৰসংগ
২০১৩নীলাকাশম পচাকডল চুভন্না ভূমিবাইকাৰ গাৰ্ল[23]
২০১৪দ্য লাষ্ট চাপৰপেৰ্লি[24]
জ্ঞানবল্লী[25]
২০১৫লোহম[26][27]কনে[28]
ডাবল বেৰেলশ্বী[29]
জো এণ্ড দ্য বয়মিথু[25]
২০১৬কল্যাণ বৈভোগমেবৈদেহীতেলুগু চলচ্চিত্ৰ[30]
প্ৰেথমসুহান্নিছা[25]
কাপ্পিৰি থুৰুথুয়ামী[31]
২০১৭টিম ৫সুৰেশ আলীনা[উদ্ধৃতিৰ প্ৰয়োজন]
পুল্লীকাৰণ ষ্টাৰাএঞ্জেলিনা[32]
২০১৮হুডলৰেছইংৰাজী/মালয়ালম দ্বিভাষী চলচ্চিত্ৰ[33]
২০২০লুডোশ্বীজা থমাছহিন্দী চলচ্চিত্ৰ, নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত[34]
২০২২বলিমাইক্ৰিষ্টিনাতামিল চলচ্চিত্ৰ[35]
২০২৩কুইন এলিজাবেথচেলিব্ৰিটি
২০২৫ডিটেক্টিভ উজ্জ্বলনদিব্যাকেমিঅ’ ভূমিকা[36]

চুটি চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰপ্ৰসংগ
২০১৫পুঞ্চীৰিক্কু পৰস্পৰমবাইকাৰ গাৰ্ল[37]
২০১৭হেণ্ড অৱ গডনিজ ভূমিকা (কাৰ গাৰ্ল)[38]
২০২৩দা ডিলেপ্ৰতিৱেশী

টেলিভিছন

[সম্পাদনা কৰক]

উপস্থাপিকা হিচাপে

[সম্পাদনা কৰক]
বৰ্ষঅনুষ্ঠানচেনেলটোকা
২০০৮য়েছ জুকবক্সইণ্ডিয়াভিছন
২০১০–২০১২টেষ্ট অৱ কেৰালাঅমৃতা টিভি"ছেৰা" হিচাপে ক্ৰেডিট দিয়া হৈছে
২০১৪ডি ৪ ডান্সমাজহাভিল মনোৰমাজুৱেল মেৰীৰ স্থলাভিষিক্ত হয়
সহ-উপস্থাপক গোবিন্দ পদ্মসূৰ্য
২০১৪–২০১৫ডি২ – ডি ৪ ডান্সসহ-উপস্থাপক গোবিন্দ পদ্মসূৰ্য
২০১৫–২০১৬চিনেমা কোম্পানী ছিজন ২কৌমূদী টিভি
২০১৫আইফা উৎসৱমছান টিভি নেটৱৰ্কসূৰজ ভেঞ্জাৰামূডুৰ সৈতে
২০১৫ৰাণীপদ্মিনীমাৰমাজহাভিল মনোৰমা
২০১৫কাব্যকোপ্পম জিপিউম পেৰ্লীয়ুমমাজহাভিল মনোৰমা
২০১৬ডি৩ – ডি ৪ ডান্সমাজহাভিল মনোৰমাসহ-উপস্থাপক আদিল ইব্ৰাহিম
ডি ৪ ডান্স ৰিলোডেডসহ-উপস্থাপক আদিল ইব্ৰাহিম
২০১৬–২০১৭কাট্টুৰুম্বুফ্লাৱাৰ্ছ
২০১৭ফ্লাৱাৰ্ছ টিভি এৱাৰ্ডছ ২০১৭বঁটা প্ৰদান অনুষ্ঠান
২য় আইফা উৎসৱমসূৰ্য টিভিটিনি টমৰ সৈতে
২০১৭–২০১৮মান্য মহা জনঙ্গলেকাইৰালী টিভিবিচাৰক হিচাপেও
২০১৮–বৰ্তমানপাৰ্ল মানে শ্ব’ইউটিউবপাৰ্ল প্ৰডাকচন্‌ছ
২০১৭তামাৰ পদৰফ্লাৱাৰ্ছলক্ষ্মী নক্ষত্ৰৰদ্বাৰা স্থলাভিষিক্ত হয়
২০১৮মিৰ্চি মিউজিক এৱাৰ্ডছ চাউথএছিয়ানেটবঁটা প্ৰদান অনুষ্ঠান
এছিয়ানেট কমেডী এৱাৰ্ডছবঁটা প্ৰদান অনুষ্ঠান
এছিয়ানেট টেলিভিছন এৱাৰ্ডছ ২০১৮বঁটা প্ৰদান অনুষ্ঠান
মিডুক্কীমাজহাভিল মনোৰমা
আম্মা মাজহাভিল্লু ভিলম্বৰম
নায়িকা নায়কনঅশ্বথী শ্ৰীকান্তৰদ্বাৰা স্থলাভিষিক্ত হয়
২০১৯৮ম চাউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ডছসূৰ্য টিভিবঁটা প্ৰদান অনুষ্ঠান
২০১৯–২০২০ডান্স জোড়ী ডান্স ৩.০জি তামিলতামিল ৰিয়েলিটি শ্ব’
সহ-উপস্থাপক দীপক দিনকৰ
২০২০ফানী নাইটছ উইথ পাৰ্ল মানেজি কেৰালামসূৰজ ভেঞ্জাৰামূডুৰদ্বাৰা স্থলাভিষিক্ত হয় আৰু "ফানী নাইটছ" নামেৰে পুনৰ মুকলি কৰা হয়
লকডাউন টকছইউটিউবকোৱাৰেণ্টাইন বিশেষ অনুষ্ঠান
২০২১১০ম চাউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ডছসূৰ্য টিভিবঁটা প্ৰদান অনুষ্ঠান
গোবিন্দ পদ্মসূৰ্যৰ সৈতে
২০২২কুক উইথ কমেডীএছিয়ানেট

অন্যান্য ভূমিকা

[সম্পাদনা কৰক]
বৰ্ষঅনুষ্ঠানচৰিত্ৰচেনেলটোকা
২০১১–২০১২চুম্মাছেৰাঅমৃতা টিভিটিভি ধাৰাবাহিক
২০১৫তেঙ্গাকোলা মঙ্গাতোলীনিজ ভূমিকামাজহাভিল মনোৰমাসংগীত এলবাম (গোবিন্দ পদ্মসূৰ্যৰ সৈতে)
২০১৫চেলিব্ৰেট হেপিনেছনিজ ভূমিকামিউজিক ভিডিঅ’
২০১৬দেশদানকিলী কৰায়ৰিলানিজ ভূমিকাভিডিঅ’ এলবাম
২০১৭হেণ্ড অৱ গডনিজ ভূমিকা (কাৰ গাৰ্ল)হ্ৰস্ব চলচ্চিত্ৰ
২০১৭মিনিট টু উইন ইটঅংশগ্ৰহণকাৰীগেম শ্ব’
২০১৮বিগ বছ (মালয়ালম ছিজন ১)প্ৰতিযোগী (নিজ ভূমিকা)এছিয়ানেটৰিয়েলিটি শ্ব’; প্ৰথম ৰানাৰ্চ-আপ [39]
২০১৮–২০৯৯পাৰ্লীশ ছিজন ১, ২পাৰ্লইউটিউবসংগীত এলবাম / ৱেব চিৰিজ (শ্ৰীনিশ অৰবিন্দৰ সৈতে)
২০১৯অৰু কুথু কথাপাৰ্লসংগীত এলবাম / ৱেব চিৰিজ (শ্ৰীনিশ অৰবিন্দ / শ্বিয়াছ কৰিমৰ সৈতে)
২০২০কিচেন, খন্না এণ্ড কনভাৰ্চেশ্যন ছিজন ৩ৰান্ধনী (চেফ)হটষ্টাৰৰন্ধন প্ৰণালীৰ অনুষ্ঠান
২০২০প্লাষ্টিক এণ্ড ইলাষ্টিকপ্লাছইউটিউবৱেব চিৰিজ
২০২০অৱস্থাঐশ্বৰ্যৱেব চিৰিজ
২০২০চেল্লাকুট্টিয়েতামিল সংগীত এলবাম
২০২১মাভেলিনিজ ভূমিকানেটফ্লিক্সহ্ৰস্ব চলচ্চিত্ৰ

সংগীতপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষগীতচলচ্চিত্ৰ/অনুষ্ঠানগীতিকাৰগায়কসুৰকাৰভাষাটোকা
২০১৪বেল্লী চংদা লাষ্ট চাপৰনহয়হয়গোপী সুন্দৰআৰবী
২০১৬পল পলকল্যাণ বৈভোগমেনহয়হয়কল্যাণ কডুৰীতেলেগুৰাহুল নাম্বিয়াৰ (সহ-গায়ক)
২০১৮টাইটেল চংপাৰ্ল মানে শ্ব’ (ৱেব চিৰিজ)হয়হয়গোপী সুন্দৰইংৰাজী
ফ্লাই উইথ ইউপাৰ্লীশ (ৱেব চিৰিজ)হয়হয়জেচিন জৰ্জতামিলজেচিন জৰ্জ (সহ-গায়ক)
২০১৯হু আৰ ইউহুহয়নহয়মংগল সুৱৰ্ণনইংৰাজী
লোনলী লেকহয়নহয়মণিকণ্ঠন আয়াপ্পা
মুন্নালে পোনালেঅৰু অডাৰ লাভহয়নহয়শান ৰহমানতামিল
২০২০চেল্লাকুট্টিয়েঅৱস্থা (ৱেব চিৰিজ)হয়নহয়জেচিন জৰ্জ
চেল্লাকান্নানেমিউজিক ভিডিঅ’হয়হয়জেচিন জৰ্জজেচিন জৰ্জ (সহ-গায়ক)
২০২১ক্ৰেজী ৱৰ্ল্ডমিউজিক ভিডিঅ’হয়হয়জেচিন জৰ্জইংৰাজী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Happy Birthday my 'ideal wife and friend', says Srinish as he shares a love-filled birthday wish for wife Pearle Maaney". 28 May 2020. https://timesofindia.indiatimes.com/tv/news/malayalam/happy-birthday-my-ideal-wife-and-friend-says-srinish-as-he-shares-a-love-filled-birthday-wish-for-wife-pearle-maaney/articleshow/76060406.cms.
  2. ↑ "Pearle Maaney in Sameer Thahir's next film". The Times of India. 1 June 2013. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Pearle-Maaney-in-Sameer-Thahirs-next-film/articleshow/20365776.cms। আহৰণ কৰা হৈছে: 26 February 2015.
  3. ↑ Bigg Boss Malayalam Season 1 Grand Finale: Sabumon Emerges As The Big Winner! , *Filmibeat*, 1 October 2018. Retrieved from https://www.filmibeat.com/malayalam/news/2018/bigg-boss-malayaam-season-1-grand-finale-sabumon-emerges-as-the-big-winner-277895.html
  4. 1 2 "In pics: 'Bigg Boss' Malayalam stars Pearle Maaney and Srinish get married" (en ভাষাত). The News Minute. 6 May 2019. https://thenewsminute.com। আহৰণ কৰা হৈছে: 23 October 2021.
  5. ↑ "Catching up with Pearle Maaney". MalayaliMag.com. 7 October 2013. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402095410/http://www.malayalimag.com/articles/oct2013_22/। আহৰণ কৰা হৈছে: 26 February 2015.
  6. ↑ "Very Pearle – WtzUp Kochi". WtzUp Kochi. 4 January 2015. http://issuu.com/fwdlife/docs/wtzup_kochi_dec_for_issuu/1। আহৰণ কৰা হৈছে: 25 February 2015.
  7. ↑ "People think I'm of Arab origin: Pearle Maaney". The Times of India. 24 May 2014. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/People-think-Im-of-Arab-origin-Pearle-Maaney/articleshow/35517293.cms.
  8. ↑ "Pearle Maaney Biography". DROLLYDOLL. Archived from the original on 27 January 2015. https://web.archive.org/web/20150127003052/http://www.drollydoll.com/pearle-maaney-biography-latest-photo-gallery/। আহৰণ কৰা হৈছে: 25 February 2015.
  9. ↑ "Serah Profile on Amrita TV". Amrita TV. http://tasteofkerala.amritatv.com/serah.html। আহৰণ কৰা হৈছে: 22 August 2015.
  10. ↑ "Taste of Kerala – With SALT & PEPPER Team 1/3". https://www.youtube.com/watch?v=Ca8xSruX-G4। আহৰণ কৰা হৈছে: 22 August 2015.
  11. ↑ "Pearle Maaney replaces Jewel in D for Dance". The Times of India. 29 October 2014. https://timesofindia.indiatimes.com/tv/news/malayalam/Pearle-Maaney-replaces-Jewel-in-D-for-Dance/articleshow/44969535.cms.
  12. ↑ "ഞാന്‍ ശ്രീനിയെ ശരിക്കും സ്‌നേഹിക്കുന്നു; ബിഗ് ബോസിന് പുറത്തും പേളി പറയുന്നു". Mathrubhumi. https://mathrubhumi.com.
  13. ↑ "Bigg Boss Malayalam runner-up Pearle Maaney engaged to Srinish". Kerala Wedding Trends. https://keralaweddingtrends.com.
  14. ↑ "Pearle and Srinish make it official; see wedding pics here". Mathrubhumi. https://mathrubhumi.com.[সংযোগবিহীন উৎস]
  15. ↑ "It's A Baby Girl For Ludo Actress Pearle Maaney.". NDTV. https://ndtv.com.[সংযোগবিহীন উৎস]
  16. ↑ "Its a baby girl for TV couple Pearle Maaney and Srinish Aravind; the latter says 'both big baby and small baby are adipoli'". The Times of India. https://indiatimes.com.
  17. ↑ "TV couple Pearle Maaney and Srinish Aravind welcome their second baby girl, Nitara Srinish". 13 January 2024. https://indiatimes.com.
  18. ↑ "Pearle Maaney faces massive backlash for comments on student protests, loses 2 lakh Instagram followers". @onmanorama. https://onmanorama.com। আহৰণ কৰা হৈছে: 2026-07-26.
  19. ↑ "‘You’re messing with the wrong person’: Pearle Maaney hits back at backlash over student protest remarks, deletes post calling out ‘failed filmmaker’". The Times of India. ISSN 0971-8257. https://indiatimes.com.
  20. ↑ Bureau, The Hindu (2026-07-24). "Internet rallies behind filmmaker Sibi Malayil after influencer Pearle Maaney’s “failed filmmaker” dig" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://thehindu.com.
  21. ↑ Das, Santanu (2026-07-24). "Did Pearle Maaney call Sibi Malayil a failed filmmaker? His son fires back after she deletes post" (en ভাষাত). Hindustan Times. https://hindustantimes.com। আহৰণ কৰা হৈছে: 2026-07-26.
  22. ↑ Prakash, സമകാലിക മലയാളം ഡെസ്ക്,Hima (2026-07-08). "'കശ്മീരിൽ കല്ലേറ് നിർത്തിച്ചവർ, ഡൽഹിയിൽ കല്ലേറ് നിർത്തിക്കാൻ വന്നിട്ട് തിരിച്ചു പോയീന്ന് കേട്ടു'; കൃഷ്ണകുമാറിനും പേളിക്കുമെതിരെ ചന്തു" (ml ভাষাত). Samakalika Malayalam - The New Indian Express. https://samakalikamalayalam.com। আহৰণ কৰা হৈছে: 2026-07-26.
  23. ↑ "Pearle Maaney in Sameer Thahir's next film". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/Pearle-Maaney-in-Sameer-Thahirs-next-film/articleshow/20365776.cms.
  24. ↑ "The Last Supper". Sify. 12 May 2014. https://www.sify.com/movies/the-last-supper-review-malayalam-pcmbqlbejbffg.html। আহৰণ কৰা হৈছে: 1 April 2022.
  25. 1 2 3 "Watch Latest Full Movies Online in HD for Free: All Genres & Languages streaming on jiocinema.com". www.jiocinema.com. https://www.jiocinema.com/movies.
  26. ↑ Radhika C Pillai (8 April 2015). "Pearle Maaney to do a cameo in Mohanlal film". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Pearle-Maaney-to-do-a-cameo-in-Mohanlal-film/articleshow/46837702.cms.
  27. ↑ Litty Simon (24 August 2015). "Curly 'Mane'y on a roll". Malayala Manorama. http://english.manoramaonline.com/entertainment/interview/pearle-maaney-on-double-barrel-loham-and-telugu-project.html.
  28. ↑ "Pearle Maaney will be part of Ranjith's Loham". Cochin Talkies. http://www.cochintalkies.com/malayalam-movie-news/pearle-maaney-will-be-part-of-ranjiths-loham.html। আহৰণ কৰা হৈছে: 30 June 2015.
  29. ↑ "Pearle Maaney is Asif's heroine in Double Barrel". The Times of India. 29 October 2014. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Pearle-Maaney-is-Asifs-heroine-in-Double-Barrel/articleshow/44959379.cms.
  30. ↑ "Kalyana Vaibhogame review by jeevi - Telugu cinema review - Naga Shourya & Malavika Nair". www.idlebrain.com. https://www.idlebrain.com/movie/archive/kalyanavaibhogame.html.
  31. ↑ "Kappiri Thuruthu movie review: Peek into Fort Kochi's music trove". Deccan Chronicle. 2016-12-11. https://www.deccanchronicle.com/entertainment/movie-reviews/111216/kappiri-thuruthu-movie-review-peek-into-fort-kochis-music-trove.html.2.5/5 stars
  32. ↑ "Watch Pullikkaran Stara". Disney+ Hotstar. https://www.hotstar.com/in/movies/pullikkaran-stara/1000196112/watch.
  33. ↑ "What is Pearle Maaney's character in Who?". The Times of India. 5 January 2018. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/what-is-pearle-maaneys-character-in-who/articleshow/62379847.cms.
  34. ↑ "Ludo". Netflix. https://www.netflix.com/in/title/81107576.
  35. ↑ "Watch Valimai (2022) Full HD Tamil Movie Online on ZEE5". ZEE5. https://www.zee5.com/movies/details/valimai/0-0-1z5117562.
  36. ↑ "Exclusive | 'Detective Ujjwalan' Directors To Make Big-Budget Superhero Film Next". Hollywood Reporter India. 18 July 2025. https://www.hollywoodreporterindia.com/features/insight/detective-ujjwalan-directors-to-make-big-budget-superhero-film-next-exclusive.
  37. ↑ Sanjith Sidhardhan (3 November 2015). "Mammootty, Mohanlal unite for a 'smile' venture". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Mammootty-Mohanlal-unite-for-a-smile-venture/articleshow/49630837.cms.
  38. ↑ "Hand of God". 5 September 2017. https://www.youtube.com/watch?v=stOX8s3utjg.
  39. ↑ "Bigg Boss Malayalam highlights: Host Mohanlal locks the contestants with 'Manichithra Poottu' in the house". The Times of India. https://timesofindia.indiatimes.com/tv/news/malayalam/bigg-boss-malayalam-live-blog-the-curtain-unveils-for-the-grand-show/articleshow/64722113.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]