সমললৈ যাওক

পুনশ্চ (কাব্য সংকলন)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পুনশ্চ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এখন কাব্য সংকলন।[1][2] এইখন কাব্য সংকলন ১৯৩২ চনত প্ৰকাশিত হৈছিল।[1][2] এই কাব্য সংকলনত অন্তৰ্গত কবিতাসমূহ তেওঁ নতুন গদ্য শৈলীত ৰচনা কৰিছিল।[3][4][5] এই কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহৰ যোগেদি তেওঁ মানৱ জীৱন আৰু মৃত্যু সম্পৰ্কীয় মানুহৰ সমস্যাসমূহ ব্যক্ত কৰিছিল।[1] ঠাকুৰে এই কাব্য সংকলনখন কোনোবা নীতুৰ নামত উৎসৰ্গা কৰিছিল।[6] এই কাব্য সংকলনখনত মুঠ ৫০টা কবিতা আছে।[7]

কবিতাৰ তালিকা

[সম্পাদনা কৰক]

"পুনশ্চ" কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহ হ'ল[7]

  1. কোপাই
  2. নাটক
  3. নূতন কাল
  4. খোয়াই
  5. পত্ৰ
  6. পুকুৰ-ধাৰে
  7. অপৰাধী
  8. ফাঁক
  9. বাসা
  10. দেখা
  11. সুন্দৰ
  12. শেষ দান
  13. কোমল গান্ধাৰ
  14. বিচ্ছেদ
  15. স্মৃতি
  16. ছেলেটা
  17. সহযাত্ৰী
  18. বিশ্বশোক
  19. শেষ চিঠি
  20. বালক
  21. ছেঁড়া কাগজেৰ ঝুড়ি
  22. কীটেৰ সংসাৰ
  23. ক্যামেলিয়া
  24. শালিখ
  25. সাধাৰণ মেয়ে
  26. একজন লোক
  27. খেলনাৰ মুক্তি
  28. পত্ৰলেখা
  29. খ্যাতি
  30. উন্নতি
  31. ভীৰু
  32. তীৰ্থযাত্ৰী
  33. চিৰৰূপেৰ বাণী
  34. শুচি
  35. ৰঙৰেজিনী
  36. মুক্তি
  37. প্ৰেমেৰ সোনা
  38. স্নানসমাপন
  39. প্ৰথম পূজা
  40. অস্থানে
  41. ঘৰছাড়া
  42. ছুটিৰ আয়োজন
  43. মৃত্যু
  44. মানবপুত্ৰ
  45. শিশুতীৰ্থ
  46. শাপমোচন
  47. ছুটি
  48. গানেৰ বাসা
  49. পয়লা আশ্বিন
  50. বাঁশি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Rabindranath Tagore" (en ভাষাত). Poetry Foundation. 2020-05-09. https://www.poetryfoundation.org/poets/rabindranath-tagore। আহৰণ কৰা হৈছে: 2020-05-09. 
  2. 2.0 2.1 "The Flute : Selected Poems of Rabindranath Tagore by Translated by Jadu Saha: As New Hardcover (2003) | Vedams eBooks (P) Ltd" (en-GB ভাষাত). www.abebooks.co.uk. https://www.abebooks.co.uk/9788175411449/Flute-Selected-Poems-Rabindranath-Tagore-8175411449/plp। আহৰণ কৰা হৈছে: 2020-05-09. 
  3. "ৰবীন্দ্ৰনাথ এবং গদ্যকবিতা | daily nayadiganta" (bn ভাষাত). The Daily Nayadiganta. http://old.dailynayadiganta.com/detail/news/217362। আহৰণ কৰা হৈছে: 2020-05-09. [সংযোগবিহীন উৎস]
  4. Koshy, A. V.. "The Increasing Relevance of Rabindranath Tagore for the Contemporary World by Dr Koshy AV and Dr Bina Biswas" (en ভাষাত). Setu: A Bilingual Journal. https://www.academia.edu/36107670. 
  5. "Chapter-1(Rabindranath Tagore)" (en ভাষাত). THE ENCHANTING VERSES LITERARY REVIEW. Archived from the original on 2020-05-04. https://web.archive.org/web/20200504184245/http://www.theenchantingverses.org/chapter-1rabindranath-tagore.html। আহৰণ কৰা হৈছে: 2020-05-09. 
  6. "পুনশ্চ -উৎসৰ্গ | ৰবীন্দ্ৰ ৰচনাবলী". rabindra-rachanabali.nltr.org. https://rabindra-rachanabali.nltr.org/node/14750। আহৰণ কৰা হৈছে: 2020-05-09. 
  7. 7.0 7.1 পুনশ্চ – ৰবীন্দ্ৰ ৰচনাবলী