পুলোমন
অৱয়ব
| পুলোমন | |
|---|---|
| সম্পৰ্ক | দানৱ |
| সন্তান | শচী, আৰু পৌলোমা[1] |
পুলোমন, যাক পুলোমা নামেৰেও জনা যায়, হিন্দু পৌৰাণিক কাহিনীৰ এক ব্যক্তিত্ব। তেওঁক দানৱ জাতিৰ অন্যতম প্ৰধান হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ পূৰ্বপুৰুষ আছিল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী দনু।[2] পুলোমন ইন্দ্ৰ দেৱতাৰ পত্নী শচীৰ পিতৃও আছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ The Upanishads. Penguin UK. 29 January 2004. ISBN 9780141938011. https://books.google.com/books?id=Cy9B-U-OVCwC&dq=puloman+indra&pg=RA1-PA42.
- ↑ www.wisdomlib.org (2017-01-17). "Puloman: 10 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/puloman। আহৰণ কৰা হৈছে: 2022-08-04.
- ↑ Danielou, Alain (2017-01-01) (en ভাষাত). The Myths and Gods of India: The Classic Work on Hindu Polytheism. Motilal Banarsidass. পৃষ্ঠা. 287. ISBN 978-81-208-3638-9. https://books.google.com/books?id=OIXtDwAAQBAJ&dq=puloman+indra&pg=PA287.