সমললৈ যাওক

পু্ত্ৰী মাৰিনো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুত্ৰী মাৰিনো

২০১৭ চনত মাৰিনো
জন্ম নি লুহ ধৰ্মা পুত্ৰী মাৰিনো
৪ আগষ্ট, ১৯৯৩ (৩৩ বছৰ)
ডেনপাছাৰ, ইণ্ডোনেছিয়া
ৰাষ্ট্ৰীয়তা ইণ্ডোনেছিয়ান
শিক্ষানুষ্ঠান মেৰচু বুয়ানা বিশ্ববিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • মডেল
  • উপস্থাপক
সক্ৰিয় হৈ থকা সময় ২০১৪–বৰ্তমান
দাম্পত্যসঙ্গী চিক্কো জেৰিখো (বি. ২০১৮)
আত্মীয়-স্বজন সিথা মাৰিনো (ভনী)
বঁটা, সন্মান, পুৰস্কাৰ আদি চিত্ৰা বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী (২০১৭)
স্বাক্ষৰ

নি লুহ ধৰ্মা পুত্ৰী মাৰিনো (বালিনীজ: ᬦᬶᬮᬸᬄᬤ᭄ᬳᬃᬫᬧᬸᬢ᭄ᬭᬶᬫᬭᬶᬦᭀ; জন্ম ৪ আগষ্ট ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু উপস্থাপক। তেওঁ ইটালিয়ান–বালিনিজ বংশোদ্ভৱ।[1] তেওঁ চলচ্চিত্ৰ প'জেচিফ (২০১৭)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে চিত্ৰা বঁটা লাভ কৰে। তেওঁ দ্বিতীয়গৰাকী নৱাগতা অভিনেত্ৰী হিচাপে এই সন্মান লাভ কৰে; ইয়াৰ আগতে ক্ৰিষ্টিন হাকিমে ১৯৭৪ চনত চিন্তা পেৰতামা (১৯৭৩) চলচ্চিত্ৰৰ বাবে এই বঁটা লাভ কৰিছিল।[2][3] ইয়াৰ উপৰি তেওঁ এগৰাকী কবি। ২০১৯ চনত তেওঁৰ কাব্য সংকলন Poem PM প্ৰকাশিত হয়।[4]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ৪ আগষ্টত ইণ্ডোনেছিয়াবালি প্ৰদেশৰ ডেনপাছাৰ চহৰত নি লুহ ধৰ্মা পুত্ৰী মেৰিনো নামেৰে জন্মগ্ৰহণ কৰিছিল পুত্ৰীয়ে। ইটালিয়ান মাতৃ ফ্ৰান্সেস্কো মেৰিনো আৰু বালিনীজ পিতৃ মাৰিয়ানা ৰূপদ্মীৰ তিনিটা সন্তানৰ ভিতৰত পুত্ৰী ডাঙৰ। তেওঁৰ দুগৰাকী সৰু ভগ্নী আছে, চেলি আম্বাৰ মেৰিনো আৰু সিথা মেৰিনো, সিহঁতো অভিনেত্ৰী।[5][6]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ইণ্ডোনেছিয়াৰ চলচ্চিত্ৰ ইতিহাসৰ দ্বিতীয়গৰাকী অভিনেত্ৰী যিয়ে ২০১৭ চনত প্ৰথম ছবি প'ছেচিফৰ বাবে চিত্ৰা বঁটা লাভ কৰিছে, ১৯৭৪ চনত ক্ৰীষ্টিন হাকিমৰ পিছত চিন্তা পেৰতামা ছবিৰ বাবে।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৮ চনৰ ৩ মাৰ্চত পুত্ৰীয়ে বালিৰ ছফিটেল নুছা দুয়াত ইণ্ডোনেছিয়ান অভিনেতা আৰু প্ৰযোজক চিক্কো জেৰিখোৰ সৈতে বিবাহপাশত আবদ্ধ হয।[8][9] ২০১৮ চনৰ ২৪ ছেপ্টেম্বৰত পুত্ৰীৰ প্ৰথম সন্তান জন্ম হয়।[10]

চলচ্চিত্ৰ-তালিকা

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বছৰ শিৰোনাম চৰিত্ৰ মন্তব্য
২০১৭ পোসেছিফ লালা অনিন্ধিতা
২০১৭ মাউ জাদি আপা? পুত্ৰী
২০১৮ জেলিতা সেজুবা: মেনচিন্তাই কেসাত্ৰিয়া নেগাৰা ছাৰিফাহ
২০১৮ সুলতান আগুঙ: তাহ্তা, পেৰজুয়াঙ্গান, চিন্তা লেম্বায়ুঙ মুদা
২০১৮ মেনুঙগু পাগি নীনা
২০১৯ তেৰিমা কাসিহ চিন্তা এভা মেলিয়ানা ছান্তি
২০২১ লসমেন বুউ ব্ৰটো পুৰ
২০২১ ৱান নাইট ষ্টেণ্ড লিয়া
২০২২ চিন্তা প্ৰথমা, কেদুয়া আৰু কেতিগা এছিয়া
২০২২ দ্য বিগ ৪ দীনা
২০২৪ দ্য আৰ্কিটেকচাৰ অৱ লাভ ৰাইয়া ৰিছজাদ
২০২৪ কাবুত বেৰদুৰি ইপদা সাঞ্জা আৰুনিকা
২০২৪ তেবুসান দোসা তিৰ্তা
২০২৫ সাম্পাই জম্পা সেলামত তিন্গাল উইনা / উইন
২০২৬ এম্পাত মুছিম পেৰ্তিৱি পেৰ্তিৱি
ঘোষণা বাকী দ্য বিগ ৪: বাদাই পাচ্তি কেম্বালি দীনা
কুঞ্জি
  • † – এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰ
  • ঘোষণা বাকী (TBA) – পিছত ঘোষণা কৰা হ’ব

ৱেব ছিৰিজ

[সম্পাদনা কৰক]
বছৰ শিৰোনাম চৰিত্ৰ মন্তব্য
২০১৬ এক্সেলাৰেট দ্য ছিৰিজ পুত্ৰী প্ৰথম কৰ্ম
২০২১—২০২২ লায়াঙ্গান পুতুস কিনান আৰিপূৰ্ণামি
২০২৩ গাদিছ ক্ৰেটেক আৰুম চেংকেহ

টেলিভিছন অনুষ্ঠান

[সম্পাদনা কৰক]
বছৰ শিৰোনাম ভূমিকা মন্তব্য
২০১৩—২০১৬ মাই ট্ৰিপ মাই এডভেঞ্চাৰ উপস্থাপক

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
শিৰোনাম বছৰ কিতাপৰ তথ্য
পোয়েম পিএম ২০১৯
  • ফৰ্মেট: কবিতা
  • প্ৰকাশক: বেন্তাং পুস্তাকা
  • ISBN: ৯৭৮৬০২৪৩০৬০৮৩

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বছৰ বঁটা শ্ৰেণী মনোনীত কৰ্ম ফলাফল
২০১৭ ফেষ্টিভাল ফিল্ম ইণ্ডোনেছিয়া ২০১৭ শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী পোসেছিফ বিজয়ী
ফেষ্টিভাল ফিল্ম টেম্পো ২০১৭ পছন্দৰ মুখ্য অভিনেত্ৰী মনোনীত
পিয়ালা মায়া ২০১৭ নিৰ্বাচিত নতুন অভিনেত্ৰী বিজয়ী
২০১৮ ইণ্ডোনেছিয়ান মুভি এক্টৰ্ছ এৱাৰ্ডছ ২০১৮ শ্ৰেষ্ঠ নতুন অভিনেত্ৰী বিজয়ী
আটাইতকৈ প্ৰিয় নতুন অভিনেত্ৰী মনোনীত
শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী মনোনীত
আটাইতকৈ প্ৰিয় মুখ্য অভিনেত্ৰী মনোনীত
ফেষ্টিভাল ফিল্ম বান্দুঙ ২০১৮ প্ৰশংসিত মুখ্য অভিনেত্ৰী (চলচ্চিত্ৰ) জেলিতা সেজুবা: মেনচিন্তাই কেসাত্ৰিয়া নেগাৰা মনোনীত
২০২১ ফেষ্টিভাল ফিল্ম টেম্পো ২০২১ পছন্দৰ সহায়ক অভিনেত্ৰী লসমেন বুউ ব্ৰটো বিজয়ী
২০২২ পিয়ালা মায়া ২০২১ § নিৰ্বাচিত সহায়ক অভিনেত্ৰী বিজয়ী
ফেষ্টিভাল ফিল্ম ইণ্ডোনেছিয়া ২০২২ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী বিজয়ী
ইণ্ডোনেছিয়ান মুভি এক্টৰ্ছ এৱাৰ্ডছ ২০২২ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী বিজয়ী
আটাইতকৈ প্ৰিয় সহায়ক অভিনেত্ৰী মনোনীত
শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী চিন্তা প্ৰথমা, কেদুয়া আৰু কেতিগা মনোনীত
আটাইতকৈ প্ৰিয় মুখ্য অভিনেত্ৰী মনোনীত
পিয়ালা মায়া ২০২১ নিৰ্বাচিত মুখ্য অভিনেত্ৰী মনোনীত
ফেষ্টিভাল ফিল্ম ৱাৰ্তাৱান ইণ্ডোনেছিয়া শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী – নাট্যধৰ্মী চলচ্চিত্ৰ মনোনীত
ফেষ্টিভাল ফিল্ম বান্দুঙ ২০২২ প্ৰশংসিত মুখ্য অভিনেত্ৰী (চলচ্চিত্ৰ) ৱান নাইট ষ্টেণ্ড বিজয়ী
প্ৰশংসিত মুখ্য অভিনেত্ৰী (ৱেব ছিৰিজ) লায়াঙ্গান পুতুস বিজয়ী
২০২৩ ফেষ্টিভাল ফিল্ম ৱাৰ্তাৱান ইণ্ডোনেছিয়া শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী – একচন চলচ্চিত্ৰ দ্য বিগ ৪ বিজয়ী
২০২৫ ফেষ্টিভাল ফিল্ম টেম্পো পছন্দৰ সহায়ক অভিনেত্ৰী তেবুসান দোসা মনোনীত

§ – প্ৰতিটো চলচ্চিত্ৰ অনুসৰি বঁটা সমূহৰ ক্ৰম মিলাবলৈ, লসমেন বুউ ব্ৰটো চলচ্চিত্ৰৰ বাবে ২০২১ চনৰ পিয়ালা মায়া (আয়োজন ২০২২ চনত)দ্বাৰা প্ৰদান কৰা বঁটাখিনি, একেই বছৰত পিয়ালা মায়াদ্বাৰা চিন্তা প্ৰথমা, কেদুয়া আৰু কেতিগা চলচ্চিত্ৰৰ বাবে প্ৰদান কৰা বঁটাৰ সৈতে একেলগে অন্তৰ্ভুক্ত কৰা হোৱা নাই।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kusumawati, Anisyah (July 4, 2018). "Dikenal Blasteran Cantik Alami, Sosok Ayah Putri Marino Memesona! [Known to be a Naturally Beautiful Half-blood, Putri Marino's Father Figure is Enchanting!]" (id ভাষাত). Grid. https://nakita.grid.id/read/02892547/dikenal-blasteran-cantik-alami-sosok-ayah-putri-marino-memesona আহৰণ কৰা হৈছে: January 6, 2022.
  2. Amirio, Dylan (November 13, 2017). "Indonesian Film Festival brings glamor to Manado" (en ভাষাত). The Jakarta Post. https://www.thejakartapost.com/life/2017/11/13/indonesian-film-festival-brings-glamor-to-manado.html আহৰণ কৰা হৈছে: February 6, 2022.
  3. Sundari, Zulfa Ayu (November 12, 2017). "Putri Marino Kalahkan Dian Sastrowardoyo di FFI 2017 [Putri Marino Defeats Dian Sastrowardoyo at FFI 2017]" (id ভাষাত). Liputan6. https://www.liputan6.com/showbiz/read/3159756/putri-marino-kalahkan-dian-sastrowardoyo-di-ffi-2017 আহৰণ কৰা হৈছে: January 2, 2022.
  4. "Poem PM". www.goodreads.com. https://www.goodreads.com/work/best_book/74691074-poem-pm আহৰণ কৰা হৈছে: 2022-02-23.
  5. "7 Potret Ambar Marino, Adik Kandung Putri Marino - Paras Cantiknya Mencuri Perhatian". KapanLagi. 22 Juli 2023. https://www.kapanlagi.com/foto/berita-foto/indonesia/7-potret-ambar-marino-adik-kandung-putri-marino---paras-cantiknya-mencuri-perhatian.html#:~:text=Ternyata%2C%20beberapa%20orang%20masih%20belum,Berikut%20potret%2Dpotret%20terbarunya! আহৰণ কৰা হৈছে: 16 April 2025.
  6. Merdekawan, Guntur (March 7, 2018). "FOTO: Sitha Dewi, Adik Bungsu Putri Marino Yang Jago Basket [PHOTO: Sitha Dewi, Putri Marino's Youngest Sister Who is Good at Basketball]" (id ভাষাত). KapanLagi. https://www.kapanlagi.com/foto/berita-foto/indonesia/foto-sitha-dewi-adik-bungsu-putri-marino-yang-jago-basket.html আহৰণ কৰা হৈছে: January 6, 2022.
  7. Sundari, Zulfa Ayu (12 November 2017). "Putri Marino Kalahkan Dian Sastrowardoyo di FFI 2017" (id ভাষাত). Liputan6.com. https://www.liputan6.com/showbiz/read/3159756/putri-marino-kalahkan-dian-sastrowardoyo-di-ffi-2017.
  8. Juniman, Puput Tripeni. "Chicco Jerikho dan Putri Marino Resmi Menikah" (id-ID ভাষাত). CNN Indonesia. https://www.cnnindonesia.com/hiburan/20180303180941-234-280230/chicco-jerikho-dan-putri-marino-resmi-menikah.
  9. Setiawan, Tri Susanto (March 8, 2018). "Chicco Jerikho Ungkap Alasannya Segera Menikahi Putri Marino [Chicco Jerikho Reveals Reasons for Quickly Marrying Putri Marino]". In Maullana, Irfan (id ভাষাত). Kompas. https://entertainment.kompas.com/read/2018/03/08/180406410/chicco-jerikho-ungkap-alasannya-segera-menikahi-putri-marino আহৰণ কৰা হৈছে: January 6, 2022.
  10. Saputra, Rizky Aditya (2018-09-26). "Putri Marino Melahirkan, Chicco Jerikho Menangis" (id ভাষাত). Liputan6.com. https://www.liputan6.com/showbiz/read/3652498/putri-marino-melahirkan-chicco-jerikho-menangis.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]