সমললৈ যাওক

পূজা প্ৰিয়ংকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূজা প্ৰিয়াংকা
জন্ম ২৩ মে', ১৯৯১ (৩৪ বছৰ)
লাউটোকা, ফিজি[1]
ৰাষ্ট্ৰীয়তা ফিজিয়ান-ভাৰতীয়
নাগৰিকত্ব
  • ফিজি
  • অষ্ট্ৰেলিয়া
পেচা
  • সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী
  • ফেশ্বন মডেল
  • অভিনেত্ৰী
  • নৃত্যশিল্পী
সংস্থা মিছ ৱৰ্ল্ড সংস্থা

পূজা প্ৰিয়ংকা (জন্ম: ২৩ মে’ ১৯৯১) এগৰাকী ফিজিয়ান-ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যংগনা, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী।[2] তেওঁ ২০১৬ চনৰ "মিছ ৱৰ্ল্ড ফিজি" বিজয়ী[3] আৰু তেওঁৰ বলীউড অভিষেক হৈছিল "দ্য ড্ৰিম কেচাৰ" নামৰ এখন ক্ষুদ্ৰ চলচ্চিত্ৰত ধৰ্মেন্দ্ৰৰ সৈতে অভিনয় কৰাৰ জৰিয়তে।[4]

কৰ্ম-জীৱন

[সম্পাদনা কৰক]

প্ৰিয়ংকাই ১৮ বছৰ বয়সত স্থানীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ কৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৬ চনত তেওঁ মিছ ৱৰ্ল্ড ফিজি খিতাপ লাভ কৰি মিছ ৱৰ্ল্ড ২০১৬-ত ফিজিৰ প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ শীৰ্ষ ২০ চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল।[5]

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

মিছ ৱৰ্ল্ড ফিজি ২০১৬

[সম্পাদনা কৰক]

প্ৰিয়ংকা ৭ মে’ ২০১৬-ত গ্ৰেণ্ড পেচিফিক হোটেল, ছুভাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মিছ ৱৰ্ল্ড ফিজি ২০১৬ বিজয়ী হয় আৰু মিছ ৱৰ্ল্ড ২০১৬-ত অংশগ্ৰহণ কৰে।[6]

মিছ ৱৰ্ল্ড ২০১৬

[সম্পাদনা কৰক]

তেওঁ ফিজিৰ হৈ মিছ ৱৰ্ল্ড ২০১৬-ত অংশগ্ৰহণ কৰি শৈল্পিক প্ৰতিভা আৰু সমাজসেৱা শ্ৰেণীত শীৰ্ষ ২০-ত স্থান লাভ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Let's Go Local: Yasawas and Taveuni On Pooja's Bucketlist". Fiji Sun. Archived from the original on 26 October 2021. https://web.archive.org/web/20211026204732/https://fijisun.com.fj/2021/02/02/lets-go-local-yasawas-and-taveuni-on-poojas-bucketlist/. 
  2. "Pooja Priyanka". IMDb. https://www.imdb.com/name/nm9666825/। আহৰণ কৰা হৈছে: 14 October 2021. 
  3. "Pooja Makes Miss World Talent Semi Finals". Fiji Sun. Archived from the original on 26 October 2021. https://web.archive.org/web/20211026204725/https://fijisun.com.fj/2016/12/01/pooja-makes-miss-world-talent-semi-finals/. 
  4. "Dharmendra promotes his first international project Dream Catcher, says he is ‘just a boy from Punjab, a sweet boy’. See photos" (en ভাষাত). The Indian Express. 3 June 2017. https://indianexpress.com/photos/entertainment-gallery/dharmendra-promotes-his-first-international-project-dream-catcher-says-he-is-just-a-boy-from-punjab-a-sweet-boy-see-photos-4687335/. 
  5. "Pooja Priyanka is Miss World Fiji". Fiji Broadcasting Corporation. Archived from the original on 28 October 2021. https://web.archive.org/web/20211028171427/https://www.fbcnews.com.fj/news/pooja-priyanka-is-miss-world-fiji/। আহৰণ কৰা হৈছে: 14 October 2021. 
  6. "Pooja Priyanka winner of Miss Fiji World 2016 - Beauty Pageants - Indiatimes". Femina Miss India. Archived from the original on 24 October 2021. https://web.archive.org/web/20211024171616/https://beautypageants.indiatimes.com/miss-world/pooja-priyanka-winner-of-miss-fiji-world-2016/articleshow/52166026.cms। আহৰণ কৰা হৈছে: 14 October 2021.