পূৰ্বী ঠাট
অৱয়ব
একেটা নামৰ ৰাগৰ বাবেৰ বাবে, ৰাগ পূৰ্বী চাওক।
| হিন্দুস্তানী ধ্ৰুপদী সংগীত | |||||||
|---|---|---|---|---|---|---|---|
| ধাৰণা | |||||||
| প্ৰকাৰ | |||||||
|
|||||||
| ঠাট | |||||||
| অলংকাৰ | |||||||
| বাদ্যযন্ত্ৰ | |||||||
|
|||||||

পূৰ্বী বা পুৰ্বী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ এঘাৰটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।[1]
বিৱৰণ
[সম্পাদনা কৰক]পূৰ্বী ঠাট মাৰৱা ঠাটত কোমল ধৈৱত যোগ কৰি পোৱা যায়। এই ঠাটৰ ৰাগসমূহত সাধাৰণতে কোমল ঋষভ, শুদ্ধ গান্ধাৰ আৰু শুদ্ধ নিষাদৰ লগতে তীব্ৰ মধ্যম থাকে, যি নোটে সন্ধিয়াৰ ৰাগসমূহক প্ৰভাতৰ ৰাগসমূহৰপৰা (সূৰ্যোদয় আৰু সূৰ্যাস্ত) পৃথক কৰে। পূৰ্বী ঠাটৰ ৰাগ পূৰ্বী অত্যন্ত গম্ভীৰ, শান্ত আৰু ৰহস্যমজ় স্বৰূপৰ আৰু ইয়াক সূৰ্যাস্তৰ সময়ত পৰিৱেশন কৰা হয়। প্ৰাচীন গ্ৰন্থত চিত্ৰময় বৰ্ণনাত পূৰ্বীৰ সৌষ্ঠৱ, মাৰ্জিত ভঙ্গিমা আৰু আকৰ্ষণৰ কথা প্ৰায়ে উল্লেখ কৰা হয়।
ৰাগসমূহ
[সম্পাদনা কৰক]পূৰ্বী ঠাটৰ অন্তৰ্গত ৰাগসমূহৰ ভিতৰত আছে:
উল্লেখ
[সম্পাদনা কৰক]- ↑ Bor, Joep; Rao, Suvarnalata (1999) (en ভাষাত). The Raga Guide: A Survey of 74 Hindustani Ragas. Nimbus Records with Rotterdam Conservatory of Music. পৃষ্ঠা. 3. ISBN 9780954397609. https://books.google.com/books?id=jCnoMgEACAAJ.