প'লিছ ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পোলিশ ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
Favicon of Wikipedia প'লিছ ৱিকিপিডিয়া
Wikipedia-logo-v2-pl.svg
ইউ আৰ এল pl.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

প'লিছ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ প'লিছ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 12,19,140 প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০১৯ চনত প'লিছ ৱিকিপিডিয়াৰ ১২,১৯,১৪০ টা প্ৰবন্ধ, ৮,১৪,০০০ গৰাকী সম্পাদক, ১০৫ গৰাকী প্ৰশাসক আৰু ১ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,৯০,৯১,৮৫৭।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

প'লিছ ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]