সমললৈ যাওক

প্ৰকাশ ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰকাশ ৰায়
জন্ম প্ৰায় ১৪ মাৰ্চ' ১৯৯৬
সাতভেন্ডি, জলপাইগুৰি, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় লেখকৰ, সম্পাদকৰ

প্ৰকাশ ৰায় (১৪ মার্চ ১৯৯৬) এজন ভাৰতীয় বঙালী লেখক আৰু সম্পাদক। লেখক হিচাপে তেওঁ কেইবাটাও গ্ৰন্থ লিখিছে, যিবোৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিপ্লবীৰ বীৰত্বগাথা লৈ লিখা।[1][2]

জন্ম আৰু শিক্ষা জীৱন

[সম্পাদনা কৰক]

১৪ মার্চ ১৯৯৬ চনত পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ সাতভেন্ডি গাঁৱত তেওঁৰ জন্ম হয়। পিতাৰ নাম শৈলেন ৰায়। প্ৰথম শিক্ষা পানবাড়ি বর্মন পাড়া আৰ আৰ স্কুলত লাভ কৰে আৰু পৰৱৰ্তী শিক্ষা পানবাড়ি ভবানী উচ্চতৰ বিদ্যালয়ত সম্পন্ন কৰে।[3][4]

সাহিত্য জীৱন

[সম্পাদনা কৰক]

বিপ্লবীৰ বীৰত্বগাথা আৰু স্বাধীনতা আন্দোলনৰ ইতিহাসৰ ওপৰত আলোচনা কৰিবলৈ তেওঁ আগ্ৰহী আছিল। এই বিষয়ত তেওঁ লিখা আৰম্ভ কৰে। তেওঁৰ প্ৰথম গ্ৰন্থ আছিল “ক্ষমা নেই দেশদ্রোহী”, তাৰ পিছত লিখে “জালালাবাদ থেকে কালারপোল”, আৰু “Chittagong Armoury Raid Vol. 1” সহ অন্য কেইবাটাও গ্ৰন্থ।[5][6][7]

তথ্যসূত্ৰৰ প্ৰাক্‌দৰ্শন

[সম্পাদনা কৰক]
  1. https://notionpress.com/author/324891#
  2. https://www.google.co.in/books/edition/Khoma_Nei_Deshdrohi/U0hNEQAAQBAJ?hl=hi&gbpv=1&dq=khoma+nei+deshdrohi&printsec=frontcover
  3. https://notionpress.com/write_contest/details/5936/author-prakash-roy-?srsltid=AfmBOorFP7UqEAHR5lIR34X8rQmtb45L22u5lZJwNArSruxjLZCDFLVt
  4. https://www.amazon.com/author/prakashroy
  5. https://authorschannel.in/authors-about.aspx?name=Prakash%20Roy
  6. https://www.google.co.in/books/edition/Jalalabad_Theke_Kalarpole/ErMh0QEACAAJ?hl=hi
  7. https://www.prakashroyofficial.online/?m=1