প্ৰজ্ঞা কাপুৰ
অৱয়ব
| প্ৰজ্ঞা কাপুৰ | |
|---|---|
স্বামী অভিষেক কাপুৰৰ সৈতে প্ৰজ্ঞা কাপুৰ। | |
| জন্ম | প্ৰজ্ঞা যাদৱ বৰ্গহ'ম, ছুইডেন |
| ৰাষ্ট্ৰীয়তা | সাঁচ:প্লেইনলিষ্ট |
| পেচা | অভিনেত্ৰী, প্ৰযোজক, মডেল |
| দাম্পত্যসঙ্গী | অভিষেক কাপুৰ (বি. ভুল: অযোগ্য সময়) |
| সন্তান | দুজন |
প্ৰজ্ঞা কাপুৰ (ইংৰাজী: : Pragya Kapoor ;জন্ম যাদৱ) ; এগৰাকী ছুইডেনৰ মডেল, অভিনেত্ৰী আৰু ভাৰতীয় চিনেমাৰ প্ৰযোজক।[1]তেওঁ ভাৰতীয় পিতৃ-মাতৃ ঘৰত ছুইডেনৰ বৰ্গহ’মত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁ ডাঙৰ-দীঘল হৈছিল ছুইডেনৰ কাৰ্লছক্ৰ’নাত। ইনষ্টিটিউট অৱ এডভান্সড এক্টিং এণ্ড বিহেভিয়াৰ ষ্টাডিজত অভিনয়ৰ প্ৰশিক্ষণ লৈছে।[citation needed
কৰ্ম জীৱন
[সম্পাদনা কৰক]প্ৰজ্ঞা কপূৰক আটাইতকৈ ভালকৈ জনা যায় আমোল গুপ্তেৰ " হাৱা হাৱাই " (২০১৪)নামৰ চলচ্চিত্ৰৰ কামৰ বাবে।[2]তেওঁ অভিষেক কাপুৰ আৰু অভিষেক নায়াৰৰ সৈতে সহ-প্ৰযোজক হিচাপে ৰনি স্ক্ৰুভালাৰ সৈতে কেদাৰনাথ (২০১৮) প্ৰযোজনা কৰিছে।[3] তেওঁ গাই ইন দ্য স্কাই পিকচাৰ্ছৰ সহ-প্ৰতিষ্ঠাপক।[4] ভূষণ কুমাৰৰ টি ছিৰিজৰ সহযোগত তেওঁ শৰাবীনামৰ এখন চলচিত্ৰ প্ৰযোজনা কৰিবলৈ আহিছিল।[5]
চলচিত্ৰ পঞ্জী
[সম্পাদনা কৰক]২০১৪ চনত হাৱা হাৱাই চলচিত্ৰত প্ৰজ্ঞানন্দা চৰিত্ৰত অভিনয় কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sara Ali Khan's graph was Amazing to Watch Says Pragya Kapoor". Samachar Live. 21 December 2018. https://www.samacharlive.com/sara-ali-khans-graph-was-amazing-to-watch-says-pragya-kapoor/। আহৰণ কৰা হৈছে: 16 January 2020.
- ↑ "How Pragya Yadav bagged Amole Gupte's film". Timesofindia.indiatimes.com. 28 September 2013. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Pragya-Yadav-Amole-Gupte-Abhishek-Kapoor-Kai-Po-Che/articleshow/23161777.cms। আহৰণ কৰা হৈছে: 16 January 2020.
- ↑ "Producer Pragya Kapoor: It was an incredible experience working on Kedarnath". Indianexpress.com. 17 December 2018. https://indianexpress.com/article/entertainment/bollywood/kedarnath-movie-making-pragya-kapoor-5497854/। আহৰণ কৰা হৈছে: 16 January 2020.
- ↑ "Abhishek Kapoor, Pragya Kapoor And Bhushan Kumar to Collaborate for Sharaabi". Thehansindia.com. 25 February 2019. https://www.thehansindia.com/posts/index/Cinema/2019-02-25/Abhishek-Kapoor-Pragya-Kapoor-And-Bhushan-Kumar-to-Collaborate-for-Sharaabi/501943। আহৰণ কৰা হৈছে: 16 January 2020.
- ↑ "Kedarnath director Abhishek Kapoor's next film is Sharaabi". Indiatoday.in. 25 February 2019. https://www.indiatoday.in/movies/bollywood/story/kedarnath-director-abhishek-kapoor-s-next-film-is-sharaabi-1464277-2019-02-25। আহৰণ কৰা হৈছে: 16 January 2020.