প্ৰণবিৰাম বৰুৱা
অৱয়ব
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
প্ৰণবিৰাম বৰুৱা | |
---|---|
জন্ম | ১৯৩৮ সোণাৰি |
ৰাষ্ট্ৰীয়তা | হিন্দু |
নাগৰিকত্ব | ভাৰতীয় |
প্ৰণবিৰাম বৰুৱা (ইংৰাজী: Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী। [1]
জম্ম
[সম্পাদনা কৰক]প্ৰণবিৰাম বৰুৱা জন্ম ১৯৩৮ চনত সোণাৰিত হয়। [2]
শিক্ষা
[সম্পাদনা কৰক]কৰ্মজীৱন
[সম্পাদনা কৰক]- তেখেতে আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, তথা কণ্ঠশিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>
- চিৰাজ আৰু একপল(হিন্দী) ছবি দুখনত অভিনয় কৰিছিল।
- চিৰাজ আৰু মিৰিজীয়ৰী ছবি দুখনত ভূপেন হাজৰিাদেৱৰ লগত সহকাৰী হিচাপে সঙ্গীত পৰিচালনা কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>