প্ৰণবিৰাম বৰুৱা
অৱয়ব
প্ৰণবিৰাম বৰুৱা | |
---|---|
জন্ম | ১৯৩৮ সোণাৰি |
ৰাষ্ট্ৰীয়তা | হিন্দু |
নাগৰিকত্ব | ভাৰতীয় |
প্ৰণবিৰাম বৰুৱা (ইংৰাজী: Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী। [1]
জম্ম
[সম্পাদনা কৰক]প্ৰণবিৰাম বৰুৱা জন্ম ১৯৩৮ চনত সোণাৰিত হয়। [2]
শিক্ষা
[সম্পাদনা কৰক]কৰ্মজীৱন
[সম্পাদনা কৰক]- তেখেতে আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, তথা কণ্ঠশিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>
- চিৰাজ আৰু একপল(হিন্দী) ছবি দুখনত অভিনয় কৰিছিল।
- চিৰাজ আৰু মিৰিজীয়ৰী ছবি দুখনত ভূপেন হাজৰিাদেৱৰ লগত সহকাৰী হিচাপে সঙ্গীত পৰিচালনা কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>