প্ৰতাপ সিংহ দ্বিতীয়
অৱয়ব
| প্ৰতাপ সিংহ দ্বিতীয় | |
|---|---|
| মেৱাৰৰ মহাৰাণা
| |
| প্ৰতাপ সিংহ দ্বিতীয় | |
মেৱাৰৰ মহাৰাণা
| |
| ৰাজত্ব | 5 June 1751 – 10 January 1754 |
| পূৰ্বসূৰী | জগত সিংহ দ্বিতীয় |
| উত্তৰাধিকাৰী | দ্বিতীয় ৰাজ সিংহ |
মহাৰাণা প্ৰতাপ সিংহ দ্বিতীয়[1] (২৭ জুলাই ১৭২৪ – ১০ জানুৱাৰী ১৭৫৪) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। ৰাজত্ব কাল আছিল ১৭৫১ চনৰ পৰা ১৭৫৪ চনলৈকে। তেওঁৰ চুটি ৰাজত্বকালত ৰাজপুতনাৰ মেৱাৰৰ ছিছোদিয়া বংশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে অৱনতি ঘটিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "UDAIPUR". http://members.iinet.net.au/~royalty/ips/u/udaipur_r.html। আহৰণ কৰা হৈছে: 15 July 2013.