প্ৰতিঘাট (১৯৮৭ চলচ্চিত্ৰ)
অৱয়ব
| প্ৰতিঘাট | |
|---|---|
![]() পোষ্টাৰ | |
| পৰিচালক | এন চন্দ্ৰা |
| চিত্ৰনাট্য | টি কৃষ্ণা এন চন্দ্ৰা জলীচ (dialogue) |
| কাহিনী | টি কৃষ্ণা |
| ভিত্তি | টি কৃষ্ণা লেখক: টি কৃষ্ণা |
| প্ৰযোজক | ৰামোজী ৰাও |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | এইচ লক্ষ্মীনাৰায়ণ |
| সম্পাদনা | N. Chandra |
| সংগীত পৰিচালক | ৰবীন্দ্ৰ জৈন Ravindra Jain |
প্ৰযোজনা কোম্পানী |
উন্নিকৃষ্ণণ মুভী |
মুক্তি |
১৭ মাৰ্চ ১৯৮৭ |
দৈৰ্ঘ্য |
১৬৪ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
প্ৰতিঘাট (ইংৰাজী: Pratighaat) ১৯৮৭ চনত এন চন্দ্ৰৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাৰীবাদী নাট্যধৰ্মী ছবি, য'ত সুজাতা মেহতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[1]
কম বাজেটত নিৰ্মিত, আৰু কোনো ডাঙৰ তাৰকা নথকা সত্বেও ছবিখন হিট হয় আৰু বক্স অফিচত ৭ কোটি টকা উপাৰ্জন কৰে।[2] এনেকৈয়ে এইখন এন চন্দ্ৰ পৰিচালিত “অংকুশ” (১৯৮৬), “প্ৰতিঘাট” আৰু “তেজাব” (১৯৮৮) হিট ছবিৰ হেট্ৰিকৰ অংশ হৈ পৰে।[3]
অভিনয়
[সম্পাদনা কৰক]- সুজাতা মেহতা (লক্ষ্মী)
- অৰবিন্দ কুমাৰ (সত্যপ্ৰকাশ)
- চৰণ ৰাজ (কালিপ্ৰসাদ)
- ৰোহিনী হট্টংগড়ী (দুৰ্গা)
- জ্ঞান শিৱপুৰী (দুৰ্গাৰ স্বামী)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ M.L. Dhawan (21 July 2002). "On the sands of time — 1987: Year of the invisible hero". The Sunday Tribune. http://www.tribuneindia.com/2002/20020721/spectrum/main5.htm। আহৰণ কৰা হৈছে: 2014-09-24.
- ↑ Madhu Jain (28 February 1989). "Mean street Moghul: Hit director N. Chandra brings realism to films". India Today. http://indiatoday.intoday.in/story/hit-director-n.-chandra-brings-realism-to-films/1/323160.html। আহৰণ কৰা হৈছে: 2014-09-24.
- ↑ "In Indian politics, line between politicians and goondas is fast disappearing: N. Chandra". India Today. 15 September 1987. http://indiatoday.intoday.in/story/in-indian-politics-line-between-politicians-and-goondas-is-fast-disappearing-says-n.-chandra./1/337495.html। আহৰণ কৰা হৈছে: 2014-09-24.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- প্ৰতিঘাট (১৯৮৭ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
