প্ৰথম খবৰ
অৱয়ব
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| উপলব্ধ ভাষা | অসমীয়া |
|---|---|
| ৱেবছাইট | prathamkhabar |
| বাণিজ্যিক | হয় |
| বৰ্তমান অৱস্থা | অনলাইন |
প্ৰথম খবৰ (ইংৰাজী: Pratham Khabar) অসমীয়া ভাষাৰ এটা নিউজ পোৰ্টেল। ২০১৭ চনৰ ১৫ এপ্ৰিলত আৰম্ভ কৰা এই নিউজ পোৰ্টেলটোৱে ৰাজ্যখনৰ বিভিন্ন খবৰ প্ৰকাশ কৰি আহিছে। স্থানীয় সংবাদৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক খবৰলৈ প্ৰখম খবৰত প্ৰকাশ হৈ আহিছে। নিউজ পোৰ্টেলটোৰ সম্পাদক হৈছে ৰুবুল দাস।
সমীক্ষা
[সম্পাদনা কৰক]প্ৰথম খবৰে সময়ে সময়ে বিভিন্ন সমীক্ষা চলাই আহিছে।[উদ্ধৃতিৰ প্ৰয়োজন] এই পৰ্যন্ত আটাইতকৈ জনপ্ৰিয় হোৱা সমীক্ষাটো হৈছে অসমীয়া টেলিভিচনৰ জনপ্ৰিয় এংকৰৰ সমীক্ষা। ১৮জন এংকৰক লৈ চলোৱা সমীক্ষাটোত ঋতুস্মিন শৰ্মাই শ্ৰেষ্ঠ এংকৰৰ সন্মান লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]