প্ৰদীপ সৰকাৰ
অৱয়ব
প্ৰদীপ সৰকাৰ | |
|---|---|
| বিধায়ক, অসম বিধানসভা | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২১ মে, ২০২১ | |
| পূৰ্বসূৰী | অনন্ত কুমাৰ মালো |
| সমষ্টি | অভয়াপুৰী (দক্ষিণ) বিধানসভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| দাম্পত্যসঙ্গী | অনামিকা সৰকাৰ |
| পিতৃ-মাতৃ | চন্দন কুমাৰ সৰকাৰ(পিতা), স্বপ্না ৰাণী সৰকাৰ (মাতৃ) |
| বাসস্থান | বাসন্তীপাৰা, অভয়াপুৰী, বঙাইগাঁও জিলা |
| পেচা | ৰাজনীতিবিদ আৰু ব্যৱসায় |
প্ৰদীপ চৰকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণেন্দু বাণীক্যক পৰাস্ত কৰি অভয়াপুৰী (দক্ষিণ) বিধান সভা সমষ্টিৰপৰা অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য।[1][2]তেওঁৰ প্ৰয়াত পিতৃ চন্দন কুমাৰ সৰকাৰ অসম চৰকাৰৰ বিধায়ক তথা মন্ত্ৰী আছিল আৰু মাতৃ স্বপ্না ৰাণী সৰকাৰ অভয়াপুৰী টাউন কমিটিৰ অধ্যক্ষ আছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Pradip Sarkar(Indian National Congress(INC)):Constituency- ABHAYAPURI SOUTH (SC)(NORTH SALMARA) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/Assam2021/candidate.php?candidate_id=931। আহৰণ কৰা হৈছে: 2021-06-22.
- ↑ "Pradip Sarkar | Assam Assembly Election Results Live, Candidates News, Videos, Photos". News18. https://www.news18.com/assembly-elections-2021/assam/pradip-sarkar-abhayapuri-south-candidate-s03a035c002/। আহৰণ কৰা হৈছে: 2021-06-22.