সমললৈ যাওক

প্ৰভা কিশোৰ তাভিয়াদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰভা কিশোৰ তাভিয়াদ
লোকসভাৰ সাংসদ
কাৰ্যকাল
২০১৪-১৯
পূৰ্বসূৰী বাবুভাই খিমাভাই কাটাৰা
উত্তৰসূৰী জশৱন্তসিং সুমনভাই ভাবৰ
সমষ্টি দহোড়[1]
ব্যক্তিগত তথ্য
জন্ম ০১ ছেপ্টেম্বৰ, ১৯৫৪ (৭০ বছৰ).[1]
ধানধাচান, গুজৰাট
নাগৰিকত্ব  ভাৰত
ৰাষ্ট্ৰীয়তা  ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ.[1]
দাম্পত্যসঙ্গী কিশোৰ তাভিয়াদ
সন্তান ১ গৰাকী পুত্ৰ আৰু ১ গৰাকী কন্যা
জীৱিকা স্বাস্থ্য সেৱা কৰ্মী,
ৰাজনীতিক.[1]
সমিতি সদস্য, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, আইন আৰু ন্যায় সমিতি

ড° প্ৰভা কিশোৰ তাভিয়াদ (ইংৰাজী: Prabha Kishor Taviad) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সংসদৰ সদস্য। গুজৰাটৰ দহোড় সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনৈতিক দলৰ সদস্য।.[1]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

প্ৰভা তাভিয়াদৰ জন্ম হৈছিল গুজৰাটৰ সাবৰকান্ত জিলাৰ ধনধাসন গাঁৱত। তাভিয়াড এগৰাকী চিকিৎসা বিজ্ঞানী৷ তেওঁ চিকিৎসা বিজ্ঞানত এম.ডি আৰু ডি.জি.অ’. কৰিছে৷ তেওঁ আহমেদাবাদৰ বি.জে.মেডিকেল কলেজৰ পৰা উক্ত ডিগ্ৰী লাভ কৰিছে।.[1]

ৰাজনৈতিক কীৱন

[সম্পাদনা কৰক]

ভাৰতীয় জনতা পাৰ্টিৰ বাবুভাই খিমাভাই কটাৰাক পৰাভূত কৰি প্ৰথমবাৰৰ বাবে গুজৰাট দহোড় সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হয়। খিমাভাই কটাৰা সমষ্টিটোৰ পৰা একেৰাহে দুটা কাৰ্যকাল লোকসভালৈ (১৩ আৰু ১৪) নিৰ্বাচিত হৈছিল।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Member Profile". Lok Sabha website. http://164.100.47.132/LssNew/Members/Biography.aspx?mpsno=4255। আহৰণ কৰা হৈছে: January 7, 2014. 
  2. "Previous Lok Sabha members". Lok Sabha website. Archived from the original on 16 January 2014. https://web.archive.org/web/20140116233330/http://164.100.47.132/LssNew/members/lokprev.aspx। আহৰণ কৰা হৈছে: January 7, 2014.