সমললৈ যাওক

প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
স্থাপিত ২০২৫
(০ বছৰ  আগতে)
 (2025)
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধ্যক্ষ ডাঃ বসন্ত কুমাৰ বৈশ্য[1]
স্নাতক শিক্ষাৰ্থী ১০০
স্থান গুৱাহাটী, কামৰূপ জিলা, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
ভুক্তি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ৱেবছাইট pragjyotishpur-mch.assam.gov.in

প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Pragjyotishpur Medical College & Hospital) অসমৰ গুৱাহাটীত অৱস্থিত চতুৰ্দশ চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2]২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসা মহাবিদ্যালয়খন বহিঃ বিভাগৰ আৰম্ভণিৰ দ্বাৰা কাৰ্যক্ষম হয়।[3][4]মহাবিদ্যালয়খনে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. G Plus News (15 October 2024). "Guwahati: Basanta Kumar Baishya Appointed As Acting Principal Of Pragjyotishpur Medical College". G PlusGuwahati Plus. https://guwahatiplus.com/guwahati/guwahati-basanta-kumar-baishya-appointed-as-acting-principal-of-pragjyotishpur-medical-college। আহৰণ কৰা হৈছে: 26 April 2025. 
  2. India Today Web Desk (15 February 2022). "Second Medical College to Come Up in Guwahati for Rs 1,000 Crore". Living Media India LimitedIndia Today. https://www.indiatoday.in/cities/guwahati/story/second-medical-college-to-come-up-guwahati-rs-1000-crore-1913281-2022-02-15। আহৰণ কৰা হৈছে: 26 April 2025. 
  3. "Guwahati’s 2nd medical college & hosp becomes functional". প্ৰকাশক Guwahati: Bennett, Coleman & Co. Ltd.The Times of India. https://timesofindia.indiatimes.com/city/guwahati/guwahatis-2nd-medical-college-hosp-becomes-functional/articleshow/117839946.cms। আহৰণ কৰা হৈছে: 6 March 2025. 
  4. Parikalpita Gogoi (2 February 2025). "New Medical College & Hospital In Guwahati Becomes Operational". Prag NewsPrag News. Archived from the original on 28 April 2025. https://web.archive.org/web/20250428183101/https://pragnews.com/index.php/regional/new-medical-college-in-guwahati। আহৰণ কৰা হৈছে: 26 April 2025. 
  5. "ৰাজ্যৰ প্ৰথমখন ডিজিটেল মেডিকেল কলেজ". প্ৰকাশক Assam: Aamar AsomAamar Asom. https://www.aamarasom.com/detail-news/12984/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a5%e0%a6%ae%e0%a6%96%e0%a6%a8-%e0%a6%a1%e0%a6%bf%e0%a6%9c%e0%a6%bf%e0%a6%9f%e0%a7%87%e0%a6%b2-%e0%a6%ae%e0%a7%87%e0%a6%a1%e0%a6%bf%e0%a6%95%e0%a7%87%e0%a6%b2-%e0%a6%95%e0%a6%b2%e0%a7%87%e0%a6%9c। আহৰণ কৰা হৈছে: 6 March 2025. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]