প্ৰিয়ংকা বাৰ্ৱে
প্ৰিয়ংকা বাৰ্ৱে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। বাৰ্ৱে মাৰাঠী, হিন্দী আৰু আন কিছুমান ভাৰতীয় ভাষাত গীত গাইছে, অৱশ্যে মাৰাঠী চলচ্চিত্ৰ উদ্যোগত তেওঁ আটাইতকৈ সক্ৰিয়। ফিৰোজ খানৰ “মোগল ই আজম”ৰ বহল অভিযোজনত আনাৰকলীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বাৰ্ৱে পৰিচিত।[1][2] ৫৬তম মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত তেওঁ ফিল্ম বন্দীশালৰ "কালোখাচ্যা ৱাটেবৰ্তী" গীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। . প্ৰিয়ংকা ভাৰতৰ পুনেৰ। প্ৰিয়ংকা সংগীত পৰিয়ালৰ পৰা আহিছে।[3] তেওঁ প্ৰবীণ কণ্ঠশিল্পী পদ্মাকৰ আৰু মালতী পাণ্ডে বাৰ্ভেৰ নাতিনীয়েক। আইতাকে তেওঁক শাস্ত্ৰীয় গায়নত মাৰ্গ দৰ্শন কৰিছিল।[4]
১৭ বছৰৰ পৰা প্ৰিয়ংকাই পেছাদাৰীভাৱে গান গাই আহিছে।[3] বাৰ্ৱে মাৰাঠী ছবিৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী। তেওঁ বহু মাৰাঠী ছবি, যেনে ডাবল ছিট, মুম্বাই-পুনে-মুম্বাই ২, অজিন্থা, অনলাইন বিনলাইন, ৰামা মাধৱ,[5] বন্দাশাল আৰু লষ্ট এণ্ড ফাউণ্ডত গীত গাইছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Meet Priyanka Barve, Firoze khan's real life Anarkali - Free Press Journal". freepressjournal.in. http://www.freepressjournal.in/entertainment/meet-priyanka-barve-firoze-khans-real-life-anarkali-for-mughal-e-azam/1005548। আহৰণ কৰা হৈছে: 22 February 2017.
- ↑ "Why the Broadway interpretation of 'Mughal-E-Azam' should be on your watch list". Vogue. 21 October 2016. http://www.vogue.in/content/broadway-interpretation-mughal-e-azam-watch-list/.
- ↑ 3.0 3.1 "BACKSTAGE WITH SALIM AND ANARKALI". Pune Mirror. 15 January 2017. Archived from the original on 6 August 2021. https://web.archive.org/web/20210806031000/https://punemirror.indiatimes.com/others/sunday-read/backstage-with-salim-and-anarkali/articleshow/56543440.cms.
- ↑ "Blessed with sweet voice | Sakal Times". www.sakaaltimes.com. http://www.sakaaltimes.com/NewsDetails.aspx?NewsId=5332752342818667651&SectionId=5131376722999570563&SectionName=Features&NewsDate=20160613&NewsTitle=Blessed%20with%20sweet%20voice। আহৰণ কৰা হৈছে: 2017-03-14.
- ↑ Bhanage, Mihir (16 January 2017). "Music review: Lost and Found". The Times of India. https://timesofindia.indiatimes.com/entertainment/marathi/music/Music-review-Lost-and-Found/articleshow/53452225.cms.