প্ৰিয়া কাম্বলী
অৱয়ব
প্ৰিয়া কাম্বলী (ইংৰাজী: Priya Kambli, জন্ম ১৯৭৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ।[1]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]কম্বলীৰ জন্ম হৈছিল ভাৰতত। বিদেশত পঢ়া-শুনা সমাপ্ত কৰে। লুইজিয়ানা বিশ্ববিদ্যালয়, লাফায়েটৰপৰা বি এফ এ ডিগ্ৰী আৰু হিউষ্টন বিশ্ববিদ্যালয়ৰপৰা এম এফ এ ডিগ্ৰী লাভ কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰিয়া কাম্বলী ২০০৯ চনত লাইট ৱৰ্কছৰ আৰ্টিষ্ট-ইন-ৰেচিডেন্স আছিল।[2] তেওঁৰ কামসমূহ হিউষ্টনৰ মিউজিয়াম অৱ ফাইন আৰ্টছ,[3][4] লাইট ৱৰ্কছ,[2] আৰু মিউজিয়াম অৱ কণ্টেম্পৰেৰী ফটোগ্ৰাফীৰ সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হৈছে।[1]
কাম্বলী মিছৌৰীৰ ট্ৰুমেন ষ্টেট ইউনিভাৰ্চিটিৰ কলাৰ অধ্যাপক।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Priya Kambli". 11 July 2024. https://collections.mocp.org/mpp/kambli_priya.php.
- ↑ 2.0 2.1 2.2 2.3 "Priya Kambli - Me (Flour), 2009". 11 July 2024. https://collection.lightwork.org/Detail/artworks/2010.089.
- ↑ "Priya Kambli: Kavi (Silver Chumcha)". 11 July 2024. https://emuseum.mfah.org/objects/105414/kavi-silver-chumcha.
- ↑ "People - Priya Kambli - Works". 11 July 2024. https://emuseum.mfah.org/people/20397/priya-kambli/objects.