প্ৰিয়া পুনিয়া
| ব্যক্তিগত তথ্য | ||||
|---|---|---|---|---|
| সম্পূৰ্ণ নাম | প্ৰিয়া সুৰেন্দৰ পুণীয়া | |||
| জন্ম | ৬ আগষ্ট ১৯৯৬ জয়পুৰ , ৰাজস্থান , ভাৰত | |||
| বেটিং শৈলী | সোঁহতীয়া | |||
| বলিং শৈলী | সোঁপতীয়া মধ্যম গতি | |||
| ভূমিকা | বেটছ্মেন | |||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
| অ'ডিআই অভিষেক (কেপ ১২৭) | ৯ অক্টোবৰ ২০১৯ বনাম দক্ষিণ আফ্ৰিকা | |||
| অন্তিম অ'ডিআই | ৮ ডিচেম্বৰ ২০২৪ v অষ্ট্ৰেলিয়া | |||
| আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৬১) | ৬ ফেব্ৰুৱাৰী ২০১৯ v নিউজিলেণ্ড | |||
| অন্তিম আন্তৰ্জাতিক টি২০ | ১০ ফেব্ৰুৱাৰী ২০১৯ বনাম নিউজিলেণ্ড | |||
| ঘৰুৱা দলৰ তথ্য | ||||
| বছৰ | দল | |||
| ২০১৩/১৪–বৰ্তমান | মহিলা ক্ৰিকেট দল, দিল্লী | |||
| ২০১৪/১৫–২০১৭/১৮ | দক্ষিণ জ'ন, মহিলা ক্ৰিকেট দল | |||
| ২০১৫–২০১৭/১৮ | ভাৰতীয় গ্ৰীন মহিলা ক্ৰিকেট দল | |||
| ২০১৯–বৰ্তমানলৈ | চুপাৰনবাচ | |||
| কেৰিয়াৰ পৰিসংখ্যা | ||||
| প্ৰতিযোগিতা | এদিনীয়া আন্তৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট | টি-২০ | ||
| মুঠ খেল | ১১ | ৩ | ||
| ৰাণ | ২৭৩ | ৯ | ||
| বেটিং গড় | ২৭.৩০ | ৩ | ||
| শতক/অৰ্ধশতক | -/২ | -/- | ||
| সৰ্বোচ্চ ৰাণ | ৭৫* | ৪ | ||
| বল | ||||
| উইকেট | ||||
| বলিং গড় | ||||
| এটা ইনিংছত ৫টা উইকেট | ||||
| এখন খেলত ১০টা উইকেট | ||||
| শ্ৰেষ্ঠ বলিং | ||||
| কেচ্চ/ষ্টাম্পিং | 0/– | ১/– | ||
| উৎস: http://www.espncricinfo.com/ci/content/player/883391.html ESPNcricinfo, ২৫ মে'২০২১ {{{year}}} | ||||
প্ৰিয়া পুনিয়া (জন্ম ৬ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ।[1][2]২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় মহিলা ক্ৰিকেট দলত ২০১৮–১৯ চনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা ক্ৰিকেট শৃংখলাত তেওঁৰ অভিষেক ঘটে। [3]আৰু ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। [4]
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ মহিলা একদিনীয়া আন্তঃৰাষ্ট্ৰীয় দলত তেওঁলোকৰ ছিৰিজৰ বাবে( ২০১৯–২০) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলত স্থান লাভ কৰে।[5] ২০১৯ চনৰ ৯ অক্টোবৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটৰ মূল একাদশত স্থান লাভ কৰে । [6]
২০২১ চনৰ মে' মাহত ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে খেলৰ বাবে ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেট দলতো তেওঁক অন্তৰ্ভুক্ত কৰা হয়।[7][8]
২০২৩ চনৰ ৯ জুলাইৰ পৰা আৰম্ভ হোৱা টি-২০ মেচত বিচিচিআইয়ে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা কৰে, আৰু সেই দলত প্ৰিয়া পুনিয়াকো নিৰ্বাচিত কৰে। [9][10][11]
উৎস
[সম্পাদনা কৰক]- ↑ "Priya Punia". ESPNcricinfo. http://www.espncricinfo.com/ci/content/player/883391.html। আহৰণ কৰা হৈছে: 6 February 2019.
- ↑ "India's potential Test debutantes: Where were they in November 2014?". Women's CricZone. https://www.womenscriczone.com/india-test-newbies-where-were-they-in-november-2014। আহৰণ কৰা হৈছে: 10 June 2021.[সংযোগবিহীন উৎস]
- ↑ "Veda Krishnamurthy dropped, Priya Punia called up for New Zealand tour". ESPNcricinfo. http://www.espncricinfo.com/story/_/id/25587084/veda-krishnamurthy-dropped-priya-punia-called-new-zealand-tour। আহৰণ কৰা হৈছে: 21 December 2018.
- ↑ "1st T20I (D/N), India Women tour of New Zealand at Wellington, Feb 6 2019". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1153858.html। আহৰণ কৰা হৈছে: 6 February 2019.
- ↑ "Fifteen-year-old Shafali Verma gets maiden India call-up". ESPNcricinfo. https://www.espncricinfo.com/story/_/id/27542146/fifteen-year-old-shafali-verma-gets-maiden-india-call-up। আহৰণ কৰা হৈছে: 5 September 2019.
- ↑ "1st ODI, South Africa Women tour of India at Vadodara, Oct 9 2019". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1200180.html। আহৰণ কৰা হৈছে: 9 October 2019.
- ↑ "India's Senior Women squad for the only Test match, ODI & T20I series against England announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2021/news/154389/india-s-senior-women-squad-for-the-only-test-match-odi-t20i-series-against-england-announced। আহৰণ কৰা হৈছে: 14 May 2021.
- ↑ "India player Priya Punia loses mother to Covid-19". Mandakini Shalya. The Times of India. 18 May 2021. https://timesofindia.indiatimes.com/sports/off-the-field/india-player-priya-punia-loses-mother-to-covid-19/articleshow/82739366.cms। আহৰণ কৰা হৈছে: ৫ ফেব্ৰুৱাৰী ২০২৫.
- ↑ "राजस्थान की बेटी प्रिया का हुआ टीम इंडिया में सिलेक्शन:बांग्लादेश के साथ होने वाली वनडे सीरीज में खेलेगी पूनिया". Bhaskar. 4 July 2023. https://www.bhaskar.com/local/rajasthan/jaipur/news/punia-will-play-in-odi-series-with-bangladesh-131483618.html.
- ↑ "BCCI Names Women's Team for Bangladesh Tour: Priya Punia Returns, Renuka Singh, Richa Ghosh Left Out - News18" (en ভাষাত). www.news18.com. https://www.news18.com/cricketnext/priya-punia-returns-to-odis-after-2-years-as-bcci-women-announce-squads-for-bangladesh-tour-8231443.html। আহৰণ কৰা হৈছে: 2023-07-05.
- ↑ Today, Sangri (2023-07-05). "Priya Punia's Father's Sacrifice Shows That Anything is Possible with Hard Work and Determination" (en ভাষাত). Sangri Today. https://www.sangritoday.com/priya-punia-s-fathers-sacrifice-shows-that-anything-is-possible-with-hard-work-and-determination। আহৰণ কৰা হৈছে: 2023-07-05.