সমললৈ যাওক

প্ৰিয় মালতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিয় মালতী

পোষ্টাৰ
পৰিচালক শংখ দাসগুপ্ত
চিত্ৰনাট্য শংখ দাসগুপ্ত
আবু চৈয়দ ৰাণা
কাহিনী শংখ দাসগুপ্ত
অভিনয়ত মেহজাবীন চৌধুৰী
চিত্ৰগ্ৰহণকাৰী বৰকট হোছেইন পলাশ
সম্পাদনা চালেহ শোভন অনিম
সংগীত পৰিচালক ৰুচলন ৰহমান
প্ৰযোজনা
কোম্পানীসমূহ
ফ্ৰেমছ পাৰ চেকেণ্ড
চোৰকি
পৰিবেশক চোৰকি
মুক্তি
২০ ডিচেম্বৰ ২০২৪ (2024-12-20)
দৈৰ্ঘ্য
১১৯ মিনিট
দেশ বাংলাদেশ
ভাষা বঙালী

প্ৰিয় মালতী (ইংৰাজী: Priyo Maloti; বিকল্প শিৰোনাম: Whispers of a Thirsty River)[1] ২০২৪ চনৰ এখন বাংলাদেশী অপৰাধমূলক নাট্যধৰ্মী ছবি। এটা সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ[2] শংখ দাসগুপ্তই কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে। পৰিচালনাও শংখ দাসগুপ্তৰ।[3] অ'টিটি প্লেটফৰ্ম চ'ৰকিৰ সহযোগত ফ্ৰেম পাৰ ছেকেণ্ডে এই ছবিখন নিৰ্মাণ কৰিছিল। ইয়াত মেহজাবীন চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[4] ইয়াত মাতৃত্বৰ ওচৰ চাপি অহা এগৰাকী মহিলা মালতীৰ যাত্ৰাৰ কাহিনী বৰ্ণিত হৈছে। মালতীৰ স্বামী পলাশৰ এক বিধ্বংসী জুইত মৃত্যু হোৱাৰ পিছত তেওঁৰ জীৱনে এক মৰ্মান্তিক ৰূপ লয়।[5]

২০২৪ চনৰ ২০ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱা এই ডাঙৰ পৰ্দাৰ ছবি এখনত মুখ্য অভিনেত্ৰী হিচাপে মেহাজাবীন চৌধুৰী, পৰিচালক হিচাপে শংখ দাসগুপ্ত আৰু প্ৰযোজক হিচাপে আদনান আল ৰাজীবৰ আত্মপ্ৰকাশ আছিল।[6]

বৰকত হোছেইন পলাশৰ চিনেমেট'গ্ৰাফী আৰু ৰুছলান ৰহমানৰ আৱহ সংগীতৰ সৈতে ছবিখনে দৰ্শকক মালতীৰ জীৱনৰ উত্থান-পতনত নিমজ্জিত কৰি ৰখাত সফল হৈছে।[10] আৰু দৰ্শকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছে।[7]

২৩তম ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিয় মালতী ছবিখনক বাংলাদেশ পেনোৰামা শাখাত FIPRESCI বঁটাৰে সন্মানিত কৰা হয়।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "শোবিজ – মেহজাবীনেৰ 'প্ৰিয় মালতী'-এৰ ওয়াৰ্ল্ড প্ৰিমিয়াৰ কায়ৰোতে" (en-US ভাষাত). 2024-11-05. https://www.shokalshondha.com/mehazabien-priyo-malti-cairo-world-premiere/। আহৰণ কৰা হৈছে: 2025-02-18. 
  2. অনলাইন, চ্যানেল আই (2024-12-20). "'প্ৰিয় মালতী' দেখে দৰ্শকেৰ চোখ ছলছল!" (en-US ভাষাত). Channel I Online. https://www.channelionline.com/public-reaction-after-watchin-prio-maloti/। আহৰণ কৰা হৈছে: 2025-02-18. 
  3. "Mehazabien set to debut on silver screen with 'Priyo Maloti'" (en ভাষাত). The Business Standard. 2024-12-06. https://www.tbsnews.net/splash/mehazabien-set-debut-silver-screen-priyo-maloti-1011566। আহৰণ কৰা হৈছে: 2025-02-18. 
  4. প্ৰতিবেদক, বিনোদন (2024-12-13). "বড় পৰ্দায় আসছেন মেহজাবীন" (bn ভাষাত). Prothomalo. https://www.prothomalo.com/entertainment/dhallywood/jxmfr5bldh। আহৰণ কৰা হৈছে: 2025-02-18. 
  5. "Priyo Maloti holds a mirror to society" (en ভাষাত). The Business Standard. 2025-02-06. https://www.tbsnews.net/splash/priyo-maloti-holds-mirror-society-1062461। আহৰণ কৰা হৈছে: 2025-02-18. 
  6. "কেমন হলো মেহজাবীনেৰ প্ৰথম সিনেমা 'প্ৰিয় মালতী'?" (en ভাষাত). thedailycampus.com. 2024-12-20. https://thedailycampus.com/entertainment-news/163916/amp/%E0%A6%95%E0%A7%87%E0%A6%AE%E0%A6%A8-%E0%A6%B9%E0%A6%B2%E0%A7%8B-%E0%A6%AE%E0%A7%87%E0%A6%B9%E0%A6%9C%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A5%E0%A6%AE-%E0%A6%B8%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%AE%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BF%E0%A7%9F-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A4%E0%A7%80?-। আহৰণ কৰা হৈছে: 2025-02-18. 
  7. "মাল্টিপ্লেক্সে মেহজাবীনেৰ 'প্ৰিয় মালতী'ৰ দাৰুণ খবৰ" (en ভাষাত). Barta24. 2024-12-31. https://barta24.com/details/entertainment/261202/mehzabeens-priya-malati-has-responded-well-in-multiplexes। আহৰণ কৰা হৈছে: 2025-02-18. 
  8. "23rd DIFF concludes; 'Priyo Maloti' wins Best Film for Bangladesh" (English ভাষাত). unb.com.bd. https://unb.com.bd/category/Lifestyle/23rd-diff-concludes-priyo-maloti-wins-best-film-for-bangladesh/151602। আহৰণ কৰা হৈছে: 2025-02-18. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]