সমললৈ যাওক

প্ৰেমলীলা বিথালদাস থাকাৰচি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰেমলীলা বিথালদাস থাকাৰচি
জন্ম ১৮৯৪
মৃত্যু ১৯৭৭
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষাবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্ম বিভূষণ (১৯৭৫)

লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী।[1][2]

শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।

অতি কম বয়সতে স্বামীহাৰা হোৱা স্বত্বেও প্ৰেমলীলাই তেওঁৰ বিভিন্ন সমাজহিতৈষী কামসমূহ অব্যাহত ৰাখিছিল, শিক্ষা আৰু সমাজসেৱা এই দুয়োখন ক্ষেত্ৰতে তেওঁ নাৰী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে নিজকে উৎসৰ্গা কৰিছিল।

কস্তুৰবা গান্ধী নেচনেল মেম’ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ হৈয়েই থাকে (১৯৫৬-১৯৭২), আৰু মুম্বাইৰ এছ এন ডি টি মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যও হয়।[3]

শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ১৯৭৫ চনত ভাৰত চৰকাৰৰ দ্বাৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল। [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gouri Srivastava (2006). Women Role Models: Some Eminent Women of Contemporary India. Concept Publishing Company. পৃষ্ঠা. 22–. ISBN 978-81-8069-336-6. https://books.google.com/books?id=Kfs4Cns3nJIC&pg=PA22. 
  2. Nagendra Kr Singh (2001). Encyclopaedia of women biography: India, Pakistan, Bangladesh. A.P.H. Pub. Corp.. পৃষ্ঠা. 385. ISBN 978-81-7648-264-6. https://books.google.com/books?id=wZMrAQAAIAAJ. 
  3. S. K. Gupta (1994). Career Education in India: The Institutes of Higher Learning. Mittal Publications. পৃষ্ঠা. 63. ISBN 978-81-7099-540-1. https://books.google.com/books?id=A7hAoq5mXPUC&pg=PA63. 
  4. "Padma Awards Directory (1954–2007)" (PDF). Ministry of Home Affairs. 2007-05-30. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf.