প্ৰেম খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
প্ৰেম খান
জন্ম ওয়াসিম ৰহমান
৩১ মে', ১৯৯৬
ধুবুৰী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমান
উচ্চতা ৫ ফুট ৮ ইঞ্চি

প্ৰেম খান (জন্ম: ৩১ মে', ১৯৯৬) অসমৰ এজন চলচ্চিত্ৰ অভিনেতা। তেখেতে কেইখনমান হিন্দী ,বাংলা আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে ।[1][2][3][4] [5] তেওঁৰ আচল নাম ওয়াসিম ৰহমান যদিও প্ৰেম নামেৰে তেওঁ পৰিচিত।

চমু জীৱনী[সম্পাদনা কৰক]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

তেওঁৰ জন্ম অসমৰ ধুবুৰীত হৈছিল আৰু তেওঁৰ শৈশৱ বিলাসীপাৰা ত অতিবাহিত কৰে।

শিক্ষা[সম্পাদনা কৰক]

তেওঁ পূব গোৱালেৰ চৰ প্ৰাথমিক বিদ্যালয় আৰু বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়াশুনা কৰে। তেওঁৰ দেউতাকে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত ভর্তি কৰাই দিয়ে। কিন্তু তেওঁৰ আচল ইচ্ছা আছিল অভিনেতা হোৱাৰ বাবে মাত্ৰ ১৭ বছৰ বয়সতে উচ্চশিক্ষাৰ বাবে মুম্বাইৰ এলফিনষ্ট'ন কলেজলৈ পঢ়িবলৈ যায়।[6] তাৰ পিছত তেওঁ বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে পেছাদাৰী জীৱন আৰম্ভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰেম খানে বলিউডৰ ছবি "প্ৰেম ৰতন ধন পায়ো"ৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলে। তাত তেওঁ ছালমান খানৰ বন্ধুৰ সৰু চৰিত্ৰ ৰূপায়িত কৰিছিল। তাৰ পিছত তেওঁ আন এখন য়শ ৰাজ ফিল্মছএ প্ৰযোজনা কৰা বলিউড ছবি "টাইগাৰ জিন্দা হে"ত এটি চৰিত্ৰত অভিনয় কৰে।

অভিনীত বোলছবি[সম্পাদনা কৰক]

শিৰোনামা চন নিৰ্দেশক চৰিত্ৰ
প্রেম ৰতন ধন পায়ো ২০১৫ সুৰাজ বৰজত্যা মাসুৰী জী
টাইগাৰ জিনদা হে ২০১৭ আলী আব্বাছ জাফৰ ভীৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Prem Khan (Actor) Height, Weight, Age, Affairs, Biography & More - StarsUnfolded". starsunfolded.com. http://starsunfolded.com/prem-khan/। আহৰণ কৰা হৈছে: ২০১৭-০৬-১৯. 
  2. Ahmed, Hussain (১৪ মে ২০১৭). "Prem Khan to Debut in Assamese Film with The Biopic on Arnab Basu - Magical Assam". Magicalassam.com. http://www.magicalassam.com/2017/05/adil-hussain-prem-khan-arnab-basu-biopic.html। আহৰণ কৰা হৈছে: ১৯ জুন ২০১৭. 
  3. "Prem Khan,". http://www.biographybd.com/prem-khan/। আহৰণ কৰা হৈছে: ১৯ জুন ২০১৭. 
  4. "Prem Khan Height, Weight, Age". bollysuperstar.com. http://bollysuperstar.com/prem-khan-height-weight-age/। আহৰণ কৰা হৈছে: ১৯ জুন ২০১৭. 
  5. Anurag Barman. "From Dhubri to Bollywood, the inspiring journey of Prem Khan from Assam". The Northeast Today. https://thenortheasttoday.com/from-dhubri-to-bollywood-the-inspiring-journey-of-prem-khan-from-assam/। আহৰণ কৰা হৈছে: ২৬ জুন ২০১৭. 
  6. "Prem Khan's Story: From Dhubri to Bollywood - Eclectic Northeast". eclecticnortheast.in. ১৮ মে ২০১৭. https://eclecticnortheast.in/prem-khans-story-dhubri-bollywood/। আহৰণ কৰা হৈছে: ১৯ জুন ২০১৭. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]