প্ৰৱতী পাৰিদা
প্ৰৱতী পাৰিদা Pravati Parida | |
|---|---|
| উৰিষ্যাৰ উপ মুখ্য মন্ত্ৰী | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১২ জুন ২০২৪ Serving with কনক বৰ্ধন সিং দেউ | |
| ৰাজ্যপাল | কম্ভাপতি হৰি বাবু |
| মুখ্য মন্ত্ৰী | মোহন চৰণ মাঝি |
| পূৰ্বসূৰী | বসন্ত কুমাৰ বিশ্বাল (২০০০) |
| উত্তৰসূৰী | বৰ্তমানৰ |
| উৰিষ্যা বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ৪ জুন ২০২৪ | |
| পূৰ্বসূৰী | সমীৰ ৰঞ্জন দাশ |
| সমষ্টি | নিমাপৰা বিধান সভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১২ মে', ১৯৬৬ (৬০ বছৰ)[1] |
প্ৰৱতী পাৰিদা (ইংৰাজী: Pravati Parida, জন্ম : ১২ মে' ১৯৬৬) উৰিষ্যাৰ এগৰাকী ৰাজনীতিবিদ৷ ২০২৪ চনৰ পৰা মোহন মাঝিৰ অধীনত ওড়িশাৰ প্ৰথম মহিলা আৰু ৫ম উপ-মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ মহিলা আৰু শিশু উন্নয়ন, মিছন শক্তি, আৰু পৰ্যটন মন্ত্ৰী। ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি পুৰী জিলাৰ নিমাপাড়া বিধান সভা সমষ্টিৰ বিধায়িকা। ২০২৪ চনৰ ওড়িশা বিধানসভাৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰে। [2][3][4]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]প্ৰৱতী পাৰিদা নিমাপাৰাৰ বাসিন্দা। প্ৰাক্তন চৰকাৰী চাকৰিয়াল শ্যাম সুন্দৰ নায়কৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। ১৯৯৫ চনত উৎকল বিশ্ববিদ্যালয়ত তেওঁ এল এল বি সম্পূৰ্ণ কৰে আৰু একে বছৰতে কিছুদিনৰ বাবে ওড়িশা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে যোগদান কৰে।[5] পিছলৈ ২০০৫ চনত ৰাজহুৱা প্ৰশাসনত তেওঁ উৎকল বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০২৪ চনৰ উৰিষ্যা বিধানসভাৰ নিৰ্বাচনত নিমাপাড়া বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পাৰিদাই জয়লাভ কৰিছিল৷[7] তেওঁ বিজু জনতা দলৰ দিলীপ কুমাৰ নায়কক ৪,৫৮৮ টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ তেওঁ ৯৫,৪৩০ টা ভোট লাভ কৰিছিল৷[8][9]
২০২৪ চনৰ ১২ জুনত ভুৱনেশ্বৰৰ জনতা ময়দানত কনক বৰ্ধন সিং দেও আৰু মোহন চৰণ মাঝিৰ সৈতে প্ৰৱতী পাৰিদাই ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল ৰঘুবৰ দাসে শপত পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ লগতে ১০খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।[10][11][12][5][13] তেওঁ ওড়িশাৰ প্ৰথমগৰাকী মহিলা উপ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।[14]
References
[সম্পাদনা কৰক]- ↑ "page error". odishaassembly.nic.in. https://odishaassembly.nic.in/pageerror.aspx?aspxerrorpath=/image.aspx.
- ↑ "Full list of Odisha Assembly elections 2024 winners" (en ভাষাত). The Indian Express. 2024-06-05. https://indianexpress.com/elections/full-list-of-odisha-assembly-elections-2024-winners-9365903/। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ "Pravati Parida, BJP Election Results LIVE: Latest Updates On Pravati Parida, Lok Sabha Constituency Seat - NDTV.com". www.ndtv.com. https://www.ndtv.com/elections/odisha/vidhan-sabha-election-candidates-list-2024/pravati-parida-18106-1। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ "Who is Mohan Charan Majhi, BJP's first Odisha CM". The Times of India. 11 June 2024. https://timesofindia.indiatimes.com/india/who-is-mohan-charan-majhi-new-odisha-cm-bjp-bjd/articleshow/110909600.cms। আহৰণ কৰা হৈছে: 11 June 2024.
- 1 2 "Meet Pravati Parida, BJP leader set to be Odisha's first female Deputy CM" (en ভাষাত). Hindustan Times. 2024-06-11. https://www.hindustantimes.com/india-news/meet-pravati-parida-bjp-leader-set-to-be-odishas-first-female-deputy-cm-101718110776015.html। আহৰণ কৰা হৈছে: 2026-04-30.
- ↑ "Pravati Parida(Bharatiya Janata Party(BJP)): Constituency- NIMAPARA(PURI) - Affidavit Information of Candidate". www.myneta.info. https://www.myneta.info/Odisha2024/candidate.php?candidate_id=1231। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ "Nimapara Assembly Election Result 2024: BJD's Dilip Kumar Nayak to take on BJP's Parvati Parida". The Times of India. 2024-06-04. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/bhubaneswar/nimapara-election-result-2024-bhubaneswar-nimapara-assembly-election-poll-results-updates/articleshow/110675471.cms.
- ↑ "Nimapara Election Result 2024 LIVE Updates Highlights: Assembly Winner, Loser, Leading, Trailing, MLA, Margin" (en ভাষাত). News18. 2024-06-04. https://www.news18.com/elections/nimapara-election-result-2024-live-updates-highlights-assembly-winner-loser-leading-trailing-mla-margin-8917548.html। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ "Nimapara Assembly Election Results 2024: Nimapara Odisha Election Schedule, Vote share and Results" (en ভাষাত). Financialexpress. 2024-06-06. https://www.financialexpress.com/elections/odisha-assembly-election/nimapara-constituency/। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ "Highlights: BJP Tribal Leader, 4-Time MLA Mohan Majhi Sworn In As Odisha Chief Minister". NDTV.com. https://www.ndtv.com/india-news/odisha-chief-minister-swearing-in-live-updates-mohan-majhi-set-to-be-sworn-in-as-bjps-first-chief-minister-in-odisha-5874031। আহৰণ কৰা হৈছে: 2024-06-13.
- ↑ Barik, Satyasundar (2024-06-12). "Mohan Charan Majhi sworn in as Odisha's first BJP Chief Minister" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/odisha/mohan-charan-majhi-sworn-in-as-odishas-first-bjp-chief-minister/article68281205.ece.
- ↑ "Odisha Cabinet portfolios: CM Mohan Charan Majhi keeps Home" (en-IN ভাষাত). India News. 2024-06-13. ISSN 0971-751X. https://www.indiatvnews.com/news/india/odisha-cabinet-portfolios-cm-mohan-charan-majhi-keeps-home-ministry-kanak-vardhan-singh-agriculture-pravati-parida-women-child-development-finance-2024-06-15-937131.
- ↑ "Odisha New CM Live Updates: Mohan Charan Majhi declared new Odisha Chief Minister, KV Singh Deo, Pravati Parida to be Deputy CMs" (en ভাষাত). Financialexpress. 2024-06-11. https://www.financialexpress.com/india-news/odisha-new-cm-live-updates-bjp-odisha-new-chief-minister-2024-selection-live-news/3521378/। আহৰণ কৰা হৈছে: 2024-06-11.
- ↑ "Odisha's first female Deputy CM is Pravati Parida — 5 things to know about the high court lawyer" (en ভাষাত). mint. 2024-06-11. https://www.livemint.com/politics/odishas-first-female-deputy-cm-is-high-court-lawyer-pravati-parida-5-points-11718117624306.html। আহৰণ কৰা হৈছে: 2026-04-30.