সমললৈ যাওক

পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰ্ণগ্ৰাফি চলচ্চিত্ৰৰ অভিনেতা/অভিনেত্ৰী বুলি ক'লে সিহঁতক বুজায় যিয়ে পৰ্ণগ্ৰাফি চলচ্চিত্ৰত প্ৰদৰ্শিত যৌনতাক দৃশ্যৰ মাধ্যমত উপস্থাপন কৰে। পৰ্ণগ্ৰাফিক ভিডিঅ' নিৰ্মাণ কৰাৰ আগতে অভিনেতা/অভিনেত্ৰীসকলক তেওঁলোকৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি এনেদৰে বাছনি কৰা হয় যাতে তেওঁলোকে মানুহৰ যৌন কল্পনা পূৰণ কৰিবলৈ সক্ষম হয়৷ সাধাৰণতে দুটা মূল শাখা থাকে; "চফ্টকোৰ পৰ্ণগ্ৰাফী", য'ত অনাভেদী যৌনক্ৰিয়া থাকে কিন্তু "ভেদকাৰী যৌনতা" বা "অত্যধিক যৌনতা" নাথাকে, আৰু "হাৰ্ডকোৰ পৰ্ণগ্ৰাফী", য'ত ভেদকাৰী যৌনতা আৰু অত্যধিক যৌনতা বা কামুকতা থাকে। ভিডিঅ' মূলতঃ মানুহৰ প্ৰয়োজন অনুযায়ী তৈয়াৰ কৰা হয়। পৰ্ণগ্ৰাফিক ভিডিঅ’ৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি পৰিৱেশ, অভিনেতা/অভিনেত্ৰীৰ বয়স, অভিনেত্ৰীগৰাকীৰ কামুকতা, শাৰীৰিক ক্ষমতা, আৱেগিকভাৱে উত্তেজিত হোৱাৰ ক্ষমতা আদি কাৰকে চৰিত্ৰটোক বাস্তৱিক ৰূপ দিবলৈ বিবেচনা কৰা হয়। তদুপৰি, জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি, পৰিবেশকসকলে প্ৰায়ে সমকামী পুৰুষ পৰ্ণগ্ৰাফী, লেচবিয়ান মহিলা পৰ্ণগ্ৰাফী, এলজিবিটি, বিডিএছএম, ষ্ট্ৰেপ-অন যৌনতা, পায়ুপথৰ যৌনতা, দ্বৈত অনুপ্ৰৱেশ, কিশোৰী ছোৱালী, আন্তঃবৰ্ণীয়, MILFs, আঙুলি সঞ্চালন, দলগত যৌনকাৰ্য, উভকামিতা, বিপৰীতকামিতা, মুখমৈথুন, হস্তমৈথুন, হেনটাই, স্তন সংগম, পশুকামিতা আদি নিৰ্দিষ্ট ধাৰাত বিভক্ত হয়। পৰ্ণগ্ৰাফীত অভিনয় কৰাৰ সময়ত সকলো অভিনেতা-অভিনেত্ৰী আংশিক বা সম্পূৰ্ণ নগ্ন হ’ব লাগে।

পৰ্ণগ্ৰাফি চলচ্চিত্ৰৰ অভিনেত্ৰী সকল

[সম্পাদনা কৰক]
  • অষ্টিন কিনকেইড (জন্ম: ১৪ জানুৱাৰী, ১৯৮০) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • অড্ৰে বিটোনী (জন্ম: ১৬ আগষ্ট, ১৯৮৬) হৈছে আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • অৰোৰা স্নো এগৰাকী প্ৰাক্তন পৰ্ণ অভিনেত্ৰী।
  • ইণ্ডিয়া ছামাৰ এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল আৰু এভিএন আৰু এক্সআৰচিঅ’ হলছ অৱ ফেমৰ সদস্য।
  • এলেক্সিচ টেক্সাচ (জন্ম: ২৫ মে', ১৯৮৫) এগৰাকী আমেৰিকান AVN পুৰস্কাৰ বিজয়ী প্ৰাপ্তবয়স্ক পৰ্ণগ্ৰাফি অভিনেত্ৰী তথা পৰিচালক।
  • আসা আকিৰা (জন্ম: ৩ জানুৱাৰী, ১৯৮৬) এগৰাকী জাপানী মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ পৰিচালক।
  • এনেট ডন (জন্ম: ৯ মে', ১৯৭৮), এগৰাকী হাঙ্গেৰীয়ান পতিতা, মেকআপ শিল্পী, চিৰামিচিষ্ট, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • ইভা এঞ্জেলিনা (জন্ম: ১৪ মাৰ্চ, ১৯৮৫) এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফি অভিনেত্ৰী আৰু প্ৰাপ্তবয়স্ক মডেল।
  • এবি ব্ৰুক্স (জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮৩) এগৰাকী মাৰ্কিন পৰ্ণ অভিনেত্ৰী।
  • এচিয়া কাৰেৰা (জন্ম: ৬ আগষ্ট, ১৯৭৩) এগৰাকী প্ৰাক্তন মাৰ্কিন পৰ্ণ অভিনেত্ৰী।
  • ক্ৰিচ্চী মোৰান (জন্ম: ২২ ডিচেম্বৰ, ১৯৭৫) এগৰাকী প্ৰাক্তন মাৰ্কিন পৰ্ণ অভিনেত্ৰী।
  • কেলি মেডিচন (জন্ম: ২৬ আগষ্ট, ১৯৬৭) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, পৰিচালক আৰু ইণ্টাৰনেট পৰ্ণগ্ৰাফী উদ্যোগী।
  • চাৰ্মান ষ্টাৰ (জন্ম:৫ মে' ১৯৭৯) এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • ছ’ফি এণ্ডাৰছন (কাৰেন এন কুক, ২৩ নৱেম্বৰ ১৯৮৭ – ৩০ নৱেম্বৰ ২০২৩) এগৰাকী ইংৰাজী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু ইণ্টাৰনেট ব্যক্তিত্ব আছিল।
  • ছানী লিয়নি (জন্ম: ১৩ মে', ১৯৮১) একজন ভাৰতীয় বংশোদ্ভূত কানাডীয় আৰু মাৰ্কিন অভিনেত্ৰী, ব্যৱসায়ী, মডেলৰ লগতে প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • ছানি লেন (জন্ম: ২ মাৰ্চ, ১৯৮০) এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু নগ্ন ষ্টেজ মডেল।
  • জেজমিন চৌধুৰী (জন্ম: ১৫ মে ১৯৮৫) বাংলাদেশী/আমেৰিকান পৰ্ণগ্ৰাফি অভিনেত্ৰী।
  • জেনা জেমছন (জন্ম: ৯ এপ্ৰিল, ১৯৭৪) এগৰাকী প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • টেইলৰ ৱেন এগৰাকী বৃটিছ অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ পৰিবেশক।
  • ব্ৰিয়ানা লাভ (জন্ম: ১৪ মাৰ্চ ১৯৮৫), এগৰাকী অবসৰপ্ৰাপ্ত মাৰ্কিন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • ব্ৰী অ'ল্চন (জন্ম: ৭ অক্টোবৰ, ১৯৮৬), এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • বেলাডোনা এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • ভিকি ভেট (জন্ম: ১২ জুন, ১৯৬৫) পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল।
  • মিয়া খলিফা (জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৯৩) এগৰাকী লেবানন-আমেৰিকান ইণ্টাৰনেট চেলিব্ৰিটি, ৱেবকেম মডেল আৰু প্ৰাপ্তবয়স্ক মডেল।
  • মেমফিচ মনৰো (জন্ম: ২৩ মাৰ্চ, ১৯৮৫) এগৰাকী মাৰ্কিন পৰ্ণ অভিনেত্ৰী।
  • লানা ৰোডছ (জন্ম: ৬ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰ্ মডেল।
  • লিচা এন (জন্ম: ৯ মে', ১৯৭২) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • লিচা স্পাৰ্কচ (জন্ম: ৬ অক্টোবৰ, ১৯৭৭) এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • শাই লাভ (জন্ম: ২৭ নৱেম্বৰ, ১৯৭৮) এগৰাকী ইটালীয়ান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • শে জোৰ্ডন (জন্ম: ১৭ নভেম্বৰ ১৯৮৫, ফিলিপাইন) এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
  • শ্বাইলা ষ্টাইলেজ (আমাণ্ডা ফ্ৰাইডমেন, ২৩ ছেপ্টেম্বৰ ১৯৮২ – ৯ নৱেম্বৰ ২০১৭) এগৰাকী কানাডাৰ পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু মডেল আছিল।
  • সাশা গ্ৰে (জন্ম: ১৪ মাৰ্চ, ১৯৮৮) একজন মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • সাভান্নাহ (জন্ম: ৯ অক্টোবৰ, ১৯৭০, মৃত্যু: ১১ জুলাই, ১৯৯৪) এগৰাকী মাৰ্কিন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী আছিল।
  • হলি চেম্পছন (জন্ম: ৪ ছেপ্টেম্বৰ, ১৯৭৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • হান্না হাৰ্পাৰ (জন্ম: ৪ জুলাই, ১৯৮২) পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • য়াছমিন লী এগৰাকী কম্বোডিয়ান আমেৰিকান ট্ৰেন্সজেণ্ডাৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু এগৰাকী মডেল।

স্বাস্থ্যজনিত বিপদ

[সম্পাদনা কৰক]

ৱেব সন্ধানৰ ফলাফল অনুসৰি পৰ্ণগ্ৰাফিক অভিনেতা/অভিনেত্ৰীসকল বিশেষভাৱে বিভিন্ন যৌন সংক্ৰমণ (STI) বিশেষকৈ এইচ পি ভি, জিকা জ্বৰ, ক্ল’মাইডিয়া, গনৰিয়া, চিফিলিছ, আৰু এইচ আই ভি/এইডছৰ বাবে বিপদত পৰে। এনে কিছুমান সংক্ৰমণ মাৰাত্মক হ’ব পাৰে বা গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰ্ণগ্ৰাফিক অভিনেতা/অভিনেত্ৰীয়ে কামৰ সময়ত এইচ আই ভি আৰু অন্যান্য এছ টি আই ৰোগত আক্ৰান্ত হোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।[1][2]

আত্মজীৱনী

[সম্পাদনা কৰক]
  • জেনা জেমচন – How to Make Love Like a Porn Star: A Cautionary Tale (২০০৫)[3]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Chen, Adrian (2011-03-30). "Porn Star HIV Test Database Leaked". Gawker. Archived from the original on January 20, 2015. https://web.archive.org/web/20150120053539/https://www.gawker.com/5787392/porn-star-hiv-test-database-leaked। আহৰণ কৰা হৈছে: January 11, 2015. 
  2. "Porn Actors' Personal Information, HIV Status Released Through California Health Clinic, Report Says". Fox News. March 31, 2011. https://www.foxnews.com/entertainment/porn-actors-personal-information-hiv-status-released-through-california-health-clinic-report-says/. 
  3. Chris Morris (2014-01-15). "The return of Jenna Jameson". CNBC. https://www.cnbc.com/2014/01/15/jenna-jameson-makes-post-retirement-comback-to-porn.html। আহৰণ কৰা হৈছে: 2014-04-03.