সমললৈ যাওক

পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

⚠️ সতৰ্কবাণী: এই পৃষ্ঠাটোত ১৮+ তথ্য আছে, যি সকলো পাঠকৰ বাবে, বিশেষকৈ কম বয়সীয়া পাঠকৰ বাবে উপযোগী নহ’ব পাৰে।

২০১৬ চনত পৰ্ণ অভিনেত্ৰী আছা আকিৰা আৰু অভিনেতা টনি ৰিবাছ
জনপ্ৰিয় পৰ্ণগ্ৰাফিক অভিনেতা জনী চিন্স, লিচা এন আৰু ভিক্টোৰিয়া ভেলেণ্টাইনোৰ লগত

পৰ্ণগ্ৰাফি চলচ্চিত্ৰৰ অভিনেতা/অভিনেত্ৰী বুলি ক'লে সিহঁতক বুজায় যিয়ে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰত প্ৰদৰ্শিত যৌনতাক দৃশ্যৰ মাধ্যমত উপস্থাপন কৰে। পৰ্ণগ্ৰাফিক ভিডিঅ' নিৰ্মাণ কৰাৰ আগতে অভিনেতা/অভিনেত্ৰীসকলক তেওঁলোকৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি এনেদৰে বাছনি কৰা হয় যাতে তেওঁলোকে মানুহৰ যৌন কল্পনা পূৰণ কৰিবলৈ সক্ষম হয়। সাধাৰণতে দুটা মূল শাখা থাকে; "চফ্টকোৰ পৰ্ণগ্ৰাফী", য'ত অনাভেদী যৌনক্ৰিয়া থাকে কিন্তু "ভেদকাৰী যৌনতা" বা "অত্যধিক যৌনতা" নাথাকে, আৰু "হাৰ্ডকোৰ পৰ্ণগ্ৰাফী", য'ত ভেদকাৰী যৌনতা আৰু অত্যধিক যৌনতা বা কামুকতা থাকে। ভিডিঅ' মূলতঃ মানুহৰ প্ৰয়োজন অনুযায়ী তৈয়াৰ কৰা হয়। পৰ্ণগ্ৰাফিক ভিডিঅ’ৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি পৰিৱেশ, অভিনেতা/অভিনেত্ৰীৰ বয়স, অভিনেত্ৰীগৰাকীৰ কামুকতা, শাৰীৰিক ক্ষমতা, আৱেগিকভাৱে উত্তেজিত হোৱাৰ ক্ষমতা আদি কাৰকে চৰিত্ৰটোক বাস্তৱিক ৰূপ দিবলৈ বিবেচনা কৰা হয়। তদুপৰি, জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি, পৰিবেশকসকলে প্ৰায়ে সমকামী পুৰুষ পৰ্ণগ্ৰাফি, লেচবিয়ান মহিলা পৰ্ণগ্ৰাফি, এলজিবিটি, বিডিএছএম, ষ্ট্ৰেপ-অন যৌনতা, পায়ুপথৰ যৌনতা, দ্বৈত অনুপ্ৰৱেশ, কিশোৰী ছোৱালী, আন্তঃবৰ্ণীয়, MILFs, আঙুলি সঞ্চালন, দলগত যৌনকাৰ্য, উভকামিতা, বিপৰীতকামিতা, মুখমৈথুন, হস্তমৈথুন, হেনটাই, স্তন সংগম, পশুকামিতা আদি নিৰ্দিষ্ট ধাৰাত বিভক্ত হয়। পৰ্ণগ্ৰাফিত অভিনয় কৰাৰ সময়ত সকলো অভিনেতা-অভিনেত্ৰী আংশিক বা সম্পূৰ্ণ নগ্ন হ’ব লাগে।

স্বাস্থ্যজনিত বিপদ

[সম্পাদনা কৰক]

ৱেব সন্ধানৰ ফলাফল অনুসৰি পৰ্ণগ্ৰাফিক অভিনেতা/অভিনেত্ৰীসকল বিশেষভাৱে বিভিন্ন যৌন সংক্ৰমণ (STI) বিশেষকৈ এইচ পি ভি, জিকা জ্বৰ, ক্ল’মাইডিয়া, গনৰিয়া, চিফিলিছ, আৰু এইচ আই ভি/এইডছৰ বাবে বিপদত পৰে। এনে কিছুমান সংক্ৰমণ মাৰাত্মক হ’ব পাৰে বা গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰ্ণগ্ৰাফিক অভিনেতা/অভিনেত্ৰীয়ে কামৰ সময়ত এইচ আই ভি আৰু অন্যান্য এছ টি আই ৰোগত আক্ৰান্ত হোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।[1][2]

আত্মজীৱনী

[সম্পাদনা কৰক]
  • জেনা জেমছন – How to Make Love Like a Porn Star: A Cautionary Tale (পৰ্ণ ষ্টাৰৰ দৰে প্ৰেম কেনেকৈ কৰিব পাৰি: এটা সতৰ্কবাণীমূলক কাহিনী) (২০০৫)[3]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Chen, Adrian (2011-03-30). "Porn Star HIV Test Database Leaked". Gawker. Archived from the original on January 20, 2015. https://web.archive.org/web/20150120053539/https://www.gawker.com/5787392/porn-star-hiv-test-database-leaked আহৰণ কৰা হৈছে: January 11, 2015.
  2. "Porn Actors' Personal Information, HIV Status Released Through California Health Clinic, Report Says". Fox News. March 31, 2011. https://www.foxnews.com/entertainment/porn-actors-personal-information-hiv-status-released-through-california-health-clinic-report-says/.
  3. Chris Morris (2014-01-15). "The return of Jenna Jameson". CNBC. https://www.cnbc.com/2014/01/15/jenna-jameson-makes-post-retirement-comback-to-porn.html আহৰণ কৰা হৈছে: 2014-04-03.