সমললৈ যাওক

পৰ্ণ পেথে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰ্ণ পেথে
জন্ম পুনে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
শিক্ষা পুনে ফাৰ্গুচন কলেজৰ পৰা ক্লিনিলেক চাইক’লজীত স্নাতকোত্তৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯-বৰ্তমান
দাম্পত্যসঙ্গী আলোক ৰাজবাড়ে (বি. ২০১৬)
পিতৃ-মাতৃ অতুল পেথে, ৰোহিনী পেথে

পৰ্ণ পেথে (ইংৰাজী: Parna Pethe) বহু মাৰাঠী ছবি আৰু পৰীক্ষামূলক নাটকত অভিনয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৮ চনত তেওঁ “পেথে নাটক কোম্পানী”ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।[1] তেওঁ নাট্যদল আসক্ত কলামঞ্চৰ অংশও আছিল।[2] ২০১৪ চনত তেওঁ “ৰাম মাধৱ” ছবিত অভিনয় কৰে, য'ত তেওঁ আলোক ৰাজৱাড়ৰ সৈতে শিৰোনাম চৰিত্ৰত অভিনয় কৰে।[3] ২০১৬ চনত তেওঁক “YZ” ছবিত দেখা যায়।[4] ২০১৮ চনত বিখ্যাত নাটক অমৰ ফটো ষ্টুডিঅ'ত তেওঁক সখী গোখলেৰ ঠাইত অভিনয় কৰে।[5] ২০১৯ চনত তেওঁ সুব্ৰত যোশীৰ বিপৰীতে “চেফ জাৰ্নি” শীৰ্ষক অনলাইন চুটি ছবি ধাৰাবাহিকৰ অংশ আছিল।[6] ইয়াৰ পিছত তেওঁক মোহিত তাকলকাৰৰ পৰিচালনাত নিৰ্মিত “মিডিয়াম স্পাইচী” ছবিত দেখা যাব।[7] তেওঁ পেথে নাটক কোম্পানীৰ ধৰ্মাধিকাৰ নিৰ্দেশিত নাট্য সম্পৰ্কীয় বিষয়ৰ ধাৰাবাহিক “কান দ্ৰুষ্টি”ৰো কিউৰেটৰ আছিল।[8] তেওঁ চন্দ্ৰকান্ত কুলকাৰ্ণীৰ দ্বাৰা পৰিচালিত বিখ্যাত মাৰাঠী নাট “চৰ্চৌগী”ত চাৰিটা মুখ্য চৰিত্ৰৰ ভিতৰত এটা চৰিত্ৰত অভিনয় কৰিছিল, আন তিনিটা চৰিত্ৰত অভিনয় কৰিছিল ৰোহিনী হট্টাংগড়ী, মুক্তা বৰ্বে আৰু কাদম্বৰী কদমে।[9] ২০২৪ চনত তেওঁ জনপ্ৰিয় গ্ৰন্থ 'টট্টো-চান'ৰ আধাৰত নিৰ্মিত নাটক “বাচন”ত 'টট্টো-চান'ৰ চৰিত্ৰত অভিনয় কৰি আছে।[10]


  1. Shetty, Anjali (27 May 2018). "Pune's Natak Company: A decade of theatrical, artistic triumph" (en ভাষাত). https://www.hindustantimes.com/pune-news/pune-s-natak-company-a-decade-of-theatrical-artistic-triumph/story-y3cJtZZ5ENEvfb4fJfqqcO.html। আহৰণ কৰা হৈছে: 18 March 2019. 
  2. Shetty, Anjali (11 October 2017). "The length of a role doesn't matter". Hindustan Times. https://www.hindustantimes.com/regional-movies/the-length-of-a-role-doesn-t-matter/story-HoeeGxWfcHfP3noHWTHxeJ.html। আহৰণ কৰা হৈছে: 25 March 2019. 
  3. Nivas, Namita (15 August 2014). "Rama Madhav (Marathi) / A good attempt" (en-IN ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/screen/rama-madhav-marathi-a-good-attempt/। আহৰণ কৰা হৈছে: 25 March 2019. 
  4. Matkari, Ganesh (12 August 2016). "FILM REVIEW: YZ". Pune Mirror. Archived from the original on 4 April 2019. https://web.archive.org/web/20190404230011/https://punemirror.indiatimes.com/entertainment/marathi-reviews/articleshow/53657760.cms. 
  5. "Parna Pethe replaces Sakhi in Amar Photo Studio - Times of India" (en ভাষাত). The Times of India. 15 August 2018. https://timesofindia.indiatimes.com/entertainment/marathi/theatre/parna-pethe-replaces-sakhi-in-amar-photo-studio/articleshow/65405423.cms। আহৰণ কৰা হৈছে: 18 March 2019. 
  6. Mallya, Vinutha (24 March 2019). "Fiction for fact" (en ভাষাত). Pune Mirror. Archived from the original on 1 April 2019. https://web.archive.org/web/20190401152150/https://punemirror.indiatimes.com/others/sunday-read/fiction-for-fact/articleshow/68543970.cms। আহৰণ কৰা হৈছে: 19 June 2019. 
  7. "'Medium Spicy': The first look poster of Sai Tamhankar, Lalit Prabhakar and Parna Pethe starrer is out now! - Times of India" (en ভাষাত). 10 May 2019. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/medium-spicy-the-first-look-poster-of-sai-tamhankar-lalit-prabhakar-and-parna-pethe-starrer-is-out-now/articleshow/69265994.cms. 
  8. "Natak Company to host third edition of Kaan Drushti on March 31" (en ভাষাত). Hindustan Times. 29 March 2019. https://www.hindustantimes.com/art-and-culture/natak-company-to-host-third-edition-of-kaan-drushti-on-march-31/story-9JrJV4xNdW1Wd9qwgkTmnN.html। আহৰণ কৰা হৈছে: 19 June 2019. 
  9. "Charchaughi" (en-US ভাষাত). NCPA. https://www.ncpamumbai.com/event/charchaughi/। আহৰণ কৰা হৈছে: 2024-12-04. 
  10. "5 conseils pour améliorer la santé mentale de ses collaborateurs" (fr ভাষাত). frenchch.net. 2023-10-10. https://frenchch.net/?_=/article/cities/pune/maharashtra-assembly-voting-process-celebs-say-everything-was-smooth-and-quick-9679807/lite/#KJWqMdlUlBniJekcURPln5vnfZJzVVyupg==। আহৰণ কৰা হৈছে: 2024-12-04. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]