সমললৈ যাওক

ফটৌমাটা বেৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফটৌমাটা বেৰী
জন্ম ১৯৫৪ (বয়স ৭০–৭১)
মামৌ, গিনি
নাগৰিকত্ব গিনি
শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অফ কনাক্ৰি
পেচা স্থপতিবিদ
জনা যায় গিনিৰ প্ৰথম মহিলা স্থপতিবিদ


ফটৌমাটা বেৰী (ইংৰাজী: Fatoumata Barry) জন্ম: ১৯৫৪ চনত[1] জন্ম গ্ৰহণ কৰা গিনিৰ এজন স্থপতিবিদ আৰু লেখক। তেওঁ গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত, আৰু অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী।

ফাটৌমাটাই ১৯৫৪ চনত মধ্য গিনিৰ মামৌত জন্মগ্ৰহণ কৰে।[1] তেওঁৰ পিতৃ আছিল এজন চিকিৎসক আৰু ৰাজনীতিবিদ।[2] ১৯৭৩ চনত ডনকাৰ লাইচি ২ août ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ক'নাক্ৰি বিশ্ববিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰে আৰু কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোৰ পৰা বৃত্তি গ্ৰহণ কৰি হাভানাত ৫ বছৰ ধৰি স্থাপত্য বিদ্যা অধ্যয়ন কৰে।[3] গিনিলৈ উভতি অহাৰ লগে লগে তেওঁ স্থপতিবিদ হিচাপে কাম কৰিবলৈ লয়। ২০০২ চনত তেওঁ আৰ্চি প্লাছ নামৰ নিজাকৈ এটা উদ্যোগ স্থাপন কৰে।[4] গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত বেৰী ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ সভানেত্ৰী আছিল।[2][5][4]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Ndungidi, Patrick (2020-07-29). "Les " bâtisseuses ", 11 femmes architectes qui redéfinissent l’architecture urbaine en Afrique" (fr-FR ভাষাত). African Shapers. https://africanshapers.com/les-batisseuses-11-femmes-architectes-qui-redefinissent-larchitecture-urbaine-en-afrique/। আহৰণ কৰা হৈছে: 2024-08-16. 
  2. 2.0 2.1 "Dame de Fer : Voici le Parcours de la première femme architecte en République de Guinée" (fr-FR ভাষাত). Actualité Feminine. 2019-01-25. https://archive.wikiwix.com/cache/index2.php?url=http://actualitefeminine.com/dame-de-fer-voici-parcours-de-premiere-femme-architecte-republique-de-guinee/#federation=archive.wikiwix.com&tab=url। আহৰণ কৰা হৈছে: 2024-08-16. 
  3. www.actu-elles.info (2019-02-13). "Première femme architecte de Guinée, patronne d’un cabinet d’architecture, Mme Fatoumata Barry est une femme distinguée" (fr-FR ভাষাত). ACTU-ELLES.INFO. https://archive.wikiwix.com/cache/index2.php?url=http://www.actu-elles.info/premiere-femme-architecte-de-guinee-patronne-dun-cabinet-darchitecture-mme-fatoumata-barry-est-une-femme-distinguee/#federation=archive.wikiwix.com&tab=url। আহৰণ কৰা হৈছে: 2024-08-16. 
  4. 4.0 4.1 Akanni, Nadjath (2021-09-22). "Black African Women ‘Killing It’ in Architecture" (en-GB ভাষাত). Teakisi. https://teakisi.com/black-african-women-killing-it-in-architecture/। আহৰণ কৰা হৈছে: 2024-08-16. 
  5. FAAPA. "Tenue à Conakry du 22 au 23 juillet de l’assemblée générale de l’ONAG – FAAPA FR" (en ভাষাত). https://archive.wikiwix.com/cache/index2.php?url=http://www.faapa.info/blog/tenue-a-conakry-du-22-au-23-juillet-de-lassemblee-generale-de-lonag/#federation=archive.wikiwix.com&tab=url। আহৰণ কৰা হৈছে: 2024-08-16.