ফাংনন কন্যাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাংনন কন্যাক
সাংসদ, ৰাজ্যসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ এপ্ৰিল ২০২২
পূৰ্বসূৰী কে.জি. কেনি
সমষ্টি নাগালেণ্ড
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী

এছ ফাংনন কন্যাক এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি, নাগালেণ্ড গোটৰ মহিলা মৰ্চাৰ সভাপতি। ২০২২ চনৰ মাৰ্চ মাহত, তেওঁ নাগালেণ্ডৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।[1][2][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Meet Phangnon Konyak, Nagaland's First Woman Rajya Sabha MP In 45 Years". Kayalvizhi Arivalan. Femina. 23 March 2022. https://www.femina.in/trending/achievers/meet-phangnon-konyak-nagalands-first-woman-rajya-sabha-mp-in-45-years-222400.html। আহৰণ কৰা হৈছে: 24 March 2022. 
  2. "BJP's S Phangnon Konyak to become Nagaland's first woman Rajya Sabha MP". Times Now. 21 March 2022. https://www.timesnownews.com/india/bjp-leader-s-phangnon-konyak-to-become-nagaland-first-woman-rajya-sabha-mp-article-90359160। আহৰণ কৰা হৈছে: 24 March 2022. 
  3. "Nagaland set to get first woman Rajya Sabha MP". The Times of India. 21 March 2022. https://timesofindia.indiatimes.com/india/nagaland-set-to-get-first-woman-rajya-sabha-mp/articleshow/90357793.cms। আহৰণ কৰা হৈছে: 24 March 2022.