সমললৈ যাওক

ফাতিমা আল-ফিহৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ফাতিমা বিন্ত মহম্মদ আল-ফিহৰীৰ পৰা পুনঃনিৰ্দেশিত)

ফাতিমা বিন্ত মহম্মদ আল-ফিহৰিয়া ( ইংৰাজী : Fatima Bint Muhammad Al-Fihri)আল-কুৰাছিয়া এগৰাকী আৰব মহিলা আছিল। যিয়ে ৮৫৭–৮৫৯ খ্ৰীষ্টাব্দত মৰক্কোৰ ফেজত আল-কাৰাৱিয়িন মছজিদ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰে। উম্ম আল-বানিন নামেৰেও পৰিচিত। আল-ফিহৰিয়াৰ মৃত্যু হৈছিল প্ৰায় ৮৮০ খ্ৰীষ্টাব্দত। পৃথিৱীত প্ৰথম বিশ্ববিদ্যালয় প্ৰতিষ্ঠাপক বুলিও জনা যায়।

ফাতিমা আল-ফিহৰী
فاطمة الفهرية