ফাৰ্ডিনাণ্ড লাচালে

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফাৰ্ডিনাণ্ড লাচালে

ফাৰ্ডিনাণ্ড জ'হান গটলিয়েব লাচালে (ইংৰাজী: Ferdinand Johann Gottlieb Lassalle; (১১ এপ্ৰিল ১৮২৫ - ৩১ আগষ্ট ১৮৬৪) আছিল জাৰ্মানীৰ এজন বিচাৰক, দাৰ্শনিক, তথা সমাজতান্ত্ৰিক ৰাজনৈতিক কৰ্মী. তেওঁক জাৰ্মানীত এজন আন্তৰ্জাতিক আৰ্হিৰ সমাজ পৰিৱৰ্তনকাৰীৰ ৰূপত চোৱা হয়। শ্ৰমিক আন্দোলনৰ সৈতে ঘাইকে জড়িত, তেওঁ আছিল সৰ্ব জাৰ্মান শ্ৰমিক সংঘৰ প্ৰতিষ্ঠাপক। সেই সময়ৰ তেওঁৰ প্ৰধান ৰাজনৈতিক প্ৰশ্ন আৰু তেওঁৰ অনুগামীৰ সুবিধাবাদী মনোভাবৰ বাবে কাৰ্ল মাৰ্ক্স আৰু ফ্ৰাইড্ৰিচ এঞ্জেল্সৰ তীব্ৰ সমালোচনা হ'ল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. মাৰ্কস এঙ্গেলস ৰচনাৱলী; প্ৰথম খণ্ড, প্ৰথম অংশ; প্ৰগতি প্ৰকাশন, মস্কো; ১৯৭২; পৃষ্ঠা- ৩৫৭

বাহ্যিক সংযোগ[সম্পাদনা কৰক]