ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ফুকন বা ফু-কান (আহোম ভাষাৰ শব্দ) আহোম ৰাজ্যআহোম সেনাবাহিনীপাইক কৰ্মচাৰী[1] ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা ছুটিয়া,কলিতা,বামুন সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।

লেখত লবলগীয়া ফুকনসকল[সম্পাদনা কৰক]

  • আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), অৰুণোদই যুগৰ এজন বিখ্যাত সাহিত্যিক
  • অনুপ ফুকন, ভাৰতীয় ৰাজনীতিবিদ
  • বিজু ফুকন, অসমীয়া চিনেমাৰ বিখ্যাত অভিনেতা
  • মহেন্দ্ৰ নাথ ডেকা ফুকন (১৯০৩-১৯৭৪), শিল্পী, কবি, সাংবাদিক
  • মিত্ৰা ফুকন, ইংৰাজী লেখিকা

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]