ফুকন
অৱয়ব
ফুকন বা ফু-কন (আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫, ইংৰাজী ভাষা:Phu Kan ) আছিল আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।[1] ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা ছুটিয়া,কলিতা,বামুণ সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।
প্ৰকাৰ
[সম্পাদনা কৰক]ফুকন সমুহ ১৭ প্ৰকাৰৰ আছিল, সেয়া হ'ল:
- ফু-কন খাৰি
- ফু-কন খু আঙ
- ফু-কন খে'
- ফু-কন টোণ ৰুং দাম
- ফু-কন ফা কুট
- ফু-কন ফু ছন ঙীন
- ফু-কন বাও
- ফু-কন বাই লুং
- ফু-কন মাও
- ফু-কন মা মু
- ফু-কন ম ছাই
- ফু-কন যাম চু
- ফু-কন ৰু
- ফু-কন ৰাই ডাঙ
- ফু-কন লুঙ
- ফু-কন ছি ৰিঙ
- ফু-কন দ'য় [2]
লেখত লবলগীয়া ফুকনসকল
[সম্পাদনা কৰক]- আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), অৰুণোদই যুগৰ এজন বিখ্যাত সাহিত্যিক
- অনুপ ফুকন, ভাৰতীয় ৰাজনীতিবিদ
- বিজু ফুকন, অসমীয়া চিনেমাৰ বিখ্যাত অভিনেতা
- মহেন্দ্ৰ নাথ ডেকা ফুকন (১৯০৩-১৯৭৪), শিল্পী, কবি, সাংবাদিক
- মিত্ৰা ফুকন, ইংৰাজী লেখিকা
- নীলমণি ফুকন ( ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। জ্ঞানপীঠ বঁটা বিজয়ী।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kakoty, Sanjeeb (2003) (en ভাষাত). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735. https://books.google.co.in/books?id=6DtuAAAAMAAJ&q=Technology,+Production+And+Social+Formation+In+The+Evolution+Of+The+Ahom+State&dq=Technology,+Production+And+Social+Formation+In+The+Evolution+Of+The+Ahom+State&hl=en&sa=X&ved=0ahUKEwikmaqci4TiAhXGAnIKHXx8DVMQ6AEIKDAA.
- ↑ ফুকন,বৰুৱা (১৯৬৪) (টাই-আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ