ফুলতি গিদালি
অৱয়ব
ফুলতি গিদালি | |
---|---|
জন্ম | ১৯১১ |
মৃত্যু | ২২ আগষ্ট ২০১৯ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | লোকসঙ্গীত শিল্পী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | একাডেমি পুৰস্কাৰ (২০১০) বঙ্গৰত্ন (২০১৩) |
ফুলতি গিদালি (ইংৰাজী: Fulti Gidali; ১৯১১ - ২০১৯) এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ "ষাইটোল সম্ৰাজ্ঞী" হিচাপে পৰিচিত আছিল।[1]
জীৱনী
[সম্পাদনা কৰক]ফুলতি গিদালিৰ জন্ম হৈছিল ১৯১১ চনত।[1][2] তেওঁ "ষাইটোল" (ভাৰতৰ পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ এক ধৰণৰ লোকসঙ্গীত) গাইছিল। ষাইটোল গানৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০১০ চনত তেওঁক ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়য়ে একাডেমি পুৰস্কাৰ প্ৰদান কৰে।[1][2] ইয়াৰ পিছত ২০১৩ চনত পশ্চিমবঙ্গ চৰকাৰে তেওঁক বঙ্গৰত্ন পুৰস্কাৰ প্ৰদান কৰে।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "প্ৰয়াত হলেন বঙ্গব়ত্ন পুব়স্কাব় প্ৰাপ্ত কোচবিহাব়েব় ষাইটোল সম্ৰাজ্ঞী ফুলতি গিদালি". খবব়িয়া ২৪. 22 August 2019. Archived from the original on ২৫ আগষ্ট ২০১৯. https://web.archive.org/web/20190825070712/https://www.khaboria24.com/news-2/cooch-behar/chhatol-emperor-fulati-gidali-of-bangabharat-award-winning-coach/। আহৰণ কৰা হৈছে: 25 August 2019. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "a" defined multiple times with different content - ↑ 2.0 2.1 2.2 "প্ৰয়াত কোচবিহাব়েব় ষাইটোল সম্ৰাজ্ঞী ফুলতি গিদালি" (bn ভাষাত). ETV Bharat. 23 August 2019. https://m.etvbharat.com/bengali/west-bengal/state/coochbehar/hunger-strike-in-coochbihar/wb20190814152323538#wb20190823042921055। আহৰণ কৰা হৈছে: 25 August 2019.[সংযোগবিহীন উৎস]