ফুলৱা কৰ্মকাৰ
অৱয়ব
ফুলৱা খামকাৰ | |
---|---|
জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯৭৪ (৫০ বছৰ) মুম্বাই, ভাৰত |
পেচা | কৰিঅ’গ্ৰাফাৰ, নৃত্যশিল্পী |
দাম্পত্যসঙ্গী | অমৰ কৰ্মকাৰ [1] |
সন্তান | ১ |
ৱেবছাইট | |
Official website |
ফুলৱা খামকাৰ (ইংৰাজী: Phulwa Khamkar ; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৭৪)[2][3] এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ আৰু নৃত্যশিল্পী, যিয়ে বলীউড আৰু মাৰাঠী ছবিত কাম কৰে।[4] তেওঁ ১৯৯৭ চনৰ ভাৰতৰ প্ৰথম ডান্স ৰিয়েলিটি শ্ব' বুগী ৱুগী, ছিজন ১ৰ বিজয়ী আৰু ২০১৩ চনৰ ডান্স ইণ্ডিয়া ডান্স ছুপাৰ মমছৰ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম আছিল।[5][6] তেওঁ হেপী নিউ ইয়েৰ (২০১৪), জুলী ২ (২০১৬), নটৰংগ (২০১০), কুনি মুলগি দেতা কা মুলগি (২০১২) আৰু মিতৱা (২০১৫) আদি হিন্দী আৰু মাৰাঠী ছবিৰ কৰিঅ’গ্ৰাফ কৰিছিল। জী মাৰাঠীৰ ডান্স ৰিয়েলিটি শ্ব’ একা পেক্ষা এক (ছিজন ১)তো জয়ী হোৱাৰ লগতে একেটা ছিজনৰ দ্বিতীয় আৰু তৃতীয় ছিজনৰ বিচাৰক আছিল। নটৰঙৰ অপ্সৰা আলি শীৰ্ষক গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফীৰ২০১০ চনৰ জী গৌৰৱ বঁটা লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Phulwa Khamkar Wiki, Dance Class, Biography". Marathi TV. 7 February 2016. http://www.marathi.tv/actress/phulwa-khamkar-wiki-dance-class-biography/.
- ↑ "Sonalee's classical classmate avatar". Times of India. 30 December 2014. http://timesofindia.indiatimes.com/entertainment/marathi/movies/news/Sonalees-classical-classmate-avatar/articleshow/45688547.cms.
- ↑ "Radhika's last minute thumri for Gajjendra". Times of India. 13 April 2014. http://timesofindia.indiatimes.com/entertainment/marathi/music/Postcard-thumri-Radhika-Apte-Phulawa-Khamkar-Gajjendra-Ahirey-Sai-Tamhankar-Girish-Kulkarni/articleshow/33699804.cms.
- ↑ Palit Singh, Debarati (27 June 2013). "‘It's not a cakewalk for me’". Sakaal Times. Archived from the original on 7 February 2017. https://web.archive.org/web/20170207020915/http://www.sakaaltimes.com/CricketCarnival/NewsDetails.aspx?NewsId=5438929086071270756&SectionId=4724885822106096577&SectionName=Bollywood&NewsDate=20130627&Provider=Debarati%20Palit%20Singh&NewsTitle=.
- ↑ Bhopatkar, Tejashree (24 May 2013). "Phulwa Khamkar to participate in DID Super moms". Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Phulwa-Khamkar-to-participate-in-DID-Super-moms/articleshow/20242427.cms?from=mdr.
- ↑ "'I am THRILLED that I won DID Super Moms'". Rediff. 11 September 2013. http://rediff.com/movies/report/i-am-thrilled-that-i-won-did-super-moms-tv/20130911.htm.