সমললৈ যাওক

ফেদা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • ফেদা, নৰৱেৰ পুৰণি ভেষ্ট-আগডাৰ কাউন্টিৰ এখন পূৰ্বৰ পৌৰসভা।
  • ফেদা, নৰৱেৰ আগডাৰ কাউণ্টিৰ ক্ভিনেছডাল পৌৰসভাৰ এখন গাঁও।
  • ফেদা: দ্য এমব্লেম অৱ জাষ্টিছ, ১৯৯৪ চনৰ জাপানীজ ভিডিঅ' গেম।
  • ফেদা আইছ’ভিচ, এগৰাকী বছনিয়ান চিত্ৰনাট্যকাৰ।
  • ফেদা দুদিক, (জন্ম: ১ ফেব্ৰুৱাৰী ১৯৮৩) এজন বছনিয়ান পেছাদাৰী ফুটবল মেনেজাৰ আৰু প্ৰাক্তন খেলুৱৈ যি ছাৰ্বিয়ান ছুপাৰলিগা ক্লাব Radnički 1923 ৰ মেনেজাৰ।
  • ফেদা গীৰ্জা, নৰৱেৰ এটা উল্লেখযোগ্য গীৰ্জা।
  • ফেদাইয়া হ্ৰদ, ট্ৰেণ্টিনো আৰু ইটালীৰ বেলুনো প্ৰভিন্সৰ এটা হ্ৰদ।
  • কানিম চানা ফেদা, ১৯৬৫ চনৰ এখন তুৰ্কী ৰোমান্টিক নাটকীয় চলচ্চিত্ৰ।
  • বাছ ফেদা, আইৰিছ বাছ কোম্পানী।
  • মাঝী ফেদা, মধ্য নেপালৰ বাগমতী মণ্ডলৰ কাভ্ৰেপালনচোক জিলাৰ এখন গাঁও উন্নয়ন সমিতি৷