ফ'নন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাধাৰণ অবস্থাত স্ফটিকৰ মাজেৰে অনুকম্পনৰ হ্ৰাস-বৃদ্ধি

ফ'নন(ইংৰাজী: Phonon) হৈছেশব্দ-তৰঙ্গৰ শক্তিকোৱান্টাৰ নাম। ইয়াৰ মান হৈছে \,hf, য'ত \,h হৈছে প্ল্যাংকৰ ধ্ৰুবক(Planck's constant) আৰু \,f হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱান্টা ফ'টন'ৰ দৰে। তাপীয় তৰঙ্গসমূহৰ(হ্ৰস্ব শব্দ-তৰঙ্গ) সহায়ত পদাৰ্থৰ পৰা ইলেকট্ৰন আৰু অন্যান্য মৌলিক কণিকা সমূহক বিক্ষিপ্ত কৰাৰ ক্ষেত্ৰত ফ'ননে ভূমিকা গ্ৰহণ কৰে।