বংগপাণ্ডু ঊষা
অৱয়ব

বংগপাণ্ডু ঊষা হ'ল তেলুগু ভাষাৰ এগৰাকী কবি৷ তেওঁ ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংস্কৃতিক শাখাৰ আহ্বায়ক।[1] তেওঁ লোকসংগীত আৰু নৃত্যৰ বাবে জনপ্ৰিয়। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰে তেওঁক অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক সৃষ্টিশীলতা আৰু সংস্কৃতি আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। তেওঁৰ পিতৃ প্ৰয়াত বংগপাণ্ডু প্ৰসাদ ৰাও এগৰাকী লোককথাবিদ৷
কেৰিয়াৰ
[সম্পাদনা কৰক]অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় কবি আৰু প্ৰখ্যাত শিল্পী ৱংগপাণ্ডু প্ৰসাদ ৰাওৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল।[2] বাওঁপন্থী সংগঠনত সদায় সক্ৰিয় হৈ থকা ঊষাই ২০১১ চনত ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিত যোগদান কৰে।[3] ইয়াৰ পূৰ্বেও বহু আন্দোলন আৰু টিভিৰ লোক অনুষ্ঠানত গীত গাই নৃত্য কৰি আহিছে।
২০০৬ চনত আৰ নাৰায়ণ মূৰ্তিৰ ছবি আদিবি বিদ্দালুত গীত গাইছিল বংগপাণ্ডু উষাই।[4]

তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Archive News". The Hindu. Archived from the original on ২০১১-১১-০৮. https://web.archive.org/web/20111108013013/http://www.hindu.com/2010/12/22/stories/2010122263390300.htm। আহৰণ কৰা হৈছে: 2016-12-01.
- ↑ "Archived copy". hindu.com. http://hindu.com/thehindu/thscrip/print.pl?file=2004080201670300.htm&date=2004/08/02/&prd=mp&। আহৰণ কৰা হৈছে: 17 January 2022.
- ↑ "YSRCP dharna against power cuts turns violent - Sakshi Post". Archive.is. http://www.sakshipost.com/index.php/news/state/13588-ysrcp-dharna-against-power-cuts-turns-voilent। আহৰণ কৰা হৈছে: 2019-12-18.
- ↑ (te-IN ভাষাত) Adavi Thalliki Dandalo Song by Vangapandu Usha | Marmogina Paata | hmtv Music, https://www.youtube.com/watch?v=5x8wOq-LTfM, আহৰণ কৰা হৈছে: 2023-02-19