বগিয়া
অৱয়ব
![]() বগিয়া | |
প্ৰকাৰ | পিঠা |
---|---|
উদ্ভাৱক | মৈথিলী, থাৰু আৰু নেপালী সম্প্ৰদায় |


বগিয়া (পিঠা[1] বুলিও জনা যায়) ভাৰত আৰু নেপালৰ মৈথিলী[2] আৰু থাৰু সম্প্ৰদায়ৰ এক সুস্বাদু খাদ্য। এই খাদ্য বিশেষভাৱে শীতকালত ৰন্ধা হয়। নেপালী ব্যঞ্জন ভিতৰত ই এটা ডাম্পলিং, য'ত চাউলৰ আটাৰ বাহিৰৰ আৱৰণ আৰু ভিতৰত মিঠা পদাৰ্থ নাইবা শাক-পাচলি অথবা কুকুৰা বা ছাগলীৰ মাংস আৰু অন্যান্য ভজা উপাদানৰ ভৰোৱা থাকে। থাৰু সমাজত সুস্বাদু খাদ্য হিচাপে ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু লক্ষ্মী পূজাৰ দিনা পালন কৰা দীপাৱলী ( দীপাৱলী বা তিহাৰ বুলিও জনা যায়) উৎসৱৰ ই মূল অংশ।[3]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "मिथिला के खान-पान की संस्कृति की पहचान बगिया". m.jagran.com. https://m.jagran.com/bihar/madhubani-ddddd-21221434.html.
- ↑ "सर्दी में बनने वाले खास स्नैक्स में से एक है यह गुड़ की बगिया". www.pakwangali.in. https://www.pakwangali.in/sweet-recipes/how-to-make-bagiya-sweet-snacks-recipe-in-hindi/article/971505.html। আহৰণ কৰা হৈছে: 18 September 2018.
- ↑ "Food and The Nepali" (en ভাষাত). ECS NEPAL. Archived from the original on ২০১৮-০৯-১৫. https://web.archive.org/web/20180915155206/http://ecs.com.np/features/food-and-the-nepali। আহৰণ কৰা হৈছে: 2018-09-15.