বঙাইগাঁও বিধান সভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ১৮ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | বঙাইগাঁও |
| লোকসভা সমষ্টি | বৰপেটা |
| প্ৰতিস্থা | ১৯৬৭ |
| সংৰক্ষণ | নাই |
দীপ্তিময়ী চৌধুৰী | |
| দল | AGP |
| মিত্ৰগোট | NDA |
| নিৰ্বাচিত বছৰ | ২০২৪ |
বঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা।[1][2][3] বঙাইগাঁও সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।
সমষ্টিৰ বিস্তৃতি
[সম্পাদনা কৰক]এই বিধানসভা সমষ্টিটোৱে তলত উল্লেখ কৰা অঞ্চলসমূহ সামৰি লৈছে—
- বঙাইগাঁও পৌৰসভা
- নিউ বঙাইগাঁও ৰে’লৱে কলনী
- মণিকপুৰ উন্নয়ন খণ্ড (আংশিক)
- ডাংতল উন্নয়ন খণ্ড (আংশিক)
- বইটামাৰী উন্নয়ন খণ্ড (আংশিক)
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৪ উপ-নিৰ্বাচন
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| অগপ | দীপ্তিময়ী চৌধুৰী | 74,734 | 52.4 | ||
| আইএনচি | ব্ৰজেনজিৎ সিন্থা | 39,570 | 27.75 | ||
| Independent | শৈলেন্দ্ৰ চৰকাৰ | 13,381 | 9.38 | ||
| ন’টা | None of the Above | 2,714 | 1.9 | ||
| সংখ্যাগৰিষ্ট | 35,164 | {{{percentage}}} | {{{change}}} | ||
| মুঠ ভোটদান | 1,42,620 | {{{percentage}}} | {{{change}}} | ||
| অগপৰ বিজয় সাব্যস্ত | ছুইং | {{{swing}}} | |||
২০২১
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| অগপ | ফণী ভূষণ চৌধুৰী | 82,800 | 54.00 | {{{change}}} | |
| আইএনচি | শংকৰ প্ৰসাদ ৰায় | 44,633 | 29.00 | ||
| অসম জাতীয় পৰিষদ | দীপু চৌধুৰী | 13,988 | 9.00 | ||
২০১৬
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| অগপ | ফণী ভূষণ চৌধুৰী | 77,292 | 56.03 | ||
| আইএনচি | শংকৰ প্ৰসাদ ৰায় | 45,972 | 33.32 | ||
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Delimitation of Parliamentary & Assembly Constituencies of State of Assam". ভাৰতৰ নিৰ্বাচন আয়োগ. https://www.eci.gov.in/Documents/Delimitation/DELIMITATIONASSAM_UPDATED.pdf। আহৰণ কৰা হৈছে: 28 November 2025.
- ↑ "List of Assembly constituencies showing their Parliamentary constituences wise break-up". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/2_PC%20wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 13 November 2021.
- ↑ "Map of Assam showing District-wise assembly and Parliamentary constituencies". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/3_Assembly_HPC_wise_MapA1.pdf। আহৰণ কৰা হৈছে: 13 November 2021.
- ↑ "Assam Election Results 2021: Check Full List Of Winners". ndtv.com. 3 May 2021. https://www.ndtv.com/india-news/assam-election-results-2021-check-full-list-of-winners-2426707.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "Results of all Assam Assembly elections". ভাৰতৰ নিৰ্বাচন আয়োগeci.gov.in. https://old.eci.gov.in/files/category/67-assam/। আহৰণ কৰা হৈছে: 15 March 2022.
স্থানাংক: 26°29′N 90°32′E / 26.49°N 90.53°E