বঙ্কিম পুৰস্কাৰ
অৱয়ব
বঙ্কিম পুৰস্কাৰ বা বঙ্কিম স্মাৰক পুৰস্কাৰ হ'ল পশ্চিমবঙ্গ চৰকাৰে বাংলা কথাসাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ। ১৯৭৫ চনত বিখ্যাত বাঙালী সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ স্মৃতিত এই বঁটাটো প্ৰতিষ্ঠা কৰা হৈছিল। এই বঁটা প্ৰদানৰ দায়িত্ব ২০০৩ চনৰপৰা তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আছে আৰু পশ্চিমবঙ্গ বাংলা অকাডেমীৰ অধীনলৈ অনা হৈছে। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰে।
পুৰস্কাৰ প্ৰাপক
[সম্পাদনা কৰক]- ১৯৭৫ - প্ৰবোধচন্দ্ৰ সেন - সমালোচনা সাহিত্য (প্ৰবন্ধ)
- ১৯৮২ - গৌৰকিশোৰ ঘোষ - সাগিনা মাহাতো ও অন্যান্য (গল্প)
- ১৯৮৩ - সুনীল গঙ্গোপাধ্যায় [1] - সেই সময় (উপন্যাস, ২ টি খণ্ড)
- ১৯৮৪ - সুশীল জানা[2] - শ্ৰেষ্ঠ কবিতা (কবিতা)
- ১৯৮৫ - প্ৰফুল্ল ৰায় - আকাশেৰ নিচে মানুষ (উপন্যাস)
- ১৯৮৬ - অমিয়ভূষণ মজুমদাৰ [3] - ৰাজনগৰ (উপন্যাস)
- ১৯৮৭ - অমলেন্দু চক্ৰবৰ্তী [4] - যাবজ্জীৱন (উপন্যাস)
- ১৯৮৮ - শচীন্দ্ৰনাথ বন্দ্যোপাধ্যায় [2] - বন্দৰে বন্দৰে (উপন্যাস)
- ১৯৮৯ - ননী ভৌমিক - ধুলোমাটি (উপন্যাস)[২২]
- ১৯৯০ - দিব্যেন্দু পালিত - ঢেউ (কবিতা)
- ১৯৯১ - কমলকুমাৰ মজুমদাৰ [5] - গল্পসমগ্ৰ (সম্পূৰ্ণ গল্প) (মৰণোত্তৰ)
- ১৯৯২ - অভিজিৎ সেন - ৰহু চণ্ডালেৰ হাড় [6] (উপন্যাস)
- ১৯৯৪ - সৈয়দ মুস্তাফা সিৰাজ - অলীক মানুষ (উপন্যাস)
- ১৯৯৫ - মঞ্জুশ দাশগুপ্ত,[2] সন্দীপন চট্টোপাধ্যায় - পঞ্চাশটি গল্প (গল্প)
- ১৯৯৬ - নবাৰুণ ভট্টাচাৰ্য - হাৰবাৰ্ট (উপন্যাস) [7] (২০০৭ সালে নন্দীগ্ৰামেৰ সহিংসতাৰ বিৰুদ্ধে প্ৰতিবাদে পুৰস্কাৰ ফেৰৎ) [8][9]
- ১৯৯৮ - অতীন বন্দ্যোপাধ্যায়- দুই ভাৰতবৰ্ষ (উপন্যাস)
- ১৯৯৯ - বাণী বসু- মৈত্ৰেয় জাতক (উপন্যাস)[10][11]
- ২০০০ - নাৰায়ণ সান্যাল [12] - ৰূপমঞ্জৰি (৩ টি খণ্ড) (উপন্যাস)
- ২০০১ - সমীৰ ৰক্ষিত -দুখেৰ আখ্যান (উপন্যাস), অমৰ মিত্ৰ [13] - অশ্বচৰিত [14] (উপন্যাস)
- ২০০২ [15] - চিত্ত ঘোষাল - নিৰ্বাচিত গল্প খণ্ড ২ (নিৰ্বাচিত গল্প)
- ২০০২[15] - তপন বন্দ্যোপাধ্যায় - নদী মাটি অৰণ্য (উপন্যাস)
- ২০০৪ - সাধন চট্টোপাধ্যায় - গল্প সংগ্ৰহ (গল্প)
- ২০০৫ - নবেন্দু ঘোষ - চাঁদ দেখেছিল (উপন্যাস), স্বপ্নময় চক্ৰবৰ্তী [16]- অবন্তীনগৰ (উপন্যাস)
- ২০০৬ - ঝড়েশ্বৰ চট্টোপাধ্যায় - সহিস (উপন্যাস) [17]
- ২০০৭ - ৰামকুমাৰ মুখোপাধ্যায় - ধনপতিৰ সিংহলযাত্ৰা (উপন্যাস) [18]
- ২০০৮ - নলিনী বেৰা - মাটিৰ মৃদঙ্গ (উপন্যাস)
- ২০০৯ - সমৰেশ মজুমদাৰ - কলিকাতায় নবকুমাৰ ( উপন্যাস)
- ২০১০ - অনিল ঘড়াই - অনন্ত দ্ৰাঘীমা (ৰবীন্দ্ৰনাথ ঠাকুৰেৰ ৰং ও কাজেৰ ব্যৱহাৰ সম্পৰ্কে অধ্যয়ন), আফসৰ আহমেদ- হীৰে ভিখাৰিনী ও সুন্দৰী ৰমণী কিস্যা (গল্প)
- ২০১১ - ৰবি শংকৰ বল - দোজখনামা (উপন্যাস)
- ২০১২ - কমল চক্ৰবৰ্তী - উপন্যাস সমগ্ৰ (উপন্যাস) [19]
- ২০১৪ - ৰামনাথ ৰায় - উপন্যাস সমগ্ৰ (উপন্যাস) [20][21]
- ২০১৬ - আবুল বাশাৰ[22]
- ২০১৭ - বলৰাম বসাক[22]
- ২০১৮ - সুব্ৰত সেনগুপ্ত
- ২০২২ - হৰ্ষ দত্ত[22]
- ২০২৩ - জয়ন্ত দে[22]
- ২০২৫ - সন্মাত্ৰাণন্দ - নাস্তিক পণ্ডিতেৰ ভিটা (উপন্যাস)[23]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Welcome To The World Of Sunil Gangopadhyay". Sunilgangopadhyay.org. 2012-09-22. http://www.sunilgangopadhyay.org/awards1.html.
- ↑ 2.0 2.1 2.2 Dutt, Kartik Chandra, Who's who of Indian Writers, 1999: A-M, Sahitya Akademi, 1999
- ↑ "The Parabaas BookStore: Sharodiya and Other Bangla Magazines; অনলাইন বাংলা বই". Parabaas.com. 2012-09-22. Archived from the original on 2012-08-31. https://web.archive.org/web/20120831024300/http://www.parabaas.com/bookstore/novels.html। আহৰণ কৰা হৈছে: 2025-08-20.
- ↑ Priyadarsee Chakraborty (2012-09-22). "Noted Bangla author dies at 75". Indian Express. http://www.indianexpress.com/news/noted-bangla-author-dies-at-75/477172/.
- ↑ [1] Archived 2023-01-17 at the Wayback Machineকমলকুমাৰ মজুমদাৰ: স্বকীয় ধাৰাৰ কথাশিল্পী সাঁচ:ওয়েব আৰ্কাইভ, Dainik Destiny, January 15, 2010
- ↑ Sen, Abhijit, বালুৰঘাট — সময়েৰ বালুবেলা Archived 2015-06-10 at the Wayback Machine সাঁচ:ওয়েব আৰ্কাইভ, Samakal, December 17, 2010
- ↑ Nabarun Bhattacharya (2012-09-22). "Bankim Puraskar Winners". Goodreads.com. http://www.goodreads.com/award/show/9428-bankim-puraskar.
- ↑ "Article: Nabarun Bhattacharya to return Bankim Puraskar. | AccessMyLibrary - Promoting library advocacy". AccessMyLibrary. 2012-09-22. http://www.accessmylibrary.com/article-1G1-160706542/nabarun-bhattacharya-return-bankim.html.
- ↑ "Outrage and Protest". Cpiml.org. 2012-09-22. Archived from the original on 2010-06-13. https://web.archive.org/web/20100613015733/http://cpiml.org/liberation/year_2007/April/outrage_protest.html। আহৰণ কৰা হৈছে: 2025-08-20.
- ↑ "Bani Basu". Shibpurinternational.com. 2012-09-22. Archived from the original on 2013-07-28. https://web.archive.org/web/20130728083442/http://www.shibpurinternational.com/sublink/Personalities/html/Bani%20Basu.html। আহৰণ কৰা হৈছে: 2025-08-20.
- ↑ "Bengali Writer Shortlisted for Sahitya Akademi Award". news.outlookindia.com. 2012-09-22. http://news.outlookindia.com/items.aspx?artid=706202.
- ↑ Pranesh Biswas Civil (2012-09-22). "Global Alumni Association of Bengal Engineering & Science University, Shibpur, India". Becollege.org. Archived from the original on 2007-09-28. https://web.archive.org/web/20070928003326/http://www.becollege.org/news/news_item.asp?NewsID=135। আহৰণ কৰা হৈছে: 2025-08-20.
- ↑ Nilesh Pancholi (2012-09-22). "Buy Bengali Books Online - Sell Bengali Books Copyright". Bengali Books Online.
- ↑ অলস দুপুৰ: কীভাবে বলব তাৰ ওপৰ গল্প, উপন্যাসেৰ হয়ে ওঠা বা না ওঠা নিৰ্ভৰশীল: কথাসাহিত্যিক অমৰ মিত্ৰেৰ সাথে অনলাইন আলাপ
- ↑ 15.0 15.1 "'Bankim,' 'Vidyasagar' awards for 2002 announced - Times Of India". Articles.timesofindia.indiatimes.com. 2012-09-22.
- ↑ http://www.galpopath.com/p/blog-page_2.htmlসাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ Nilesh Pancholi (2012-09-22). "Buy Bengali Books Online - Sell Bengali Books Copyright". Bengali Books Online.সাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ Ramkumar Mukhapadhyay (২০১৮-০১-০২). "Dukha keora". Mitra and Ghose.
- ↑ "State observes Nazrul birth anniversary, foundation stone of Nazrul Study Centre unveiled". Wb.gov.in. 2012-10-01.সাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ নজৰুল তীৰ্থেৰ নাম মানুষেৰ মুখে মুখে ঘুৰবে: মমতা Archived 2014-05-31 at the Wayback Machine সাঁচ:ওয়েব আৰ্কাইভ, Aajkaal, May 27, 2014
- ↑ নজৰুল তীৰ্থ দুই বাংলাৰ সম্পৰ্ককে সুদৃঢ় কৰবে, বল’লেন মমতা Archived 2014-07-24 at the Wayback Machine সাঁচ:ওয়েব আৰ্কাইভ, Ei Samay Sangbadpatra, June 13, 2014
- ↑ 22.0 22.1 22.2 22.3 "Paschimbanga Bangla Akademi (PBBA)". 2025-06-16.
- ↑ SNS (2025-06-16). "বাংলা দিবসে নববৰ্ষ বৰণ ও বিশিষ্টদেৰ আকাদেমি পুৰস্কাৰ প্ৰদান অনুষ্ঠান" (bn ভাষাত).