বনি সেনগুপ্ত
অৱয়ব
| বনি সেনগুপ্ত | |
|---|---|
শ্বুটিঙৰ সময়ত বনি সেনগুপ্ত | |
| জন্ম | অনুপ্ৰিয় সেনগুপ্ত ১০ আগষ্ট, ১৯৯০ (৩৫ বছৰ) কলকাতা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| পিতৃ-মাতৃ | অনুপ সেনগুপ্ত পিয়া সেনগুপ্ত |
| আত্মীয়-স্বজন | ইন্দ্ৰনীল সেনগুপ্ত (খুড়া) |
বনি সেনগুপ্ত (ইংৰাজী: Bonny Sengupta; জন্ম: ১০ আগষ্ট ১৯৯০; অনুপ্ৰিয় সেনগুপ্ত) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ। তেওঁৰ প্ৰথম দুখন চলচ্চিত্ৰ, বৰবাদ আৰু পাৰব না আমি ছাড়তে তোকে, পৰিচালক ৰাজ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বনি সেনগুপ্তৰ পিতৃৰ নাম অনুপ সেনগুপ্ত আৰু মাতৃৰ নাম পিয়া সেনগুপ্ত। তেওঁ মঞ্চ অভিনেতা তথা পৰিচালক সুখেন দাসৰ নাতি। এটা পুৰণি সাক্ষাৎকাৰত তেওঁ নিজকে বঙালী চলচ্চিত্ৰ জগতৰ "লিডিং মʼষ্ট হিৰো" বুলি অভিহিত কৰিছিল,[1] যাৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল।[2][3][4]
অভিনেতা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পূৰ্বে বনিয়ে যোদ্ধা: দ্য ৱাৰিয়ৰ নামৰ ছবিত পৰিচালক ৰাজ চক্ৰৱৰ্তীক সহায় কৰিছিল।[5]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]| এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে |
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | টোকা |
| ২০১৪ | বৰবাদ | জয় | ৰাজ চক্ৰবৰ্তী | প্ৰথম চলচ্চিত্ৰ পোল্লাধৱনৰ পুনৰ্নিৰ্মাণ |
| ২০১৫ | পাৰব না আমি ছাড়তে তোকে | শিবু | ৰাজ চক্ৰৱৰ্তী | উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ |
| ২০১৭ | তোমাকে চাই | জয় | ৰাজীৱ কুমাৰ বিশ্বাস | সঞ্জু ৱেডছ গীতাৰ পুনৰ্নিৰ্মাণ |
| জিও পাগলা | সুজয় ওৰফে সুমনা | ৰবি কিনাগী | জয় মা কালি বৰ্ডিং নাটকৰ আধাৰত নিৰ্মিত মূল কাহিনী, বিৱি ঔৰ মকানৰ পুনৰ্নিৰ্মাণ। | |
| ২০১৮ | ৰাজা ৰাণী ৰাজি | ৰাজা | ৰাজীৱ কুমাৰ বিশ্বাস | বছ এংগিৰা ভাস্কৰণৰ পুনৰ্নিৰ্মাণ[6] |
| গাৰ্লফেণ্ড | উত্তম | ৰাজ চন্দ | চিনেমা চূপীস্থা মাভাৰ পুনৰ্নিৰ্মাণ | |
| মনে ৰেখো | লাকী আলী | ৱাজেদ আলী সুমন | বাংলাদেশী চলচ্চিত্ৰ | |
| ২০১৯ | কে তুমি নন্দিনী | আবিৰ | পথিকৃত বসু | ওম শান্তি ওশানাৰ পুনৰ্নিৰ্মাণ |
| ভূতচক্ৰ প্ৰাইভেট লিমিটেড | বনি ৰয় | হৰনাথ চক্ৰৱৰ্তী | আনান্দো ব্ৰহ্মাৰ পৰা শিথিলভাৱে অনুপ্ৰাণিত | |
| জানবাজ | বিক্ৰম | অনুপ সেনগুপ্ত | মাদুৰাই সম্বৱমৰ পৰা শিথিলভাৱে অনুপ্ৰাণিত | |
| ২০২০ | লাভ ষ্টʼৰী | অনিক | ৰাজীৱ কুমাৰ বিশ্বাস | অমৰ কাভিয়ামৰ পুনৰ্নিৰ্মাণ |
| বিয়ে.কম | অয়ন দাস | সুদেষ্ণা ৰায় আৰু অভিজিৎ গুহ | শুভাশিষ দাসৰ চুটিগল্প 'ডু ছামথিং কিউপিড'ৰ আধাৰত নিৰ্মিত এখন ছবি।[7] জি৫ মুক্তি | |
| ২০২১ | তুমি আসবে বলে | নন্দ | সুজিত মণ্ডল | |
| আজব প্ৰেমেৰ গল্প | দীপ্ত | ৰাজা চন্দ | জি৫ মুক্তি | |
| এফ আই আৰ নং ৩৩৯/০৭/০৬ | এছ আই নৰেন বসাক | জয়দীপ মুখাৰ্জী | ||
| ২০২২ | অন্তৰ্জাল | প্ৰাৰ্জুন মজুমদাৰ | ||
| হীৰকগড়েৰ হিৰে | সায়ন্তন ঘোষাল | জি৫ মুক্তি | ||
| জতুগৃহ | সপ্তস্ব বসু | |||
| আম্ৰপালি | ৰাজা চন্দ | জি৫ মুক্তি | ||
| শুভ বিজয়া | আদিত্য | ৰোহন সেন | ||
| ২০২৩ | ডক্টৰ বক্সী | আদিত্য | সপ্তস্ব বসু | |
| ডাল বাটি চুৰমা চচ্চড়ি | আনন্দ সিং চৌহান | হৰনাথ চক্ৰৱৰ্তী | লগতে প্ৰযোজক | |
| আৰ্চিৰ গেলেৰী | আৰ্চি | প্ৰমিতা ভট্টাচাৰ্য | ||
| পাকদণ্ডী | ৰোহন সেন | |||
| সব কৰো প্ৰেম কৰো না | ৰনি | দেৱৰাজ সিনহা | ||
| ২০২৪ | অহল্যা | ঘোষণা হ’ব | অভিমন্যু মুখাৰ্জী | |
| আয়ুৰেখা | ঘোষণা হ’ব | ৰাজদ্বীপ ঘোষ | ||
| ৰবিন্স কিচেন | ৰবিন | বাপ্পা | ||
| ২০২৫ | আজিৰা ৰেবতী[8] | ঘোষণা হ’ব | সুবোধ | ওড়িয়া চলচ্চিত্ৰ |
| লুংগী মেন |
ঘোষণা হ’ব | অসীম আক্তাৰ | ||
| হাংগামা.কম |
ঘোষণা হ’ব | ড° কৃষ্ণেন্দু চেটাৰ্জী | ||
| ডিয়াৰ ডায়েৰী |
ঘোষণা হ’ব | ইন্দ্ৰদীপ দাশগুপ্ত | ||
| বাঁসাৰা |
ঘোষণা হ’ব | আতিউল ইছলাম | ||
| ঝৰ |
ঘোষণা হ’ব | এণ্টনি জেন |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Bonny Sengupta: ‘আমি ইণ্ডাষ্ট্ৰিৰ লিডিং হিৰো’, বনিৰ মন্তব্য ঘিৰে নেটপাড়ায় কটাক্ষেৰ ঝড়...". Zee24Ghanta.com. 2023-03-15. https://zeenews.india.com/bengali/entertainment/bonny-sengupta-is-brutally-trolled-after-he-claimed-that-he-is-one-of-the-leading-hero-in-tollywood_462387.html। আহৰণ কৰা হৈছে: 2023-09-07.
- ↑ "Prosenjit reveals a special bond with Borbaad hero Bonny in a t2 chat". https://www.telegraphindia.com/entertainment/prosenjit-reveals-a-special-bond-with-borbaad-hero-bonny-in-a-t2-chat/cid/317743। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "Bonny Sengupta On BookMyShow". BookMyShow. http://in.bookmyshow.com/person/bonny-sengupta/1047487.
- ↑ "Healthy flirting is good for the mind and soul: Bonny". The Times of India. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Healthy-flirting-is-good-for-the-mind-and-soul-Bonny/articleshow/48809664.cms.
- ↑ "Bonny and Ritwika keeping their fingers crossed before the release of Borbaad". Archived from the original on 2019-04-11. https://web.archive.org/web/20190411201337/http://www.washingtonbanglaradio.com/content/84930214-bonny-and-ritwika-keeping-their-fingers-crossed-release-borbaad। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "Here is a new song from 'Raja Rani Raji' after 'Boroloker Bitilo'". The Times of India. 4 March 2018. https://timesofindia.indiatimes.com/entertainment/bengali/here-is-a-new-song-from-raja-rani-raji-after-boroloker-bitilo/articleshow/63156104.cms.
- ↑ "It's a wrap for Sudeshna-Abhijit's rom-com". Times Of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/its-a-wrap-for-sudeshna-abhijits-rom-com/articleshow/74373177.cms.
- ↑ https://m.imdb.com/title/tt33384091/
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত বনি সেনগুপ্ত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বনি সেনগুপ্ত সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।